বিমলা পোদ্দাৰ (Bimla Poddar) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ব্যৱসায়ী, দানবীৰ আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাত নিয়োজিত বাৰাণসী ভিত্তিক সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰ জ্ঞান প্ৰৱাহৰ প্ৰতিষ্ঠাপক।১২৩ সংস্থাটোৰ তত্বাৱধানত পোদ্দাৰ ভাৰতৰ সংস্কৃতিৰ অন্বেষণৰ সৈতে জড়িত কাম-কাজত জড়িত হৈ আছে আৰু প্ৰাচীন ভাৰতৰ শিল্পকৰ্মসমূহ এক ঐতিহ্য সংগ্ৰহালয় ৰক্ষণাবেক্ষণ কৰে।৪৫২৬ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসীত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা তেওঁ এক ধনী ব্যৱসায়িক পৰিয়ালৰ প্ৰয়াত বিমল কুমাৰ পোদ্দাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু বহুতো পৰিয়ালৰ বহু চিন্তাৰ সৈতে জডি়ত, সেইবোৰৰ ভিতৰত অম্বুজা চিমেণ্টছ অন্তৰ্ভুক্ত আছে।৭৮৯ তেওঁক ২০১৫ চনত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল।১০
তথ্যসূত্ৰ
- ↑ (2015). Jnana Pravaha. Jnana Pravaha
- ↑ (2015). Kamat. Kamat
- ↑ (2015). Varanasi. Varanasi
- ↑ (2015). Benares: Bayly and the Making of World History. Jnana Pravaha
- ↑ Melba Levick. (2008). IndiaColor: Spirit, Tradition, and Style. Chronicle Books. পৃ. 175. ISBN 9780811853163
- ↑ (26 January 2015). Good Samaritans among UP's 6 Padma awardees
- ↑ (2015). Neotia family. Neotia family
- ↑ (2015). Zauba Corp. Zauba Corp
- ↑ (2015). Bloomberg. Bloomberg
- ↑ (2015). Padma Awards. Padma Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমলা পোদ্দাৰ” প্ৰবন্ধৰ সংশোধন ৬৩০৫১৩ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।