ভাৰতীয় কণ্ঠশিল্পী
১৭৯ প্ৰবন্ধ
-
শিপ্ৰা বসু
শিপ্ৰা বসু (ইংৰাজী: Sipra Bose; ৯ নৱেম্বৰ ১৯৪৫ – ২২ এপ্ৰিল ২০০৮) ভাৰতৰ কলকাতাৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত ধাৰাৰ এগৰাকী বিশিষ্ট গায়িকা আছিল।
-
শ্বেতা চেট্টী
শ্বেতা চেট্টী (Shweta Shetty; জন্ম: ২০ জুন ১৯৬৯) এগৰাকী ভাৰতীয় কন্ঠশিল্পী যি তেওঁৰ এলবামৰ বাবে আৰু বলীউড চলচ্চিত্ৰ চাউণ্ডট্ৰেকলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত। তাই হিন্দী আৰু কানাড়া ভাষাত গান গায়।
-
সংগীতা কাকতি
সংগীতা কাকতি (Sangita Kakati; জন্ম - ২০জানুৱাৰী) অসমৰ এগৰাকী কণ্ঠশিল্পী। সংগীতা কাকতিয়ে শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয়,আধুনিক, লোক সংগীত, বৰগীতৰ লগতে বহুতো ভক্তিমূলক গীততো কণ্ঠ দান কৰিছে। এতিয়ালৈকে তেওঁ গোৱা গীতৰ সংখ্যা ১০০০ তকৈ অধিক হৈছেগৈ।
-
সোমলতা আচাৰ্য্য চৌধুৰী
সোমলতা আচাৰ্য্য চৌধুৰী (Somlata Acharyya Chowdhury; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আৰু অধ্যাপিকা। তেওঁ ২০১১ চনৰ বঙালী চলচ্চিত্ৰ ৰঞ্জনা আমি আৰ আসবনাৰ 'তুমি আসবে বলে' আৰু 'জাগৰণে যায় বিভাবৰী' শীৰ্ষক গীতদুটিৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।
-
স্বৰণ লতা (কণ্ঠশিল্পী)
স্বৰণ লতা বা স্বৰণলতা (ਸਵਰਨ ਲਤਾ, জন্ম: ১৯ নৱেম্বৰ, ১৯৩৮) হ'ল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী। লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়।
-
অনিতা কুপ্পুস্বামী
অনিথা কুপ্পুস্বামী (Anitha Kuppusamy) এজন তামিল লোক-সংগীত আৰু কৰ্ণাটক সংগীতশিল্পী আৰু টেলিভিচন হোষ্ট তেওঁৰ 'নাতুপুৰা পট্টু' নামত পৰিচিত, যি এটা 'তামিল লোকশিল্প'। অনিতা অলপ বয়সৰ পৰাই গায়ক হোৱাৰ আগ্ৰহী আছিল। গান গোৱাৰ উপৰিও অনিতা ভালেমান টেলিভিচন ৰিয়েলিটি শ্ব'ত বিচাৰক হিচাপে দায়িত্ব পালন কৰিছিল।
-
অভয়া হিৰন্ময়ী
অভয়া হিৰন্ময়ী (জন্ম ২৪ মে' ১৯৮৯) হৈছে এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেখেতে মালায়ালম আৰু তেলেগু ভাষাত বহুকেইটা গীত বাণীবদ্ধ কৰিছে। মালায়ালম ভাষাৰ ছবি গোড়ালোচনাত কণ্ঠদান কৰা কয়িকড়ে শীৰ্ষক গীতটিৰ বাবে এইগৰাকী কণ্ঠশিল্পীয়ে ২০১৭ চনৰ এছিয়াভিছন ছবি বঁটা-প্ৰদান অনুষ্ঠানত "সংগীতত উৎকৃষ্টতা"…
-
আছগৰী বাই
