ৱিকিপিডিয়া হৈছে স্বেচ্ছাসেৱী সম্পাদকৰ এটা সম্প্ৰদায়ৰ দ্বাৰা সম্পাদিত আৰু পৰিচালিত এক বিনামূলীয়া বহুভাষিক মুক্ত উৎস ৱিকি ভিত্তিক অনলাইন বিশ্বকোষ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইংৰাজী ভাষাৰ বিশ্বকোষ হিচাপে আৰম্ভ কৰা হৈছে। অতি সোনকালেই অন্য ভাষাৰো সংস্কৰণৰ সৃষ্টি হয়: জাৰ্মান আৰু কাটালান সংস্কৰণৰ সৃষ্টি হয় প্ৰায় ১৬ মাৰ্চত, ১ ফৰাচী সংস্কৰণ ২৩ মাৰ্চত ২ আৰু ছুইডিছ সংস্কৰণ ২৩ মে'ত সৃষ্টি কৰা হয়। ৩ ২০২৩ চনৰ নৱেম্বৰ মাহলৈকে ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ ৩৯৯টা সংস্কৰণত সৃষ্টি কৰা হৈছে, বৰ্তমান ৩২৬টা সংস্কৰণ সক্ৰিয় আৰু ১৩টা বন্ধ। ৪
মেটা-ৱিকি ভাষা সমিতিয়ে নতুন ৱিকিমিডিয়া প্ৰকল্প সৃষ্টিৰ নীতি পৰিচালনা কৰে। যোগ্য হ'বলৈ, এটা ভাষাৰ এটা বৈধ ISO 639 ক'ড থাকিব লাগিব, "যথেষ্ট অনন্য", আৰু "যথেষ্ট সংখ্যক সাৱলীল ব্যৱহাৰকাৰী" হ'ব লাগিব। ৫
ৱিকিপিডিয়াৰ তালিকা
- ইংৰাজী
- চেবুআন'
- জাৰ্মান
- ফৰাছী
- চুইডীয়
- ওলন্দাজ
- ৰুছ
- আৰবী
- চীনা
- মিচৰীয় আৰবী
- ইটালীয়
- জাপানী
- ফাৰ্চী
- প'লিছ
- পৰ্তুগীজ
- স্পেনীয়
- ইউক্ৰেনীয়
- ভিয়েটনামী
- ৱাৰায়
- আফ্ৰিকান্স
- আলবেনীয়
- আৰ্মেনীয়
- এষ্ট’নিয়
- আজাৰবাইজানী
- বাস্ক
- বেলাৰুচীয়
- বাংলা
- বুলগেৰীয়
- মান
- কেণ্টনি
- কাটালান
- ক্ৰ'ৱেচীয়
- চেক
- ডেনিছ
- এস্পেৰান্তো
- ফিনিছীয়
- গেলিচিয়
- জৰ্জিয়
- গ্ৰীক
- হিব্ৰু
- হিন্দী
- হাঙ্গেৰীয়
- ইণ্ডোনেচীয়
- কাজাখ
- কোৰীয়
- লেডিন
- লেটিন
- লাত্ভীয়
- মেচিডনীয়
- নৰৱেজীয়
- নৰৱেজীয় (নিনৰ্স্ক)
- ৰোমানীয়
- চাৰ্বীয়
- চাৰ্ব'-ক্ৰ'ৱেচীয়
- সৰল ইংৰাজী
- স্লোভাক
- শ্ল’ভেনিয়
- মিন নান
- তামিল
- তাতাৰ
- তেলুগু
- থাই
- তুৰ্কি
- উৰ্দু
- ৱিজবেক
- ৱেল্ছ
- আলেমান্নিস্কি
- এৰাগনি
- অসমীয়া
- আস্তুৰিয়
- বালি ভাষা
- বসনীয়
- ব্ৰেটন
- চুভাষ
- ক্ৰিমিয় তাতাৰ
- আইৰিচ
- জাভানী
- কন্নড়
- কুৰ্দিচ
- মৈথিলী
- মালায়ালম
- মাৰাঠী
- নেপালী
- অচেটীয়
- ওড়িয়া
- অকচিটা
- পঞ্জাবী
- চামগিচীয়
- সংস্কৃত
- চাঁওতালি
- স্কটীয়
- স্কটীয় গাৰ্লিক
- চাইলেচীয়
- সিন্ধি
- স্বাহিলি
- তাগালগ
- ভোলাপুক
- যিদ্দি
