পঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পঞ্জাবী সংস্কৰণ। এই ৱিকিপিডিয়া দুভাগত বিভক্ত (পূব পঞ্জাবী আৰু পশ্চিম পঞ্জাবী)। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা পূব পঞ্জাবী আৰু টা পশ্চিম পঞ্জাবী প্ৰবন্ধ আছে।
পৰিসংখ্যা
চনত পঞ্জাবী ৱিকিপিডিয়াৰ টা প্ৰবন্ধ, গৰাকী সম্পাদক, গৰাকী প্ৰশাসক আৰু টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্জাবী ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৪৪৮৭৯৪ (২৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।