আছগৰী বাই ( Asgari Bai; ২৫ আগষ্ট ১৯১৮ – ৯ আগষ্ট ২০০৬) এগৰাকী ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী। সংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী, তানচেন সন্মান, সংগীত নাটক একাডেমী বঁটা আৰু শিখৰ সন্মান লাভ কৰিছিল।
-
আশা পুথলী
আশা পুথলী (ইংৰাজী: Asha Puthli; জন্ম: ৪ ফেব্ৰুৱাৰী, ১৯৪৫) এগৰাকী ভাৰতীয় গায়িকা-গীতিকাৰ, প্ৰযোজক আৰু অভিনেত্ৰী। পুথলীয়ে ভাৰতীয়-জাপানীজ ফিউজন গীতৰ এটা ডেমো টেপ আৰু নৃত্যৰ জলপানী লৈ মুম্বাইৰপৰা নিউয়ৰ্কলৈ গৈছিল।
-
ইমন চক্ৰৱৰ্তী
ইমন চক্ৰৱৰ্তী (Iman Chakraborty, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ ফিল্মী, স্বতন্ত্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগত জড়িত। ইমন চক্ৰৱৰ্তীয়ে ২০১৭ চনত বঙালী ভাষাৰ ছবি 'প্ৰাক্তন'ত তেওঁৰ গীত "তুমি যাকে ভালোবাসো"ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয়…
-
কায়ান
অম্বিকা নায়ক, যি পেশাগতভাৱে কায়ান নামে পৰিচিত, এগৰাকী ভাৰতীয় সংগীতশিল্পী, গায়িকা আৰু ডিজে। তেওঁৰ মঞ্চনাম "কায়ান" হৈছে তেওঁৰ উপনাম "নায়ক"ৰ বিপৰীত আকাৰ। লগতে, তেওঁ কিমোচি ইয়ৌকাই গোটৰ সদস্য আৰু নিৰ্মিত শ্বাহৰ সৈতে নাথিং এন'নিমাছ নামৰ ইলেক্ট্ৰনিক সংগীতযুটিৰ অংশ।
-
কাশীনাথ য়াদৱ
কাশীনাথ য়াদৱ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এজন ভাৰতীয় লোকগায়ক তথা ৰাজনীতিবিদ, যি আহিৰ জনগোষ্ঠীৰ জনগোষ্ঠীয় ভোজপুৰী লোকশৈলী বিৰাহা গোৱাৰ বাবে বিখ্যাত। তেওঁ সমাজবাদী পাৰ্টিৰ শাসনকালত উত্তৰ প্ৰদেশ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
-
কে চি ৰুনৰেমছাংগী
কে চি ৰুনৰেমছাংগী (KC Runremsangi; জন্ম: ১ মাৰ্চ ১৯৬৩) এগৰাকী ভাৰতীয় লোকসংগীত শিল্পী। তেওঁক "কুইন অৱ মিজো ফ'ক চং" বুলি অভিহিত কৰা হৈছে। মিজো এটা ভাষা, এই ভাষাত ডজনতকৈ অধিক ৰেকৰ্ডিং কৰা ছাংগীয়ে ২০২৩ চনত পদ্মশ্ৰী আৰু ২০১৭ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
গম্ভৰী দেৱী
গম্ভৰী দেৱী (১৯২২ – ৮ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় লোক সংগীতশিল্পী, লোকনৃত্যশিল্পী, লোকসংস্কৃতিবিদ। হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত জন্ম গ্ৰহণ কৰা গম্ভৰী দেৱী হিমাচলী লোকসংস্কৃতিৰ পুৰোধা ব্যক্তি। তেওঁ হিমাচল প্ৰদেশৰ লোকসংগীত, লোকনৃত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিখ্যাত।
-
গায়ত্ৰী শংকৰণ
গায়ত্ৰী শংকৰণ এগৰাকী দৃষ্টিহীন গায়িকা, যিয়ে কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত জগত এক সম্পদ। তাই কৰ্ণাটকৰ শাস্ত্ৰীয় সংগীত গায়িকা আৰু বেহালাবাদক। তেওঁ তামিলনাডু চৰকাৰৰ পৰা কালাইমামানি পুৰস্কাৰ পাইছে।
