প্ৰযুক্তি
কম্পিউটাৰ, ইণ্টাৰনেট, অভিযান্ত্ৰিক আৰু উদ্ভাৱন · ৩৮২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মুদ্ৰণ
ছপা (বা মুদ্ৰণ) হৈছে লিখনি আৰু চিত্ৰসমূহক এক প্ৰকাৰৰ মূল ৰূপ বা টেমপ্লেটৰ সহায়ত বৃহৎ পৰিমাণত পুনৰুৎপাদন কৰাৰ এক প্ৰক্ৰিয়া। কাগজৰ বাহিৰৰ আটাইতকৈ পুৰণি ছপাৰ সামগ্ৰীসমূহৰ ভিতৰত চিলিণ্ডাৰ ছীল আৰু চাইৰাছ চিলিণ্ডাৰ আৰু নাবোনিদাছৰ চিলিণ্ডাৰ আদি বস্তু অন্তৰ্ভুক্ত।
-
মেছিন গান
মেচিনগান (MG) হৈছে স্থায়ী প্ৰত্যক্ষ গুলীৰ বাবে ডিজাইন কৰা সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু ৰাইফলযুক্ত আগ্নেয়াস্ত্ৰ। ২০ মিলিমিটাৰ (০.৭৯ ইঞ্চি) কেলিবাৰ বা তাতকৈ অধিক স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰক মেচিনগানৰ পৰিৱৰ্তে অটোকেনন হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
-
মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা
১৯৭৭ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া যোৰহাট নগৰৰ পৰা ১৪ কিঃমিঃ পশ্চিমে টেকেলা গাঁৱত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক কঢ়িয়াই অনা Tu 124 jet, V 643 পুষ্পক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
-
লাই-ফাই
লাই-ফাই (Li-Fi বা Light Fidelity) ৱাই-ফাইৰ দৰে এক দ্বিদিশীয়, উচ্চ গতিৰ সম্পূৰ্ণ নে'টৱৰ্ক সংযোজিত তাঁৰহীন যোগাযোগ প্ৰযুক্তি। প্ৰফেচাৰ হেলণ্ড হাছে নাম উদ্ভাৱন কৰা লাই-ফাই আলোকীয় তাঁৰহীন যোগাযোগ (optical wireless communications)ৰ এটা উপ-সংহতি।
-
লিংগভিত্তিক ডিজিটেল বিভাজন
লিংগভিত্তিক ডিজিটেল বিভাজন (Gender digital divide) হৈছে প্ৰযুক্তিগত পণ্য, কাৰিকৰী খণ্ড আৰু ডিজিটেল দক্ষতাৰ শিক্ষাৰ প্ৰতি সৃষ্টি হোৱা একধৰণৰ লিংগভিত্তিক পক্ষপাতিতা।
-
শিক্ষা সেতু অসম
শিক্ষা সেতু অসম (Shiksha Setu Axom) হৈছে প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত সমগ্ৰ শিক্ষাৰ জৰিয়তে অসম চৰকাৰে মুকলি কৰা কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক বিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি আৰু বিদ্যালয় পৰিচালনাৰ এক ব্যৱস্থা। ২০২৩ চনৰ ২৪ এপ্ৰিলত এই প্লেটফৰ্মটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
-
শুনো এআই
শুনো এআই বা শুনো (Suno AI) হৈছে এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তা সংগীত সৃষ্টি প্ৰগ্ৰেম, যিটো বাস্তৱিক গীত সৃষ্টি কৰিবলৈ ডিজাইন কৰা হৈছে যিয়ে কণ্ঠ আৰু বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটায়।
-
সন্ধান ডট কম
সন্ধান হৈছে অসমীয়া ভাষাৰ এখন অনলাইন আলোচনী। ২০১২ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ হয়। ই-আলোচনীখনে ২০১৫ চনত 'দক্ষিণ এছিয়া আৰু এছিয়া পেচিফিক মন্থন বঁটা লাভ কৰে ৷ তদুপৰি ২০১৬ চনত ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত ৬ষ্ঠ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰে ৷
