অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দক্ষিণ আমেৰিকা

দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুৱ ৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (The Americas) বোলা হয়।

ৰাষ্ট্ৰসমূহ

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহ হৈছে:

আৰ্জেণ্টিনাৰ পতাকাবলিভিয়াৰ পতাকাব্ৰাজিলৰ পতাকাচিলিৰ পতাকাকলম্বিয়াৰ পতাকাগায়ানাৰ পতাকা* আৰ্জেণ্টিনা * বলিভিয়া * ব্ৰাজিল * চিলি * কলম্বিয়া * গায়ানাপাৰাগুৱেৰ পতাকাপেৰুৰ পতাকা* পাৰাগুৱে * পেৰু * চুৰিনাম * ত্ৰিনিদাদ আৰু টোবাগো * উৰুগুৱে * ভেনিজুৱেলা

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অ-স্বাধীন অঞ্চলসমূহ সমূহ হৈছে:

নগৰসমূহ

জনসংখ্যা অনুসৰি দক্ষিণ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:

  1. চাও পাওলো (ব্ৰাজিল)
  2. বুয়েনোচ আইৰেচ (আৰ্জেণ্টিনা)
  3. ৰিয়ো দি জেৰ্নেৰিয়ো (ব্ৰাজিল)
  4. লিমা (পেৰু)
  5. বাগোতা (কলম্বিয়া)
  6. চেণ্টিয়াগো (চিলি)
  7. বেলো হৰিজণ্টে (ব্ৰাজিল)
  8. পৰ্টো এলেগ্ৰা (ব্ৰাজিল)
  9. ব্ৰাজিলিয়া (ব্ৰাজিল)
  10. গুয়াকুইল (ইকুৱাডৰ)
  11. মেডেলিন (কলম্বিয়া)
  12. কাৰাকাচ (ভেনিজুৱেলা)

বহিঃসংযোগ

সম্পৰ্কিত শ্ৰেণী

মহাদেশআমেৰিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ আমেৰিকা” প্ৰবন্ধৰ সংশোধন ৪০৩০৭২ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।