অভিযান্ত্ৰিক বিদ্যা
৭ প্ৰবন্ধ
-
বৈদ্যুতিক অভিযান্ত্ৰিকী
বৈদ্যুতৰ উপকাৰী তাৰ আৰু অপকাৰিতা অভিযান্ত্ৰিকী Electrical engineering হৈছে অভিযান্ত্ৰিক বিদ্যাসমূহৰ ভিতৰৰ এক পুৰণি তথা গুৰুত্বপূৰ্ণ বিভাগ য'ত বিদ্যুৎ, অণুবিদ্যুৎ, আৰু বিদ্যুৎ-চুম্বকত্বৰ কাৰিকৰী অধ্যয়ন-প্ৰশিক্ষণ আৰু ক্ষেত্ৰ-প্ৰয়োগৰ ব্যৱস্থা কৰা হয়।
-
যান্ত্ৰিক অভিযান্ত্ৰিকী
যান্ত্ৰিক অভিযান্ত্ৰিকী (Mechanical Engineering, মেকানিকেল ইঞ্জিনিয়াৰিং) এটা অভিযান্ত্ৰিক বিষয়, যত অভিযান্ত্ৰিকী, পদাৰ্থ বিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানৰ বিধি প্ৰয়োগ কৰি কোনো যান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ ৰূপায়ণ, বিশ্লেষণ, নিৰ্মাণ আৰু প্ৰতিপালন কৰা হয়।
-
অভিযান্ত্ৰিক বিদ্যা
অভিযান্ত্ৰিক বিদ্যা বা প্ৰকৌশলন (ইঞ্জিনিয়াৰিঙ) হৈছে বৈজ্ঞানিক সিদ্ধান্তৰ প্ৰয়োগেৰে পৰিকল্পিতভাবে যন্ত্ৰপাতি, সাজ-সজ্জা, সেতু, ৰাস্তা, যান-বাহন, অট্টালিকা, সুৰঙ্গকে আদি কৰি বিভিন্ন নিৰ্মাণ কাৰ্য কৰাৰ এক সুসংবদ্ধ বিজ্ঞানসন্মত কলা।
-
অভিযন্তা
যিজন ব্যক্তিৰ অভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান আছে আৰু বৈজ্ঞানিক জ্ঞান, গণিত আৰু মানসিক কৌশলৰ সহায় লৈ কাৰিকৰী,সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ লগত জড়িত, তেওঁক অভিযন্তা (ইঞ্জিনিয়াৰ) বোলা হয়।
-
ৰাডাৰ
ৰাডাৰ (ইংৰাজী: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ। ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয়।
-
ৰাসায়নিক অভিযান্ত্ৰিকী
ৰাসায়নিক অভিযান্ত্ৰিকী (Chemical Engineering, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), জৈৱ বিজ্ঞান (জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান, জৈৱ ৰসায়ন)ৰ সতে গণিতবিদ্যা আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ…
-
ৰবট
ৰবট হৈছে বিশেষভাবে কম্পিউটাৰৰ দ্বাৰা প্ৰগ্ৰেম কৰা স্বয়ংক্ৰিয়ভাবে কিছুমান জটিল কাৰ্য শৃংখল সম্পাদন কৰিব পৰা এক প্ৰকাৰৰ যন্ত্ৰ। ৰবটবোৰক বাহ্যিকভাবে নাইবা তাৰ ভিতৰতে থকা এক প্ৰকাৰৰ নিয়ন্ত্ৰকৰ যোগেদি নিয়ন্ত্ৰণ কৰা হয়।