-
সহপিডিয়া
সহপিডিয়া (ইংৰাজী: Sahapedia) এটা ৱেবছাইট যিয়ে ভাৰতৰ সংস্কৃতি আৰু ইতিহাস সকলোৰে বাবে সুলভ কৰিবলৈ বিচাৰে। সহপিডিয়া শব্দটো ‘সহ’ আৰু ‘এনচাইক্লোপিডিয়া’ (বিশ্বকোষ) শব্দ দুটাৰ সংমিশ্ৰণত গঠিত। সংস্কৃত ভাষাত ‘সহ’ মানে হৈছে ‘একে লগে’।
-
স্ক্ৰু
স্ক্ৰু হৈছে বাহ্যিকভাৱে হেলিকেল থ্ৰেড থকা এটা ফাষ্টেনাৰ, যাক বেগী ঘূৰ্ণন (টৰ্ক) প্ৰয়োগ কৰি মূৰৰ ফালে টান বা ঢিলা কৰিব পাৰি। স্ক্ৰুৰ প্ৰধান ব্যৱহাৰ বস্তু একেলগে ধৰি ৰাখাত হয় আৰু ইয়াৰ বহু ধৰণৰ ৰূপ বিভিন্ন ধৰণৰ বস্তুৰ বাবে আছে।
-
হাৰ্ড ডিস্ক ড্ৰাইভ
হাৰ্ড ডিস্ক ড্ৰাইভ (HDD), হাৰ্ড ডিস্ক, হাৰ্ড ড্ৰাইভ বা ফিক্সড ডিস্ক হৈছে এটা ইলেক্ট্ৰ'-মেকানিকেল ডাটা সংৰক্ষণ ডিভাইচ যিয়ে চুম্বকীয় পদাৰ্থৰে আৱৰণ দিয়া এটা বা ততোধিক কঠিন দ্ৰুতভাৱে ঘূৰ্ণনশীল প্লেটাৰৰ সৈতে চুম্বকীয় সংৰক্ষণ ব্যৱহাৰ কৰি ডিজিটেল তথ্য সংৰক্ষণ আৰু উদ্ধাৰ কৰে।
-
ৰিয়েক্ট (ছফ্টৱেৰ)
ৰিয়েক্ট (যাক React.js বা ReactJS বুলিও জনা যায়) হৈছে বিনামূলীয়া আৰু মুক্ত উৎসৰ ফ্ৰণ্ট-এণ্ড জাভাস্ক্ৰিপ্ট লাইব্ৰেৰী যাৰ লক্ষ্য হৈছে উপাদান-ভিত্তিক ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ (ইউজাৰ ইণ্টাৰফে’চ) তৈয়াৰ কৰাটো নিৰৱচ্ছিন্ন কৰি তোলা।
-
ৱিকিট্ৰাষ্ট
ৱিকিট্ৰাষ্ট (WikiTrust) ফায়াৰফক্স প্লাগ ইন হিচাপে উপলব্ধ এটা ছফ্টৱেৰ। ইয়াৰ উদ্দেশ্য হৈছে হালধীয়া বা কমলা পৃষ্ঠভূমিৰ সৈতে "অবিশ্বাসযোগ্য" পাঠৰ ওপৰত আলোকপাত কৰি ৱিকিপিডিয়াৰ ধ্বংসপ্ৰৱণতা আৰু সংশয়ী সম্পাদনা চিনাক্ত কৰাত সম্পাদকসকলক সহায় কৰা।
-
ৱিকিভাষা
ৱিকিভাষা (WikiBhasha) হৈছে অনলাইন বিশ্বকোষ ৱিকিপিডিয়াৰ বাবে এক বহুভাষিক সমল সৃষ্টি এপ্লিকেচন যাক কম্পিউটাৰত স্থাপন কৰিব লাগে।
-
ৱিকিস্পিচিজ
ৱিকিস্পিচিজ (Wikispecies) অৰ্থাৎ ৱিকি প্ৰজাতি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ এটা অনলাইন প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে বৈজ্ঞানিক সকলৰ দ্বাৰা সকলো প্ৰজাতিৰ এখন বিনামূলীয়া তালিকা প্ৰস্তুত কৰা।
-
বলিউড হাংগামা
বলিউড হাংগামা (পূৰ্বে পৰিচিত ইণ্ডিয়া এফএম বা ইণ্ডিয়া এফএম ডট্ কম) এখন বলিউড বিনোদন ৱেবচাইট, হাংগামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল। ৱেবচাইটটো ভাৰতীয় চলচ্চিত্ৰ শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে।
-
কাপোৰ
কাপোৰ বা বস্ত্ৰ বা পোছাক বুলি ক'লে শৰীৰৰ বিভিন্ন অংশৰ কৃত্ৰিম আৱৰণক বুজায়। পৃথিৱীৰ সকলো সমাজতে কাপোৰৰ প্ৰচলন আছে। মানুহে কৰ্মক্ষেত্ৰত সুবিধাৰ বাবে, বতৰৰ পৰা ৰক্ষা পাবলৈ, সামাজিক আৰু সাংস্কৃতিক কাৰণত বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে।
-
ইংৰাজী ৱিকিপিডিয়া
ইংৰাজী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
-
বিকাশপিডিয়া
