হিন্দী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক
১৯ প্ৰবন্ধ
-
ৰামায়ণ (ধাৰাবাহিক)
ৰামায়ণ (Ramayan) হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত (ডিডি নেছ'নেল) সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ।
-
আদালত (ধাৰাবাহিক)
আদালত হ'ল দূৰদৰ্শন চ'নী নাট্য ছেৰিজ। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত পৰাজয় হোৱা নহয়। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয়।
-
বিক্ৰম ঔৰ বেতাল (ধাৰাবাহিক)
বিক্ৰম ঔৰ বেতাল (Vikram Aur Betaal) হ’ল ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে সম্প্ৰচাৰ কৰা এখন ধাৰাবাহিক। ইয়াত হিন্দুু পৌৰাণিক কথা সন্নিৱিষ্ট আছে। ধাৰাবাহিকখন বেতাল পঞ্চবিংশতিৰ আধাৰত নিৰ্মিত৷ কিংবদন্তি ৰজা বিক্ৰম (বিক্ৰমাদিত্য বুলি অনুমান কৰা হয়) আৰু বেতাল (পশ্চিমীয়া সাহিত্যত পিশাচৰ অনুৰূপ আত্মা)-ক…
-
মহাভাৰত (ধাৰাবাহিক)
মহাভাৰত (Mahabharat) হৈছে ১৯৮৮ চনৰ ২ অক্টোবৰৰ পৰা ১৯৯০ চনৰ ২৪ জুনলৈ ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক। ধাৰাবাহিকখনৰ মুঠ খণ্ডৰ সংখ্যা আছিল ৯৪ টা। বেদব্যাসৰ মহাভাৰতৰ আধাৰত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ নিৰ্মাণকৰ্তা আৰু প্ৰযোজক আছিল বি. আৰ.
-
শক্তিমান
শক্তিমান (Shaktimaan) হ'ল ভাৰতীয় দূৰদৰ্শনত একে নামেৰে প্ৰচাৰিত, মুকেশ খান্না প্ৰযোজিত আৰু দিবাকৰ জানিৰ দ্বাৰা পৰিচালিত দূৰদৰ্শন শৃংখলা এখনৰ মুখ্য তথা ভাৰতৰ প্ৰথম চুপাৰহিৰো চৰিত্ৰ।
-
ডিডি নেচনেলৰ দ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানৰ তালিকা
এয়া বৰ্তমান আৰু পূৰ্বতে দূৰদৰ্শনৰ ডিডি নেচনেল চেনেলৰদ্বাৰা সম্প্ৰচাৰিত অনুষ্ঠানৰ তালিকা।
-
কৃষ্ণ (ধাৰাবাহিক)
কৃষ্ণ (Krishna, कृष्णा) ১৯৯৩ চনৰ ১৯ জুলাইৰ পৰা ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক; যাক শ্ৰীকৃষ্ণ নামেৰেও জনা যায়। ৰামানন্দ সাগৰ আছিল এই ধাৰাবাহিকখনৰ পৰিচালক আৰু প্ৰযোজক।
-
বিষ্ণু পুৰাণ (ধাৰাবাহিক)
বিষ্ণু পুৰাণ (Vishnu Puran) হ’ল বি. আৰ. চোপ্ৰাই প্ৰযোজনা কৰা শ্ৰীবিষ্ণুৰ ওপৰত নিৰ্মিত এখন ভাৰতীয় পৌৰাণিক কথাৰ ধাৰাবাহিক। ইয়াক বিষ্ণু পুৰাণৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ধাৰাবাহিকখন পৌৰাণিক কাহিনী আৰু ধৰ্ম শাস্ত্ৰৰ কথাৰে সমাহাৰ।
-
ৰিস্তা ডট কম
ৰিস্তা ডট কম (Rishta.com) হৈছে এখন হিন্দী ভাষাৰ ভাৰতীয় ধাৰাবাহিক যি প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হয় চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিজনত ২০১০ বৰ্ষৰ ৩ জানুৱাৰীত। বিখ্যাত প্ৰযোজকবৃন্দ য়শ চোপ্ৰা আৰু আদিত্য চোপ্ৰা প্ৰযোজিত এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হয় য়শ ৰাজ ফিল্মছৰ দূৰদৰ্শন শাখা ৱাই আৰ এফ টেলিভিজনৰ বেনাৰত।
-
অনুদামিনী
অনুদামিনী হৈছে এখন ভাৰতীয় হিন্দী নাটক যিখন ডিডি নেচনেলত ২০১৪ চনৰ ৩১ মাৰ্চৰ পৰা ২০১৫ চনৰ ১৬ ডিচেম্বৰলৈকে কৃষ্ণ চলচ্চিত্ৰৰ বেনাৰত প্ৰিমিয়াৰ হৈছিল। ইয়াত অভিনয় কৰিছিল শচীন শ্ৰফ, আলিহাছান তুৰাবী, সুপ্ৰিয়া কুমাৰী, দীপালী সহায়, নীতু সিং, শ্যাম মশালকাৰ, আৰু ৰৌজেশ কুমাৰ জৈনে।
