পৰিবহণ
৫ প্ৰবন্ধ
-
পৰিবহণ
পৰিবহণ (Transport) হৈছে মানুহ, জীৱ-জন্তু আৰু সামগ্ৰীৰ ইচ্ছাকৃতভাৱে এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰ কৰা। পৰিবহণৰ পদ্ধতিসমূহৰ ভিতৰত আকাশ মাৰ্গ, স্থল (ৰেল আৰু পথ), পানী, কেবোল, পাইপলাইন, আৰু মহাকাশ আদি অন্তৰ্ভুক্ত। ক্ষেত্ৰখনক আন্তঃগাঁথনি, বাহন, আৰু পৰিচালনা আদিত ভাগ কৰিব পাৰি।
-
গৰুগাড়ী
গৰুগাড়ী হ'ল বলদ গৰুৰ দ্বাৰা চালিত দুটা বা চাৰিটা চকাৰ বাহন। ই হৈছে প্ৰাচীন কালৰে পৰা বিশ্বৰ বহু অংশত ব্যৱহৃত পৰিবহণৰ মাধ্যম। য'ত আধুনিক বাহনসমূহ অতি ব্যয়বহুল বা আন্তঃগাঁথনি গৰুগাড়ীৰ বাবে সুবিধাজনক তেনে ঠাইত বৰ্তমানেও ইয়াক ব্যৱহাৰ কৰা হয়।
-
ৰেলগাড়ী
ৰেলগাড়ী হৈছে সংযুক্ত বাহনৰ এটা শৃংখলা, যিবোৰ ৰেলপথৰ ওপৰেদি চলাচল কৰে। ৰেলগাড়ীৰ উৎপত্তি ঘোঁৰাই টনা ৱেগনৱে'ৰ পৰা হৈছিল, যিবোৰ পাথৰ বা কাঠৰ ৰেলপথত চলিছিল।
-
চুমা
চুমা (জাপানী: 中馬, অৰ্থ "মধ্য ঘোঁৰা") আছিল মধ্যযুগীয় শিনান' প্ৰদেশ, জাপানৰ এটা ব্যক্তিগত মালবাহী পৰিবহণ ব্যৱস্থা। শিনান'ৰ পাহাৰীয়া ভূ-প্ৰকৃতিৰ বাবে, কৃষিজাত সামগ্ৰী আৰু অন্যান্য সামগ্ৰী ভূভাগীয় জলপথৰ জৰিয়তে পৰিবহণ সম্ভৱ নহ'ল।
-
চেলা সুৰংগ
চেলা সুৰংগ অসমৰ গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মাজত সৰ্ববতৰ সংযোগৰ সুবিধা প্ৰদান কৰা ৩,০০০ মিটাৰ (৯,৮০০ ফুট) উচ্চতাৰ এটা পথ সুৰংগ হৈছে ছেলা সুৰংগ। ১৩ হাজাৰ ফুট উচ্চতাৰ এই সুৰংগটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল দুলেনযুক্ত সুৰংগ।