অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰাণী মুখাৰ্জী

চন্দ্ৰাণী মুখাৰ্জী এগৰাকী বলিউডৰ গায়িকা, আৰু তেওঁ বাপ্পী লাহিড়ীৰ ভগ্নী। তেওঁ পশ্চিমবঙ্গৰ এগৰাকী ফিল্মফেয়াৰ মনোনীত শিল্পী।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰাণী মুখাৰ্জী এগৰাকী বলিউডৰ গায়িকা, আৰু তেওঁ বাপ্পী লাহিড়ীৰ ভগ্নী।১২ তেওঁ পশ্চিমবঙ্গৰ এগৰাকী ফিল্মফেয়াৰ মনোনীত শিল্পী।

কেৰিয়াৰ

চন্দ্ৰাণী মুখাৰ্জীয়ে ১৯৭৫ চনত আগ ঔৰ তুফান চিনেমাৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰে। তাৰপাছত তেওঁ কিছুসংখ্যক চিনেমাত গীত গায় আৰু ১৯৯৩ চনত আজ কি ঔৰত চিনেমাৰ জৰিয়তে নিজৰ শেষ গান পৰিবেশন কৰে। তেওঁ তিনিবাৰ ফিল্মফেয়াৰ সৰ্বশ্ৰেষ্ঠ মহিলা পিছৰ গায়িকা বঁটাৰ বাবে মনোনীত হৈছিল যদিও কেতিয়াও বঁটা লাভ কৰা নাছিল।

উল্লেখযোগ্য গানসমূহ

  1. পাইছা দো পাইছা [এলবাম: হামাৰা সংসাৰ]
  2. আঁখোঁ সে গিৰানা না [এলবাম: সুহাগান]
  3. সোলাহ শুক্ৰবাৰ বিধি অনুসাৰ - ২ [এলবাম: সোলাহ শুক্ৰবাৰ]
  4. ইয়ে কাইছা সুৰজ হ্যায় [এলবাম: সোলাহ শুক্ৰবাৰ]
  5. মিল যায়ে জো তু [এলবাম: ইয়ে প্ৰীত না হোগী কম]
  6. দিল মিলা লে ও আব্দুল্লা [এলবাম: জান-এ-বাহাৰ]
  7. জয় জয় হো তেৰী জয় জয় হো মা [এলবাম: হৰেকৃষ্ণ]
  8. চোৰি চোৰি কাহাঁ চলা [এলবাম: ন্যেন মিলি চেন কাহাঁ]
  9. ও ৰে সজনৱা... [এলবাম: প্যাসী নদী]
  10. বহুৎ কালা সবেৰা হ্যায় [এলবাম: ফকীৰ বাদশাহ]
  11. বাপুজী বাপুজী [এলবাম: কসম]
  12. দিল টুট গয়া হ্যায় আপনা [এলবাম: অনোখা ইনসান]
  13. শংকৰ ভুলে-ভালে [এলবাম: শিৱ শক্তি]
  14. পেহচান তো থি পেহচানা নেহী [এলবাম: গৃহ প্ৰৱেশ]
  15. জয় জগদমবে মা [এলবাম: ভাৰত কি সন্তান]
  16. মম্মী ডেডী কা পিয়াৰ [এলবাম: কানোঁ মেৰী মুঠী মেঁ]
  17. ন্যেন তেৰী জ্যোতি [এলবাম: দুশমনো কা দুশমন]

বঁটা আৰু মনোনয়ন

|- | ১৯৮১ | "পেহচান তো থি" (গৃহ প্ৰৱেশ) | rowspan="3"|ফিল্মফেয়াৰ সৰ্বশ্ৰেষ্ঠ মহিলা পাৰ্শ্ব গায়িকা বঁটা | |- | ১৯৮২ | "মোহব্বত ৰং লায়েগী" (পুনম) | |- | ১৯৮৪ | "আজা কি তেৰী ৰাহোঁ মেঁ" (লাল চুনৰিয়া) | |}

তথ্যসূত্ৰ

  1. ↑ (1977). Film world. T.M. Ramachandran. পৃ. 464
  2. ↑ About Me - Chandrani Mukherjee

সম্পৰ্কিত শ্ৰেণী

গায়িকাভাৰতীয় মহিলা কণ্ঠশিল্পীভাৰতীয় কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰাণী মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৩৪৩১৮ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।