অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

অৱধী ৱিকিপিডিয়া

অৱধী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অৱধী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ডিচেম্বৰ, ২০২৪ পৰ্যন্ত অৱধী সংস্কৰণত ১৯ জন সক্ৰিয় অৱদানকাৰী আৰু ১ জন প্ৰশাসককে ধৰি ৩,৭১০ জন অৱদানকাৰী আছে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অৱধী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অৱধী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।১ ডিচেম্বৰ, ২০২৪ পৰ্যন্ত অৱধী সংস্কৰণত ১৯ জন সক্ৰিয় অৱদানকাৰী আৰু ১ জন প্ৰশাসককে ধৰি ৩,৭১০ জন অৱদানকাৰী আছে। অৱধী ভাষা হ'ল উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ অৱধ অঞ্চল আৰু পশ্চিম নেপালৰ তেৰাই অঞ্চলত প্ৰচলিত ভাৰত-আৰ্য ভাষা পৰিয়াল।

তথ্যসূত্ৰ

  1. ↑ Wikistats - Statistics For Wikimedia Projects. stats.wikimedia.org

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱধী ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৪৫৪২৫৩ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।