অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ডোটেলী‌ ৱিকিপিডিয়া

ডোটেলী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ডোটেলী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ইয়াৰ সৃষ্টি হৈছিল ২০১৭ চনৰ ২৪ এপ্ৰিলত। সৃষ্টিৰ পিছত যেতিয়া ইয়াক ইনকিউবেটৰৰ পৰা আমদানি কৰা হৈছিল, তেতিয়া ইয়াত মুঠ ২৮০২টা সামগ্ৰী আছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ডোটেলী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ডোটেলী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।১ ইয়াৰ সৃষ্টি হৈছিল ২০১৭ চনৰ ২৪ এপ্ৰিলত। সৃষ্টিৰ পিছত যেতিয়া ইয়াক ইনকিউবেটৰৰ পৰা আমদানি কৰা হৈছিল, তেতিয়া ইয়াত মুঠ ২৮০২টা সামগ্ৰী আছিল। ২০১৭ চনৰ ২৮ এপ্ৰিললৈকে ইয়াৰ মুঠ ৩৮৪৩ পৃষ্ঠা আছিল, ইয়াৰে ২,৮১০ পৃষ্ঠা প্ৰবন্ধৰ আছিল। তেওঁলোকৰ সৃষ্টিত ১৪,৩০৫টা সম্পাদনা কৰা হৈছিল। এই সময়ছোৱাত ৭৬ জন পঞ্জীয়নভুক্ত সদস্যৰ ভিতৰত ৯ জন সক্ৰিয় সদস্য আছিল। আপলোড কৰা ফাইলৰ সংখ্যা শূন্য আৰু গভীৰতা এটা আছিল।২৩

তথ্যসূত্ৰ

  1. ↑ Wikistats - Statistics For Wikimedia Projects. stats.wikimedia.org
  2. ↑ List of Wikipedias. मेटा विकि
  3. ↑ (25 अप्रैल 2017 (वैशाख १२)). विकिपिडिया अब डोटेली भाषामा पनि. उजालो ऑनलाइन

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোটেলী‌ ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৪৫৪২৫৫ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।