অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিমলা কুমাৰী

সাৰুংবাম বিমলা কুমাৰী দেৱী (Bimola Kumari) এগৰাকী ভাৰতীয় চিকিৎসক তথা ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফল পশ্চিম অঞ্চলৰ মুখ্য চিকিৎসা বিষয়া। ১৯৭৯ চনৰ পৰা মণিপুৰ ৰাজ্যিক চিকিৎসা সেৱাত সেৱা আগবঢ়োৱাৰ লগতে বেছিভাগ সময় গ্ৰাম্য অঞ্চলত কৰ্মৰত আছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মণিপুৰ ভ্ৰমণৰ সময়ত তেওঁ…

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

সাৰুংবাম বিমলা কুমাৰী দেৱী (Bimola Kumari) এগৰাকী ভাৰতীয় চিকিৎসক তথা ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফল পশ্চিম অঞ্চলৰ মুখ্য চিকিৎসা বিষয়া।১২ ১৯৭৯ চনৰ পৰা মণিপুৰ ৰাজ্যিক চিকিৎসা সেৱাত সেৱা আগবঢ়োৱাৰ লগতে বেছিভাগ সময় গ্ৰাম্য অঞ্চলত কৰ্মৰত আছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মণিপুৰ ভ্ৰমণৰ সময়ত তেওঁ খাদ্য সুৰক্ষা কাৰ্যালয়ৰ মুৰব্বী হৈ আছিল।৩ ২০১৪ চনৰ ডঃ বি. আৰ. আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা কুমাৰীক ২০১৫ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল।৩৪

তথ্যসূত্ৰ

  1. ↑ (26 January 2015). India Medical Times. India Medical Times
  2. ↑ (25 January 2015). DNA India. DNA India
  3. ↑ (2015). http://ifp.co.in/page/items/25084/state-doctor-to-be-conferred-padma-shri
  4. ↑ (2015). Padma Awards. Padma Awards

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমলা কুমাৰী” প্ৰবন্ধৰ সংশোধন ৪৮৭৩৭৮ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।