-
গিন্নী মাহী
গিন্নী মাহী (জন্ম ১৯৯৮) হৈছে ভাৰতৰ পঞ্জাৱৰ জলন্ধৰৰ বাসিন্দা এগৰাকী ভাৰতীয় পাঞ্জাৱী লোক, ৰেপ আৰু হিপ-হপ গায়িকা। তেওঁ তেওঁৰ ফেন বাবা চাহিব দি আৰু ডেঞ্জাৰ চামাৰ গানৰ দ্বাৰা বিখ্যাত হৈছিল যিটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল।
-
গুৰমীত বাৱা
গুৰমীত বাৱা ( Gurmeet Bawa; ১৮ ফেব্ৰুৱাৰী ১৯৪৪ – ২১ নৱেম্বৰ ২০২১) এজন ভাৰতীয় পাঞ্জাবী লোকগীতৰ শিল্পী। প্ৰায় ৪৫ ছেকেণ্ডলৈকে ধৰি ৰাখিব পৰা দীঘলীয়া হেকৰ (গীতৰ সময়ত উশাহ বন্ধ কৰি ৰখা) বাবে তেওঁক লম্বী হেক দি মালিকা (অনুবাদ. দীঘলীয়াকৈ উশাহ টানি গোৱা গীতৰ ৰাণী) বুলি জনা গৈছিল।
-
চন্দ্ৰাণী মুখাৰ্জী
চন্দ্ৰাণী মুখাৰ্জী এগৰাকী বলিউডৰ গায়িকা, আৰু তেওঁ বাপ্পী লাহিড়ীৰ ভগ্নী। তেওঁ পশ্চিমবঙ্গৰ এগৰাকী ফিল্মফেয়াৰ মনোনীত শিল্পী।
-
ছামিয়াঁ বাই
ছামিয়াঁ বাই (১৮৯৮ – ১৪ আগষ্ট ১৯৯৮), যাক শামশাদ বেগম নামেও জনা যায়, বিংশ শতিকাৰ আৰম্ভণিত পুৰণি দিল্লীকেন্দ্ৰিক এগৰাকী প্ৰসিদ্ধ ভাৰতীয় গায়িকা, অভিনেত্ৰী আৰু তৱাইফ আছিল। সংগীত জগতত তেওঁ ‘‘দ্য কুইন অৱ মিউজিক’’ হিচাপে পৰিচিত আছিল। নিজৰ সময়ত তেওঁ এগৰাকী অতি সফল আৰু উচ্চ উপাৰ্জনকাৰী শিল্পী আছিল।
-
জগজিৎ কৌৰ
জগজিৎ কৌৰ (Jagjit Kaur) হ'ল এগৰাকী হিন্দী আৰু উৰ্দু ভাষাৰ কণ্ঠশিল্পী আৰু সংগীত পৰিচালক মহম্মদ জহুৰ খয়ামৰ পত্নী। চলচ্চিত্ৰৰ বাবে তেওঁ তেওঁৰ সমসাময়িক লতা মংগেশকাৰ আৰু আশা ভোঁচলেতকৈ কম গীত গাইছে, তথাপি তেওঁৰ প্ৰায় সকলো গীতকে মাষ্টাৰপিচ আখ্যা দিয়া হয়।
-
জয়া কিশোৰী
জয়া কিশোৰী (Jaya Kishori; জন্ম: ১৩ জুলাই ১৯৯৫) এগৰাকী ভাৰতীয় আধ্যাত্মিক বক্তা, গায়িকা, প্ৰেৰণাদায়ক বক্তা, জীৱন প্ৰশিক্ষক, আৰু আধ্যাত্মিক বক্তৃতা আৰু আত্মাস্পৰ্শী ভজনৰ বাবে পৰিচিত সমাজ সংস্কাৰক। তেওঁক ‘কিশোৰী জী’ আৰু ‘আধুনিক যুগৰ মীৰা’ বুলি কোৱা হয়।
-
জানকী বাঈ
জানকী বাঈ এলাহাবাদী (Janki Bai Allahabadi; ১৮৮০-১৯৩৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী আছিল। দেহত ছাপন্নটা চুৰিৰ আঘাত থকাৰ বাবে তেওঁক ছপন্নছুৰি নামেৰে জনা যায়। কুৰি শতিকাৰ প্ৰথমভাগৰ সৰ্বোচ্চ পাৰিশ্ৰমিক পোৱা কণ্ঠশিল্পীৰ তেওঁ অন্যতম।
-
টেটচিও চিষ্টাৰ্চ
