ৰামায়ণ (Ramayan) হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত (ডিডি নেছ'নেল) সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ।১ ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত এই ধাৰাবাহিকখন নিৰ্মাণ হৈছিল আৰু কাহিনীটোৰ মূল ভিত্তি আছিল বাল্মীকিৰ "ৰামায়ণ" আৰু তুলসীদাসৰ "ৰামচৰিত মানস"।২ ধাৰাবাহিখনৰ ভিউৱাৰশ্বিপ আছিল ৮২%, যিটো যিকোনো ভাৰতীয় ধাৰাবাহিকৰ বাবেই অভিলেখসৃষ্টিকাৰী। ৰামায়ণৰ প্ৰতিটো খণ্ডৰ বাবে ডিডি নেছ'নেল ৪০ লাখ টকা উপাৰ্জন কৰিছিল।৩
২০২০ চনৰ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ সময়ত ৰামায়ণ পুনৰ সম্প্ৰচাৰিত হয় আৰু গোলকীয় প্ৰেক্ষাপটত কেইবাটাও নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পুনৰসম্প্ৰচাৰিত ৰামায়ণে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰ্শনপ্ৰাপ্ত ধাৰাবাহিকৰ মৰ্যাদা লাভ কৰে।৪৫৬৭৮৯
তথ্যসূত্ৰ
- ↑ (20 April 2003). Behind the scenes: Dress designers to actors & deities. The Tribune
- ↑ আৰ্কাইভ কপি
- ↑ Bajpai, Shailaja. (7 August 1988). Is There Life After Ramayana?. The Indian Express. পৃ. 17
- ↑ 'Ramayana' beats 'Game of Thrones' to become the world's most watched show. WION
- ↑ Blockbuster! Ramayana scripts history with highest viewership on single day - 7.7 crore. www.businesstoday.in
- ↑ (2 May 2020). Ramayan becomes most viewed program globally, beats GoT by a record margin. Livemint
- ↑ (2 May 2020). 'Ramayan' sets world record, becomes most viewed entertainment programme globally
- ↑ Aired Again After 33 Years, Ramayan Sets World Record. See Doordarshan's Tweet. NDTV.com
- ↑ Patel, Vikrant. (29 April 2020). Now Ramayan breaks another record, No.1 show made worldwide, know how many million people watched
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামায়ণ (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৫৪০২৬২ (২৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।