বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী
২৪১ প্ৰবন্ধ
-
বিমলা কুমাৰী
সাৰুংবাম বিমলা কুমাৰী দেৱী (Bimola Kumari) এগৰাকী ভাৰতীয় চিকিৎসক তথা ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফল পশ্চিম অঞ্চলৰ মুখ্য চিকিৎসা বিষয়া। ১৯৭৯ চনৰ পৰা মণিপুৰ ৰাজ্যিক চিকিৎসা সেৱাত সেৱা আগবঢ়োৱাৰ লগতে বেছিভাগ সময় গ্ৰাম্য অঞ্চলত কৰ্মৰত আছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মণিপুৰ ভ্ৰমণৰ সময়ত তেওঁ…
-
বিমলা পোদ্দাৰ
বিমলা পোদ্দাৰ (Bimla Poddar) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ব্যৱসায়ী, দানবীৰ আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাত নিয়োজিত বাৰাণসী ভিত্তিক সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰ জ্ঞান প্ৰৱাহৰ প্ৰতিষ্ঠাপক।
-
বিমলা বুটি
বিমলা বুটি (জন্ম ১৯৩৩) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতেৰ গৱেষণাক্ষেত্ৰ হৈছে প্লাজমা পদাৰ্থ বিজ্ঞান। ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য হোৱা তেখেত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী।
-
বীণা আগৰৱালা
বীণা আগৰৱালা এগৰাকী ভাৰতীয় উন্নয়নমূলক অৰ্থনীতিবিদ। তেওঁ মেঞ্চেষ্টাৰ বিশ্ববিদ্যালয়ৰ বৈশ্বিক উন্নয়ন প্ৰতিষ্ঠানত উন্নয়নমুলক অৰ্থনীতি আৰু পৰিৱেশৰ অধ্যাপিকা। ভূমি, জীৱিকা আৰু সম্পত্তিৰ অধিকাৰ, লিংগ, অসমতা আৰু দাৰিদ্ৰ্যৰ ৰাজনৈতিক অৰ্থনীতি, আৰু বৈধানিক পৰিৱৰ্তন তেওঁৰ গৱেষণাৰ মূল বিষয়।
-
বীণা টেণ্ডন
বীণা টেণ্ডন (Veena Tandon) এগৰাকী ভাৰতীয় পৰজীৱী বিশেষজ্ঞ, শিক্ষাবিদ আৰু লক্ষ্ণৌৰ নাছিৰ বায়’টেক পাৰ্কৰ জ্যেষ্ঠ বিজ্ঞানী। তেওঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ প্ৰাক্তন প্ৰাণীবিজ্ঞানৰ অধ্যাপক আৰু উত্তৰ-পূব ভাৰতৰ হেলমিন্থ পেৰাচাইট তথ্য ডাটাবেছৰ মুখ্য প্ৰৰোচক হিচাপে কাম কৰে।
-
বীণা দাস (নৃতত্ত্ববিদ)
বীণা দাস, এফবিএ (Veena Das; জন্ম ১৯৪৫) জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ ক্ৰীগাৰ-আইজেনহাৱাৰ ভাৰতীয় অধ্যাপিকা। তেওঁৰ তাত্ত্বিক বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত হিংসাৰ নৃতত্ত্ব, সামাজিক দুখ, আৰু ৰাষ্ট্ৰ আদি অন্তৰ্ভুক্ত।
-
ভক্তি যাদৱ
ভক্তি যাদৱ (Bhakti Yadav) এগৰাকী ভাৰতীয় চিকিৎসক আছিল। তেওঁৰ জন্ম ৩ এপ্ৰিল ১৯২৬ চনত। তেওঁ ইন্দোৰৰ পৰা ভাৰতৰ প্ৰথম মহিলা এম বি বি এছ ডিগ্ৰীধাৰী আছিল আৰু তেওঁক ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰি স্বীকৃতি দিয়া হৈছিল।
-
ভানাজা আয়েংগাৰ
ভানাজা আয়েংগাৰ (মৃত্যু-২০০১) আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু শিক্ষাবিদ। অন্ধ্ৰ প্ৰদেশত থকা তিৰুপতিস্থিত পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়মৰ তেখেত উপাচাৰ্য আছিল। "অন্ধ্ৰ মহিলা সভা স্কুল অৱ ইনফৰমেটিকছ"ৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাতা আছিল।
-
ভি. আৰ ললিথাম্বিকা
ডাঃ ভি. আৰ ললিথাম্বিকা ( V. R. Lalithambika; জন্ম ১৯৬২) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সৈতে কাম কৰি অহা এজন ভাৰতীয় অভিযন্তা আৰু বিজ্ঞানী। উন্নত লঞ্চাৰ প্ৰযুক্তিৰ বিশেষজ্ঞ আৰু ২০২২ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে গগণিয়ান অভিযানৰ নেতৃত্ব দিছিল।