বিকাশপিডিয়া (হিন্দী ভাষাত 'विकासपीडिया', ইংৰাজী ভাষাত 'Vikaspedia') ভাৰত চৰকাৰে আৰম্ভ কৰা এটি অনলাইন তথ্য পথপ্ৰদৰ্শক। ৱেবচাইটটো চি-ডিএচি হায়দৰাবাদৰ দ্বাৰা চালিত আৰু বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)ৰ দ্বাৰা স্থাপিত।
-
গণিত চ’ৰা
গণিত চ’ৰা (Gonit Sora) এখন গণিত বিষয়ক দ্বিভাষিক মাহেকীয়া ই-আলোচনী৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ কেইজনমান ছাত্ৰৰ উদ্যোগত ২০১১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে এই আলোচনীখনৰ প্ৰথম প্ৰকাশ হয়৷ ২০১৩ চনত আলোচনীখনে Mathematics of Planet Earth 2013 প্ৰকল্পৰ সহযোগী আলোচনীৰূপে স্বীকৃতি পায়৷
-
যন্ত্ৰ শিক্ষণ
যন্ত্ৰ শিক্ষণ বা মেশ্বিন লাৰ্নিং (ML) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এটা অধ্যয়নৰ ক্ষেত্ৰ যিয়ে পৰিসংখ্যাগত এলগৰিদমৰ বিকাশ আৰু অধ্যয়নৰ সৈতে জড়িত বিষয়, যিয়ে তথ্যৰ পৰা শিকিব পাৰে আৰু অদৃশ্য তথ্যলৈ সাধাৰণীকৰণ কৰিব পাৰে, আৰু এইদৰে স্পষ্ট নিৰ্দেশনা অবিহনে কাম সম্পন্ন কৰিব পাৰে।
-
ৱেব ব্ৰাউজাৰ
ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।
-
ইণ্ডিগ'
ইণ্ডিগ ভাৰতৰ এক নিম্ন খৰচৰ বিমান প্ৰতিষ্ঠান; ইয়াৰ মুখ্য কাৰ্য্যালয় ভাৰতৰ গুৰগাঁৱত অৱস্থিত। যাত্ৰী পৰিবহণৰ দৃষ্টিকোণৰ পৰা ই ভাৰতৰ সৰ্ববৃহৎ বিমানসংস্থা। ২০১৫ চনৰ আগষ্ট মাহৰ তথ্য অনুসৰি ইণ্ডিগ'ৰ ব্যৱসায়ৰ পৰিমাণ ভাৰতৰ বজাৰৰ ৩৫.৩%।
-
মিডিয়াৱিকি
মিডিয়াৱিকি হৈছে এক মুক্তউৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰ'গ্ৰামিং ভাষাত লিখা হয়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; আনকি এই ৱেবছাইট অৰ্থাৎ অসমীয়া ৱিকিপিডিয়ায়েও এই…
-
ৰাডাৰ
ৰাডাৰ (ইংৰাজী: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ। ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয়।
-
ফৰাছী ৱিকিপিডিয়া
ফৰাচী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফৰাচী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
-
কাঁচ
কাঁচ এবিধ আকাৰহীন (অস্ফটিকীয়) কঠিন পদাৰ্থ। ঘৰৰ খিৰিকী, পানী খোৱা গিলাচ, চশমা, গাড়ীৰ খিৰিকী, বাটি, ফুলদানি, বটল আদি বিভিন্ন বস্তু কাঁচেৰে নিৰ্মাণ কৰা হয়। প্ৰত্নতাত্ত্বিক প্ৰমাণে প্ৰকাশ কৰে যে কাঁচ নিৰ্মাণৰ কাম খ্ৰীষ্টপূৰ্ব ৩৬০০ চনৰ পৰা মেছ'পটেমিয়া, ইজিপ্ত বা ছিৰিয়াত হৈছিল।
-
গ্ৰীক ৱিকিপিডিয়া
গ্ৰীক ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ গ্ৰীক সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান প্ৰবন্ধ আছে।
-
ফিজি হিন্দী ৱিকিপিডিয়া
ফিজি হিন্দী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফিজি হিন্দী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ফিজি হিন্দী ভাষাটো ভাৰতীয় বংশোদ্ভূত ফিজিয় নাগৰিকসকলৰদ্বাৰা সৰ্বাধিক ব্যৱহৃত ভাষা।
-
ইটালীয় ৱিকিপিডিয়া
ইটালীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।