- জুলু
- বামবাৰা
- ভোজপুৰী
- ডাচ নিম্ন চেক্সন
- এক্সট্ৰেমাদুৰান
- কোঙ্কণী
- গুৱাৰাণী
- কাশ্মিৰী
- উত্তৰাঞ্চলীয় সামি
- ৰিপুয়াৰীয়
- তুলু
- ৱায়ূ
- ৱিলফ
- নিঅ'-আৰামাইক
- বিষ্ণুপ্ৰিয়া মণিপুৰী
- চিচিলিয়
- চেচেন
- শাস্ত্ৰীয় চীনা
- ইডো
- আইচলেণ্ডীয়
- জামাইকান ক্ৰিৱ'লি
- ক্ৰি
- খোচা
- লিথুৱানীয়
- মালয়
- মঙ্গোলিয়
- মেইতেই (মণিপুৰী)
- মিনাংকাবাউ
- নেপাল ভাষা (নেৱাৰী)
- পস্ত'
- চুদানী
- ভেণ্ডা
- পশ্চিম ফ্ৰিজিয়
- ৱিঘুৰ
- ৱিত্তৰাঞ্চলীয় সামি
- য়ৰুবা
- গুজৰাটী
- পালি
- অংগিকা
- অৱধী
- ডোটেলী
- ফিজি হিন্দী
ভাৰতৰ বিভিন্ন ভাষাৰ ৱিকিপিডিয়া
ভাৰতৰ বিভিন্ন ভাষাৰ ৱিকিপিডিয়াৰ মুখ্য পৃষ্ঠাৰ পোনপটীয়া লিংক:
• অসমীয়া • বাংলা • বিষ্ণুপ্ৰিয়া মণিপুৰী • ওড়িয়া • সংস্কৃত • হিন্দী • মৈথিলী • ভোজপুৰী • নেপালী • অংগিকা • অৱধী • ডটেলী • মাৰাঠী • পালি • গুজৰাটী • পঞ্জাবী • পশ্চিম পঞ্জাবী • উৰ্দু • কাশ্মিৰী • সিন্ধী • তামিল • তেলুগু • কন্নড় • মালয়ালম • তুলু • মণিপুৰী • চাওঁতালি • কোংকণী • নেৱাৰী • ফিজি হিন্দী • ছিলেটী • মগহী
ভাৰত, নেপাল, বাংলাদেশৰ বিভিন্ন ভাষাৰ ৱিকিমিডিয়াসমূহৰ তালিকা
• কামতাপুৰী • ৰাজবংশী (নেপাল) • বড়ো
• ''মিচিং • মিজো • চাঁটগাঁইয়া • মাৰোৱাৰী
• ৰাজস্থানী • শেষী পাঙ • কচ্ছী
তথ্যসূত্ৰ
- ↑ (16 March 2001). https://lists.wikimedia.org/pipermail/wikipedia-l/2001-March/000048.html
- ↑ Noisette, Thierry. (24 September 2010). Wikipédia en français dépasse le million d'articles. ZDNet France. Red Ventures
- ↑ History of HomePage. Swedish Wikipedia
- ↑ Wikipedia statistics/meta.tab - Wikimedia Commons. ৱিকিমিডিয়া কমন্স
- ↑ Language proposal policy, revision 21811318. ৱিকিমিডিয়া ফাউণ্ডেশ্যন"Language proposal policy, revision 21811318". Meta-Wiki. Archived from the original on 22 December 2021. Retrieved 31 August 2021
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিপিডিয়াৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬১৯১১৯ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।