লেডিন ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ লেডিন ভাষাৰ সংস্কৰণ। লাডিন সংস্কৰণ ২০২০ চনৰ আগষ্ট মাহত আৰম্ভ হয়।১২ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
তথ্যসূত্ৰ
- ↑ Al é nasciü la Wikipedia Ladina – La Usc di Ladins. www.lausc.it
- ↑ (28 October 2020). Wikipedia ladina "Finalmente ce l'abbiamo fatta" - Cultura e Spettacoli. Alto Adige
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেডিন ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৪৫২৫০৫ (৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।