অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰণ লতা (কণ্ঠশিল্পী)

স্বৰণ লতা বা স্বৰণলতা (ਸਵਰਨ ਲਤਾ, জন্ম: ১৯ নৱেম্বৰ, ১৯৩৮) হ'ল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী। লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

স্বৰণ লতা বা স্বৰণলতা (ਸਵਰਨ ਲਤਾ, জন্ম: ১৯ নৱেম্বৰ, ১৯৩৮) হ'ল ভাৰতৰ পঞ্জাবৰ এগৰাকী পঞ্জাবী কণ্ঠশিল্পী।১২ লাই দে মাহে কালয়ান বাগান ডি মেহন্দি, মুহ বিচ ভাবি দে, নন্দ বুৰকিয়া পাৱে আদি গীতৰ বাবে তেওঁক জনা যায়। হৰচৰণ গাৰেৱাল, কৰমজিত ধুৰি,৩ কৰ্নেইল গিল,৪ মহম্মদ চাদিক, দিদাৰ সন্ধু, গুৰচৰণ পহ্লি, ৰমেশ ৰংগিলা, জগত সিং জগ্গা, দলীপ সিং দীপ৫ আৰু মদেন্দ্ৰ কাপুৰ আদি তেওঁৰ সময়ৰ প্ৰায় সকলোখিনি পঞ্জাবী কণ্ঠশিল্পীৰ সৈতে তেওঁ গাইছিল। তেওঁৰ বেছিভাগ ৰেকৰ্ডিঙেই কৰমজিত ধুৰিৰ সৈতে পোৱা যায় যাৰ সৈতে তেওঁ বেছিভাগ মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিছিল।১

পঞ্জাবৰ ৰাজনৈতিক বাতাবৰণৰ বাবে ১৯৮৮ চনত১ তেওঁ মঞ্চ অনুষ্ঠান কৰিবলৈ এৰি দিয়ে। ধিলৱানত তেওঁ শেষৰটো অনুষ্ঠান কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ ‘ਨੀਂ ਲੈ ਦੇ ਮਾਏ ਕਾਲਿਆਂ ਬਾਗਾਂ ਦੀ ਮਹਿੰਦੀ’ ਵਾਲੀ ਸਵਰਨ ਲਤਾ
  2. ↑ Swaran Lata. AllMusic
  3. ↑ (13 March 2011). Thamle De Kol Kol Di (Karamjit Dhuri & Swaran Lata) Old Punjabi Duet. ইউটিউব
  4. ↑ (20 September 2013). Rakheya Deyor Kuwara (Karnail Gill & Swaran Lata) Old Punjabi Duet. YouTube
  5. ↑ (24 September 2013). Kurti Mal Mal Di (Daleep Singh Deep & Swaran Lata). YouTube

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীভাৰতীয় মহিলা কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰণ লতা (কণ্ঠশিল্পী)” প্ৰবন্ধৰ সংশোধন ৩৮৩২২১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।