অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০ ছেপ্টেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২২ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৭৮ - দা হিন্দু (The Hindu) নামৰ ইংৰাজী বাতৰি কাকতখন প্ৰথম প্ৰকাশ পায়।
  • ১৯৮৪ - লেবানৰ ৰাজধানী বেইৰুট স্থিত আমেৰিকাৰ দূতাবাসত এক আত্মঘাতী বোমা বিষ্ফোৰণ সংঘটিত হৈছিল।

জন্ম

  • ১৮৫৩ - চুলালংকৰন, থাইলেণ্ডৰ ৰজা।
  • ১৯৪৩ - জয়ন্ত হাজৰিকা, প্ৰয়াত কণ্ঠশিল্পী।
  • ১৯৪৯ - মহেশ ভট্ট, ভাৰতৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক।
  • ১৯৮৩ - বৰষা ৰাণী বিষয়া, অভিনেত্ৰী।
  • ১৯৮৮ - খবিব নুৰমাগ'মেদভ, সমৰ কলাবিদ, ইউ এফ চি (UFC) চেম্পিয়ন।
  • ১৯৯৮ - ৰছীদ খান, আফগানিস্থানৰ ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৩৮৮ - ফিৰোজ শ্বাহ টোঘলক, দিল্লীৰ চুলটান।
  • ১৮১৯ - এব্বে ফৰিয়া, দাৰ্শনিক আৰু মনোবিজ্ঞানী, সন্মোহন বিদ্যাৰ অধ্যয়ন কৰোঁতা।
  • ১৯২৮ - শ্ৰী নাৰায়ণ গুৰু, দাৰ্শনিক আৰু সমাজ সেৱক।
  • ১৯৩৩ - এনী বেছাণ্ট (Annie Besant), ইংৰাজ সমাজকৰ্মী, লেখিকা আৰু বক্তা আছিল।
  • ১৯৪২ - কনকলতা বৰুৱা, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।
  • ১৯৪২ - মুকুন্দ কাকতি, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে কনকলতা বৰুৱাৰ সৈতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়।
  • ২০১৫ - জগমোহন ডালমিয়া, ভাৰতৰ এগৰাকী উদ্যোগপতি আৰু ক্ৰিকেট প্ৰশাসক।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩৩৩৯০ (১৭ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।