টেটচিও চিষ্টাৰ্চ বা টেটচিও ভগ্নীগণ (Tetseo Sisters) উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ চাৰি গৰাকী ভগ্নীৰ দল বা বেণ্ড। তেওঁলোক নাগালেণ্ডৰ লোকসংগীত, কলা আৰু পৰম্পৰাৰ প্ৰতি উৎসৰ্গিত আৰু শিশুকালৰ পৰা মঞ্চত প্ৰদৰ্শন কৰি আহিছে।
-
তানা আৰু ৰিৰি
তানা আৰু ৰিৰি হ'ল এটা ভাৰতীয় গল্প। গল্পটো ১৫৬৪ চনত জন্ম হোৱা দুজনী ছোৱালীৰ বিষয়ে যাক ৰজা আকবৰৰ ৰাজসভাত গীত পৰিৱেশন কৰিবলৈ কোৱা হৈছিল। এই কাহিনীটো গুজৰাট লোক-সংস্কৃতিৰ অংগ। এই যমজ ভগ্নীদ্বয় গুজৰাট ৰাজ্যৰ বিষনগৰৰ ওচৰৰ বানাগৰৰ আছিল।
-
দাৰোজী এৰাম্মা
দাৰোজী এৰাম্মা জনপ্ৰিয়ভাবে বুৰাকথা এৰাম্মা (Daroji Eramma, ১৯৩০ - ১২ আগষ্ট ২০১৪) এগৰাকী ভাৰতীয় লোকশিল্পী। তেওঁ দক্ষিণ ভাৰতৰ মহাকাব্যিক কাহিনী কোৱাৰ এক লোককলাৰ ৰূপ বুৰাকথাৰ এগৰাকী লোকগায়িকা আৰু অভিনয় আছিল। তেওঁক ১৯৯৯ চনত ৰাজোৎসৱ প্ৰশস্তীকে ধৰি কেইবাটাও পুৰস্কাৰ প্ৰদান কৰা হৈছিল।
-
নেহা ভাছিন
নেহা ভাসীন (ইংৰাজী: Neha Bhasin; জন্ম: ১৮ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ হিন্দী, তেলেগু, তামিল চলচ্চিত্ৰৰ গীত আৰু স্বতন্ত্ৰভাবে ভাৰতীয় পপ-সংগীত আৰু পঞ্জাবী লোক-সংগীত পৰিবেশনৰ বাবে পৰিচিত।
-
পি. কে. মেদিনী
পি. কে. মেদিনী (ইংৰাজী: P. K. Medini) এগৰাকী বিপ্লৱী গায়ক, সংগীতজ্ঞ, মঞ্চ শিল্পী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী৷ তেওঁ ঐতিহাসিক পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহৰ এজন অংশগ্ৰহণকাৰী, ভাৰতৰ কমিউনিষ্ট দলৰ নেতা আৰু কেৰেলাৰ এজন প্ৰখ্যাত সমাজকৰ্মী। ১৯৯৯ চনত মেডিনি কেৰেলা সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
-
প্ৰণৱ কৰ নাথ
প্ৰণৱ কৰ নাথ (ইংৰাজী: Pranab Kr Nath; বাংলা: প্ৰণব কব় নাথ; জন্ম: ১৮ ডিচেম্বৰ ১৯৯১) হৈছে ভাৰতৰ ত্ৰিপুৰাৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সংগীতশিল্পী। তেওঁ মূলতঃ স্বতন্ত্ৰ চুটি ছবি, কলাত্মক চলচ্চিত্ৰ আৰু সংগীত ভিডিঅ' নিৰ্মাণৰ সৈতে জড়িত।
-
প্ৰিয়া ছাৰাইয়া
প্ৰিয়া ছাৰাইয়া (ইংৰাজী: Priya Saraiya; জন্ম: ১৯ নৱেম্বৰ ১৯৮৪) এগৰাকী বলীউডৰ ভাৰতীয় নেপথ্য গায়িকা আৰু গীতিকাৰ। তেওঁ হিন্দী চলচ্চিত্ৰ আৰু গুজৰাটী গীতৰো এগৰাকী মঞ্চ গায়িকা।
-
বনী ঠনী
বনী ঠনী (Bani Thani) ৰাজস্থানৰ কিষাণগড়ৰ এগৰাকী কবি আৰু গায়িকা আছিল। তেওঁ কিষাণগড়ৰ ৰজা সামন্ত সিঙৰ (১৭৪৮–১৭৬৪) পত্নী আছিল। সিংহাসন ত্যাগ কৰাৰ পিছত দম্পতীহালে তেওঁলোকৰ আৰাধ্য কৃষ্ণৰ জীৱনৰ সৈতে সম্পৰ্কিত স্থান বৃন্দাবনত এক আৰামদায়ক জীৱনলৈ অৱসৰ গ্ৰহণ কৰে।