-
ভেৰা হিংগোৰানি
ভেৰা হিংগোৰাণী (Vera Hingorani; ২৩ ডিচেম্বৰ ১৯২৪ – ২৩ এপ্ৰিল ২০১৮) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ, আৰু চিকিৎসা বিষয়ক লেখিকা, তেওঁ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ অধ্যাপিকা আৰু মুৰব্বী আছিল।
-
মঞ্জু জয়ডকা
মঞ্জু জয়ডকা (Manju Jaidka) এগৰাকী ভাৰতীয় লেখিকা, ভাৰতত আমেৰিকান ষ্টাডিজত তেওঁৰ অৱদানৰ বাবে পৰিচিত। তেওঁ সমালোচনাৰ এনে চিন্তামূলক অৱদান আগবঢ়াইছিল যিবোৰ মানক প্ৰসংগ হিচাপে বহুলভাৱে স্বীকৃত হৈছে। তেওঁ ভাৰতৰ চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ চেয়াৰপাৰ্চন আৰু অধ্যাপিকা আছিল।
-
মঞ্জু বাঞ্চাল
মঞ্জু বাঞ্চাল (জন্ম: ১ ডিচেম্বৰ ১৯৫০) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষজ্ঞ। বৰ্তমান তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ আণৱিক জৈৱপদাৰ্থ বিজ্ঞান ইউনিটৰ তাত্ত্বিক জৈৱপদাৰ্থ বিজ্ঞান গোটৰ অধ্যাপিকা।
-
মঞ্জু ৰায়
মঞ্জু ৰায় (Manju Ray) হ'ল এগৰাকী মলিকুলাৰ এনজাইম’লজী আৰু কেন্সাৰ বায়’কেমিষ্ট্ৰীৰ বিশেষজ্ঞ ভাৰতীয় বিজ্ঞানী। তেওঁৰ গৱেষণাই কেন্সাৰ প্ৰতিৰোধী ঔষধৰ বিকাশ আৰু কোষৰ পাৰ্থক্য প্ৰক্ৰিয়া বুজি পোৱাত যথেষ্ট অৰিহণা যোগাইছে। তেওঁৰ আগ্ৰহৰ ভিতৰত টিউমাৰ জৈৱ ৰসায়ন আৰু আণৱিক এনজাইম’লজী।
-
মঞ্জুলা অনাগনি
মঞ্জুলা অনাগনি ( Manjula Anagani) এগৰাকী ভাৰতীয় প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ।
-
মধু ভাস্কৰন
মধু ভাস্কৰন (Madhu Bhaskaran) এগৰাকী ভাৰতীয় অভিযন্তা আৰু আৰ এম আই টি বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ আৰ এম আই টি বিশ্ববিদ্যালয়ৰ ফাংচনেল মেটেৰিয়েলছ এণ্ড মাইক্ৰ'চিষ্টেমছ ৰিচাৰ্চ গ্ৰুপৰ সহ-নেতৃত্ব কৰে। তেওঁ ২০১৮ চনত "ইলেক্ট্ৰনিক স্কীন"ৰ বিকাশৰ বাবে এপেক এছপায়াৰ বঁটা লাভ কৰে।
-
মমতাজ সংঘমিতা
মমতাজ সংঘমিতা (Mamtaz Sanghamita) এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ পশ্চিমবংগৰ বৰধমন-দুৰ্গাপুৰ (লোকসভা সমষ্টি)ৰ পৰা ষোড়শ লোকসভাৰ সংসদ সদস্য আছিল। ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।
-
মহাৰাণী চক্ৰৱৰ্তী
মহাৰাণী চক্ৰৱৰ্তী (Maharani Chakravorty, (১৯৩৭-২০১৫)) আছিল এগৰাকী ভাৰতীয় আণৱিক জীৱবিজ্ঞানী৷ এছিয়া আৰু দূৰৱৰ্তী এছিয়াত পুনৰসংমিশ্ৰিত ডিএনএ পদ্ধতিত তেখেতে ১৯৮১ চনত পোনপ্ৰথমবাবৰৰ বাবে গৱেষণাগাৰৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল৷
-
মালবিকা সভাৰৱাল
ডাঃ মালবিকা সভাৰৱাল (Malvika Sabharwal) এপ’ল’ হেল্থকেয়াৰ গ্ৰুপৰ নোভা স্পেচিয়েলিটি হাস্পতাল আৰু নতুন দিল্লীৰ জীৱন মালা হাস্পতালৰ এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, লেপাৰ’স্কপিক চাৰ্জন আৰু প্ৰসূতি বিশেষজ্ঞ।
-
মালা ৰাজ
মালা ৰাজ (Mala Raj) তামিলনাডুৰ চেন্নাইৰ এগৰাকী ভাৰতীয় প্ৰসূতি, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু লেপাৰ'স্কপিক শল্যচিকিৎসক। ২০ বছৰৰো অধিক অভিজ্ঞতাৰে তেওঁ লেপাৰ'স্কপিক পদ্ধতিৰ কামৰ বাবে পৰিচিত, য'ত হিষ্টেৰেকটমী, মাই'মেক্টমী আৰু বন্ধ্যাত্ব ব্যৱস্থাপনা আদি অন্তৰ্ভুক্ত।তেওঁৰ জড়িত হোৱা কামৰ ভিতৰত আছে জটিল আৰু…
-
মিৰুধুবাশিনী গোবিন্দৰাজন
