মৈথিলী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মৈথিলী ভাষাৰ সংস্কৰণ। ২০১৪ চনৰ ৬ নৱেম্বৰত এই ছাইটটো মুকলি কৰা হৈছিল।১ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ৱিকিপিডিয়াত মৈথিলী ভাষাৰ প্ৰবন্ধ দেৱনাগৰী লিপিৰে লিখা হয়।২ মৈথিলী হ'ল ভাৰতৰ বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত প্ৰচলিত ভাৰত-আৰ্য ভাষা পৰিয়াল আৰু ই ভাৰতীয় স্বীকৃতিপ্ৰাপ্ত ২২ টা ভাষাৰ ভিতৰত অন্যতম।৩৪৫ তাৰোপৰি এই ভাষা নেপালৰ পূব তৰাইতো প্ৰচলিত আৰু নেপালৰ দ্বিতীয় প্ৰচলিত ভাষা তথা নেপালৰ ১২২ টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ ভিতৰত অন্যতম।৬৭
ইতিহাস
২০০৮ চনৰ পৰাই মৈথিলী ভাষাৰ ৱিকিপিডিয়া সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয়।১৮
ব্যৱহাৰকাৰী আৰু সম্পাদক
| + Maithili Wikipedia statistics৯ | |||
| Number of user accounts | Number of articles | Number of files | Number of administrators |
|---|
তথ্যসূত্ৰ
- ↑ थारु, बुनु. जनकपुरका युवा जसले मैथिली विकिपिडियाको सुरुवात गरे. eKantipur
- ↑ Yadava, Y. P. (2013). Linguistic context and language endangerment in Nepal. Nepalese Linguistics 28: 262–274
- ↑ Archived copy
- ↑ Prakash Javadekar likely to call meeting of experts to promote Maithili script - मैथिली लिपि को बढ़ावा देने के लिए विशेषज्ञों की जल्द ही बैठक बुला सकते हैं प्रकाश जावड़ेकर
- ↑ मैथिली को भी मिलेगा दूसरी राजभाषा का दर्जा
- ↑ Nepal. Ethnologue
- ↑ Sah, K. K. (2013). Some perspectives on Maithili. Nepalese Linguistics. পৃ. 179–188
- ↑ जोशी, यज्ञराज. (3 June 2019). मैथिली विकिपिडिया स्थापना गरेर जो विश्वका १८ योगदानकर्ताभित्र छानिए. nepalkhabar
- ↑ List of Wikipedias. Wikimedia Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৈথিলী ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৫৬ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।