অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হিন্দু ধৰ্ম

হিন্দু ধৰ্ম (সনাতন ধৰ্ম) হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ। ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজা ধৰ্মমতকে সনাতন ধৰ্ম (सनातन धर्म) নামেৰেও অভিহিত কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪৩৭ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্ম (সনাতন ধৰ্ম) হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ।১ ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজা ধৰ্মমতকে সনাতন ধৰ্ম (सनातन धर्म) নামেৰেও অভিহিত কৰে।২৩ বা "প্ৰাচীনতম জীৱিত প্ৰধান মতবাদ"৪৫৬৭ আখ্যা দিয়া হয়।

নামৰ উৎপত্তি

হিন্দু শব্দটো উচ্চাৰিত হৈছে সংস্কৃত সিন্ধু শব্দৰপৰা। সিন্ধু হৈছে ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ এখন ঐতিহাসিক নদীৰ নাম।৮

হিন্দু দৰ্শন

মধ্যযুগৰ ব্ৰাহ্মণীয়-সংস্কৃতসকলৰ ৰচনাত ছটা ৰক্ষণশীল শাখা দেখা যায়। এইকেইটাক একেলগে "ষড় দৰ্শন" বোলা হয়। "ষড় দৰ্শন"ত 'বেদ'ক সকলো জ্ঞানৰ আকৰ বুলি মনা হয়। আৰু 'বেদ'ৰপৰাই এই শাখাসমূহ উৎপত্তি হোৱা বুলি কোৱা হয়।৯১০১১

  • ন্যায়, তৰ্ক শাখা (the school of logic)
  • বৈশেষিকা, কণা শাখা (the atomist school)
  • সাংখ্য দৰ্শন, (the enumeration school)
  • যোগ দৰ্শন,( বা যোগ), পতঞ্জলিৰদ্বাৰা স্থাপিত শাখা (পতঞ্জলিয়ে সাংখ্য দৰ্শনৰো পোষকতা কৰিছিল। )
  • পূৰ্ব মীমাংসা (বা মীমাংসা), বৈদিক ৰীতি-নীতি পোষকতা কৰা শাখা
  • বেদান্ত (বা উত্তৰ মীমাংসা), উপনিষদৰ ৰীতি-নীতি পোষকতা কৰা শাখা, বৈদিক দৰ্শনকো সমানে গুৰুত্ব দিয়া শাখা

ঐতিহাসিক আৰু ধাৰণাভিত্তিক মিল থকাৰ বাবে ইয়াক আন তিনিটা গোটত ভাগ কৰা হয়ঃ ন্যায়-বৈশেষিকা, সাংখ্য-যোগ আৰু মীমাংসা-বেদান্ত। বেদান্ত দৰ্শনৰ আকৌ আকৌ ছটা উপ-শাখা আছেঃ অদ্বৈত (অজাতিবেদক সাঙুৰি), বিশিষ্টদ্বৈত, দ্বৈত, দ্বৈতদ্বৈত, শুদ্বদ্বৈত, আৰু অচিন্ত ভেদ-অভেদ।

ওপৰত উল্লিখিত ছটা শাখাৰ বাহিৰেও আৰু শাখা বিদ্যমান। কিন্তু প্ৰধান শাখা এই ছটায়েই। ইয়াৰ বাহিৰেও 'ব্যাকৰণীয়' আন এটা ৰক্ষণশীল দৰ্শনৰ বিভাগ।১০ এই সমূহ দৰ্শনে 'বেদ'ৰ অস্তিত্বক স্বীকাৰ কৰে। 'বেদ'ৰ অস্তিত্বক অস্বীকাৰ কৰা দৰ্শন শাখাসমূহক ব্ৰাহ্মণসকলে অৰক্ষণশীল ('নাস্তিক' ) আখ্যা দিছিল।১০অৰক্ষণশীল শাখাসমূহৰ ভিতৰত বৌদ্ধ, জৈন আৰু চাৰ্বাক দৰ্শনেই প্ৰধান।

ভাগসমূহ

  • গণপত্য
  • হালুমথা
  • সন্ত মত
    • দাদুপন্থ
    • কবীৰ পন্থ
    • ৰবিদাসী ধৰ্ম
    • সাধ
  • সত্য মহিমা ধৰ্ম
  • শৈৱধৰ্ম১২
    • অঘোৰী
    • কপালিক
    • কাশ্মীৰ শৈৱধৰ্ম
    • কাউমাৰ
    • নাথ
    • আদিনাথ সম্প্ৰদায়
    • ইচেংগেৰি সম্প্ৰদায়
    • পশুপত শৈৱধৰ্ম
    • শৈৱসিদ্ধান্ত
    • বীৰশৈৱবাদ
    • লিংগায়তবাদ
  • শাক্তধৰ্ম১২
    • কেৰিবিয়ান শাক্তধৰ্ম
    • শ্ৰীকুল
  • স্মাৰ্থধৰ্ম
  • শ্ৰৌত
  • তান্ত্ৰিকতা
    • কাউল
    • নেৱাৰ হিন্দু ধৰ্ম
  • একশৰণ নাম ধৰ্ম/কৃষ্ণ ধৰ্ম১২১৩
    • বাল্মীকি ধৰ্ম
    • ভাগৱত পৰম্পৰা
    • ব্ৰহ্ম সম্প্ৰদায়
    • মধ্ব পৰম্পৰা
    • গৌড়ীয় বৈষ্ণৱ ধৰ্ম
    • মণিপুৰী বৈষ্ণৱ ধৰ্ম
    • হৰিদাস
    • একচাৰণ ধৰ্ম
    • কাপাড়ী সম্প্ৰদায়
    • মহানুভৱ
    • নিম্বৰ্ক সম্প্ৰদায়
    • প্ৰণামী/প্ৰণামী সম্প্ৰদায়
    • ৰাধা বল্লভ সম্প্ৰদায়
    • ৰামসনেহী সম্প্ৰদায়
    • ৰুদ্ৰ সম্প্ৰদায়
    • পুষ্টিমাৰ্গ
    • শ্ৰী বৈষ্ণৱ ধৰ্ম
    • ৰামানন্দী সম্প্ৰদায়
    • তেনকালৈসকল
    • মানৱালা মামুনিগল সভা
    • বৈষ্ণৱ-সহজিয়া
    • ৱাৰকাৰী
  • জুনবাদ (বিবাদিতভাৱে হিন্দু)