মিৰুধুবাশিনী গোবিন্দৰাজন ( Mirudhubashini Govindarajan; জন্ম ১৯৪৭) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী স্বাস্থ্যসেৱা পৰামৰ্শদাতা, তেওঁ ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰত মহিলাৰ স্বাস্থ্যসেৱা আৰু বন্ধ্যাত্ব ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দি আহিছে।
-
মীনা উপাধ্যায়
মীনা উপাধ্যায় ( Meena Upadhyaya ) এগৰাকী চিকিৎসা জিনীয় বিশেষজ্ঞ আৰু কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ এগৰাকী বিশিষ্ট অধ্যাপিকা। তেওঁ বিভিন্ন জিনীয় বিকাৰৰ সৃষ্টি কৰা জিনসমূহৰ ওপৰত গৱেষণা কৰি আহিছে।
-
মীনাক্ষী গোপীনাথ
মীনাক্ষী গোপীনাথ এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতি বিজ্ঞানী, লেখিকা আৰু নতুন দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ দক্ষিণ এছিয়াৰ মহিলাসকলৰ মাজত শান্তি আৰু আৰ্থ-ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰা বেচৰকাৰী সংস্থা উইমেন ইন ছিকিউৰিটি কনফ্লিক্ট মেনেজমেণ্ট এণ্ড পিছ (WISCOMP)ৰ প্ৰতিষ্ঠাপক আৰু…
-
মীনাক্ষী জৈন
মীনাক্ষী জৈন এগৰাকী ভাৰতীয় ৰাজনীতি বিজ্ঞানী আৰু ইতিহাসবিদ যিয়ে দিল্লীৰ গাৰ্গী কলেজত ইতিহাসৰ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে।
-
মীনাক্ষী বেনাৰ্জী
মীনাক্ষী বেনাৰ্জী ভাৰতীয় চাইন’বেক্টেৰিয়া আৰু টেক্সাছৰ হিউষ্টনত থকা ৰাইচ ইউনিভাৰ্চিটি এপ্লাইড এলগাল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী। তেওঁ ভূপালৰ বৰকাতুল্লা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী আছিল।
-
মুনিয়া গাংগুলী
মুনিয়া গাংগুলী (Munia Ganguli) এগৰাকী ভাৰতীয় বায়'কেমিষ্ট, বায়'টেকনোলজিষ্ট আৰু জিনোমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজি ইনষ্টিউটৰ বিজ্ঞানী (IGIB). তেওঁ ড্ৰাগ সৰবৰাহৰ অ-আক্ৰমণাত্মক প্ৰ’টোকলবিলাকৰ বিকাশৰ বাবে পৰিচিত আৰু তেওঁৰ নেতৃত্বাধীন দলটো ছালৰ ৰোগ বিলাকৰ বাবে এটা ঔষধ বিতৰণৰ ব্যৱস্থা কৰি সফল হৈছিল,…
-
মৃণালিনী দেৱী পুৱাৰ
মৃণালিনী দেৱী পুৱাৰ (Mrunalini Devi Puar; ২৫ জুন ১৯৩১ – ২ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৩৫,০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা এখন স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিল।
-
মেহমুদা আলী শ্বাহ
মেহমুদা আহমেদ আলী শ্বাহ (Mehmooda Ali Shah; ১৯২০–২০১৪), মিছ মেহমুদা নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজ কৰ্মী আৰু শ্ৰীনগৰৰ এম.এ. ৰোডত অৱস্থিত মহিলা চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ।
-
মেৰী পুনেন লুকোস
মেৰী পুনেন লুকোস (Mary Poonen Lukose; ২ আগষ্ট ১৮৮৬ - ২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু ভাৰতৰ প্ৰথম মহিলা চাৰ্জন জেনেৰেল।
-
মৈত্ৰেয়ী ভট্টাচাৰ্য
মৈত্ৰেয়ী ভট্টাচাৰ্য এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী তেওঁ জগদীশ বসু ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিভা অনুসন্ধান, কলকাতাৰ (JBNSTS) অধ্যাপক আৰু সঞ্চালক
-
যোগীন মা
যোগীন মা (১৬ জানুৱাৰী ১৮৫১ - ৪ জুন ১৯২৪) বা সম্পূৰ্ণকৈ যোগীন্দ্ৰ মোহিনী বিশ্বাস হিন্দু ৰহস্যবাদী সাধক ৰামকৃষ্ণৰ পত্নী তথা আধ্যাত্মিক পত্নী সাৰদা দেৱীৰ অন্যতম প্ৰধান নাৰী শিষ্য। গোলাপ মাৰ সৈতে মিলি ৰামকৃষ্ণৰ মঠৰ পবিত্ৰ মাতৃ হিচাপে তেওঁ সাৰদা দেৱীৰ সংগী আছিল।