এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।
ক্ষেত্ৰ
- দক্ষিণ এছিয়া
- পূব এছিয়া
- পশ্চিম এছিয়া
- দক্ষিণ পূব এছিয়া
- মধ্য এছিয়া
দেশৰ সূচী
- আফগানিস্তান
- আৰ্মেনিয়া
- আজেৰবাইজান
- বাহৰেইন
- বাংলাদেশ
- ভূটান
- ব্ৰুণেই
- কম্বোডিয়া
- চীন
- চাইপ্ৰাছ
- পূৱ টিমুৰ
- ইজিপ্ত
- জৰ্জিয়া (দেশ)
- ভাৰত
- ইণ্ডোনেছিয়া
- ইৰান
- ইৰাক
- ইজৰাইল
- জাপান
- জৰ্ডান
- কাজাখাস্তান
- কুৱেইট
- কিৰগিজস্তান
- লাউচ
- লেবানন
- মালয়েছিয়া
- মালদ্বীপ
- মংগোলিয়া
- ম্যানমাৰ
- নেপাল
- উত্তৰ কোৰিয়া
- ওমান
- পাকিস্তান
- পেলেষ্টাইন
- ফিলিপাইন
- কাটাৰ
- ৰাছিয়া
- চৌদি আৰৱ
- ছিংগাপুৰ
- দক্ষিণ কোৰিয়া
- শ্ৰীলংকা
- ছিৰিয়া
- তাজিকিস্তান
- থাইলেণ্ড
- তুৰস্ক
- তুৰ্কমেনিস্তান
- সংযুক্ত আৰৱ আমিৰাত
- উজবেকিস্তান
- ভিয়েটনাম
- য়েমেন
ৰাষ্ট্ৰসংঘৰ পৰা স্বীকৃতি নোপোৱা দেশসমূহ:
- আবখাজিয়া
- আৰ্টছাখ
- উত্তৰ চাইপ্ৰাছ
- দক্ষিণ ওছেটিয়া
- টাইৱান
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছিয়া” প্ৰবন্ধৰ সংশোধন ৫৫৩৯২৩ (১৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।