সংমিশ্ৰিত হিন্দু ধৰ্ম

লগতে চাওক

বাহ্যিক সংযোগ

|publisher=www.oneworld-publications.com |accessdate=2008-07-06 |author=Prof. Klaus K. Klostermaier]

শ্ৰৱণ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hinduism is variously defined as a "religion", "set of religious beliefs and practices", "religious tradition" etc. For a discussion on the topic, see: "Establishing the boundaries" in Gavin Flood (2003), pp. 1–17. René Guénon in his Introduction to the Study of the Hindu Doctrines (1921 ed.), Sophia Perennis, ISBN 0-900588-74-8, proposes a definition of the term "religion" and a discussion of its relevance (or lack of) to Hindu doctrines (part II, chapter 4, p. 58)
  2. ↑ The Concise Oxford Dictionary of World Religions. Ed. John Bowker. Oxford University Press, 2000
  3. ↑ The term "Dharma" connotes much more than simply "law". It is not only the doctrine of religious and moral rights, but also the set of religious duties, social order, right conduct and virtuous things and deeds. As such Dharma is the Code of Ethics. The modern use of the term can be traced to late 19th century Hindu reform movements (J. Zavos, Defending Hindu Tradition: Sanatana Dharma as a Symbol of Orthodoxy in Colonial India, Religion (Academic Press), Volume 31, Number 2, April 2001, pp. 109–123; see also R. D. Baird, "Swami Bhaktivedanta and the Encounter with Religions", Modern Indian Responses to Religious Pluralism, edited by Harold Coward, State University of New York Press, 1987); less literally also rendered "eternal way" (so Harvey, Andrew. (2001). Teachings of the Hindu Mystics. Shambhala. পৃ. xiii. ISBN 1-57062-449-6). See also লৌকিক আৰু বৈদিক হিন্দু ধৰ্ম ৰপৰা বৈষ্ণৱধৰ্মৰ অনুৰূপ ভক্তিবাদী ধাৰাৰ নিচিনা একাধিক জটিল মতবাদ সমূহৰ সমন্বয়ৰ এক প্ৰচেষ্টা পৰিলক্ষিত হয়। যোগ, কৰ্মযোগৰ ধাৰণা আৰু হিন্দু বিবাহৰ নিচিনা বিষয়সমূহো হিন্দুধৰ্মৰ সৈতে অঙ্গাঙ্গীভাবে জড়িত। হিন্দু ধৰ্ম একাধিক ধৰ্মীয় ঐতিহ্যৰ সমন্বয়ত গঠিত। এই ধৰ্মৰ কোনো একক প্ৰতিষ্ঠাতা নাই। হিন্দু ধৰ্মক বিশ্বৰ "প্ৰাচীনতম জীৱিত ধৰ্মবিশ্বাস"<ref>Morgan, Sarma 1953
  4. ↑ (2000). Merriam-Webster's Collegiate Encyclopedia. Merriam-Webster. পৃ. 751. ISBN 0877790175
  5. ↑ Laderman, Gary. (2003). Religion and American Cultures: An Encyclopedia of Traditions, Diversity, and Popular Expressions. ABC-CLIO. পৃ. 119. ISBN 1-57607-238-X
  6. ↑ Turner, Jeffrey S. (1996). Encyclopedia of relationships across the lifespan. Greenwood Press. পৃ. 359. ISBN 0-313-29576-X
  7. ↑ Klostermaier 1994, পৃ. 1
  8. ↑ "India", Oxford English Dictionary, second edition, 2100a.d. Oxford University Press
  9. ↑ Flood, op. cit., p. 231– 232
  10. ↑ Chatterjee and Datta, p. 5
  11. ↑ Michaels, p. 264
  12. ↑ Tattwananda, Swami. (1984). Vaisnava Sects, Saiva Sects, Mother Worship. Firma KLM Private Ltd
  13. ↑ Dandekar, R. এন. (1987). বৈষ্ণৱধৰ্ম: এক আভাস. দ্য এনচাইক্লোপিডিয়া অফ ৰিলিজন. মেকমিলান

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দু ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৬৩৮০৩৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।