-
আঁখেঁ
আঁখেঁ (দ্য আই) হৈছে এখন ভাৰতীয় নাট্যধৰ্মী টেলিভিছন শৃংখলা, যি ২০০১ চনত দূৰদৰ্শনৰ ডিডি নেচনেল চেনেলত প্ৰচাৰ আৰম্ভ হৈছিল। এই শৃংখলাটো পৰিচালনা কৰিছিল অমৃত সাগৰ আৰু শক্তি সাগৰে। জ্যোতি সাগৰে এইটো প্ৰযোজনা কৰিছিল।
-
আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা
আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা (Aryamaan – Brahmaand Ka Yodha) হ’ল দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত এখন ভাৰতীয় চুপাৰহিৰ’ স্পেচ সম্পৰ্কীয় ধাৰাবাহিক। ই এতিয়ালৈকে কম সময়ৰ ভিতৰত সকলোতকৈ ব্যয়বহুল ভাৰতীয় টেলিভিচন নাটকৰ ৰেকৰ্ড ধাৰণ কৰিছে।
-
কামৰূপ কী কাহানী
কামৰূপ কী কাহানী হৈছে ১৯৯০ চনৰ দশকৰ ভিতৰত প্ৰচাৰ হোৱা এখন ভাৰতীয় হিন্দী ভাষাৰ ধাৰাবাহিক, যাক ৰুমা ঘোষে পৰিচালনা কৰিছিল। এই ধাৰাবাহিকখন মামণি ৰয়ছম গোস্বামীৰ কাহিনী The Moth-Eaten Howdah of the Tusker'-ৰ আধাৰত নিৰ্মিত।
-
কুছ তো লোগ কহেংগে
কুছ তো লোগ কহেংগে (कुछ तो लोग कहेंगे) হ'ল চ'নী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবাহিক। পাকিস্তানৰ "ধূপ-কিনাৰে" নামৰ এখন ধাৰাবাহিকৰ পুনৰ নিৰ্মাণ হৈছে এই কুছ তো লোগ কহেংগে ধাৰাবাহিক। কুছ তো লোগ কহেংগে নিৰ্মাণ হৈছে ১৮ বছৰ বয়সৰ পাৰ্থক্য থকা দুজন লোকৰ প্ৰেমৰ ওপৰত।
-
সত্যমেৱ জয়তে (দূৰদৰ্শন অনুষ্ঠান)
সত্যমেৱ জয়তে(Satyamev jayate) হ'ল ভাৰতবৰ্ষৰ দূৰদৰ্শন উদ্যোগৰ ষ্টাৰ ইণ্ডিয়া নেটৱৰ্কৰ অন্তৰ্গত আৰু দূৰদৰ্শনৰ ডিডি নেচনেল কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত এক অনৌপচাৰিক বাৰ্তালাপ অনুষ্ঠান।
-
সা ৰে গা মা পা ২০১২
হোণ্ডা-সা ৰে গা মা পা ২০১২ (Honda - Sa Re Ga Ma Pa 2012) হৈছে সা ৰে গা মা পা চেলেঞ্জৰ পঞ্চম কিস্তি, যিটো আৰম্ভ হৈছিল ২০১২ চনৰ ছেপ্তেম্বৰ ২৯ তাৰিখে জি টিভিত। এইটো ছিৰিজত এংকৰ হৈছিল বিখ্যাত গায়ক যাবেদ আলি আৰু নিৰ্বাচন পৰ্বত হোস্ট কৰিছিল জয় ভনুছালি।
-
ৰংগোলী (দূৰদৰ্শনৰ অনুষ্ঠান)
ৰংগোলী হৈছে এটা ভাৰতীয় সংগীত-ভিত্তিক টেলিভিছন অনুষ্ঠান, যি প্ৰতিসপ্তাহৰ দেওবাৰে পুৱা দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেল ডিডি নেচনেলত প্ৰচাৰিত হয়। "ৰংগোলী" শব্দটোৱে আক্ষৰিকভাৱে ৰঙেৰে সাজ-সজ্জা কৰা। এই অনুষ্ঠানটো প্ৰযোজনা কৰে দূৰদৰ্শনে।
-
কৌন বনেগা ক্ৰৌড়পতি
কৌন বনেগা ক্ৰৌড়পতি (Kaun Banega Crorepati (KBC)) হৈছে ভাৰতীয় হিন্দী ভাষাৰ টেলিভিছন গেম শ্ব'। এই অনুষ্ঠানটো ইংৰাজী ভাষাত হু ৱাণ্টছ টু বি এ মিলিয়নাৰ? ফ্ৰেঞ্চাইজিৰ ভাৰতীয় সংস্কৰণ। ভাৰতীয় অভিনেতা অমিতাভ বচ্চনে কেবিচিত উপস্থাপন, প্ৰশ্নকৰ্তা আৰু হোষ্ট হিচাপে জড়িত হৈ আছে।
-
জুবিলী
জুবিলী ( Jubilee) আমাজন প্ৰাইম ভিডিঅ’ত সম্প্ৰচাৰিত এখন হিন্দী ভাষাৰ ভাৰতীয় পিৰিয়ড ড্ৰামা। বিক্ৰমাদিত্য মতৱানেই নিৰ্মাণ আৰু পৰিচালনা কৰা ধাৰাবাহিকখন আন্দোলন ফিল্মছ, ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট আৰু ফেণ্টম ষ্টুডিঅ’ই প্ৰযোজনা কৰিছে।