অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

কাশ্মীৰী ৱিকিপিডিয়া

কাশ্মীৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাশ্মীৰী ভাষাৰ সংস্কৰণ। ২০০৪ চনত এই সংস্কৰণ মুকলি কৰা হৈছিল। ২০২১ চনৰ ২৯ নৱেম্বৰত ই ১০০০ প্ৰবন্ধৰ মাইলৰ খুঁটি অতিক্ৰম কৰে। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কাশ্মীৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাশ্মীৰী ভাষাৰ সংস্কৰণ। ২০০৪ চনত এই সংস্কৰণ মুকলি কৰা হৈছিল। ২০২১ চনৰ ২৯ নৱেম্বৰত ই ১০০০ প্ৰবন্ধৰ মাইলৰ খুঁটি অতিক্ৰম কৰে।১২৩৪ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।৫ ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ ১১,৮৩০ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছে আৰু প্ৰবন্ধৰ সংখ্যা অনুসৰি ই ৱিকিপিডিয়াৰ ২০৭ সংখ্যক বৃহত্তম সংস্কৰণ।

ইতিহাস

২০০৪ চনত কাশ্মীৰী ৱিকিপিডিয়া আৰম্ভ হয়। এই তাৰিখটো কাশ্মীৰী ৱিকিপিডিয়াৰ জন্মদিন হিচাপেও পালন কৰা হয়।

ব্যৱহাৰকাৰী আৰু সম্পাদক

+ Kashmiri Wikipedia statistics
Number of user accountsNumber of articlesNumber of filesNumber of administrators

তথ্যসূত্ৰ

  1. ↑ Wikimedia Statistics. ৱিকিমিডিয়া ফাউণ্ডেশ্যন
  2. ↑ (8 August 2016). India's 23rd Regional Language Wikipedia Goes Live in Tulu. NDTV Gadgets 360
  3. ↑ Kashmir language Makes it to Wikipedia. Brighter Kashmir
  4. ↑ Iflaq, Peerzada. (2022-03-04). Volunteers keeping Koshur alive!. Kashmir Reader
  5. ↑ Wikistats - Statistics For Wikimedia Projects. stats.wikimedia.org

সম্পৰ্কিত শ্ৰেণী

জম্মু আৰু কাশ্মীৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাশ্মীৰী ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৮২৬১ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।