অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৰাডাৰ

ৰাডাৰ (ইংৰাজী: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ। ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয়।

হালনাগাদ: ২৫ জানুৱাৰী ২০২২ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

ৰাডাৰ (ইংৰাজী ভাষা: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ। ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয়। এই পদ্ধতিত কেইবাশ কিল’ৱাট ক্ষমতাৰ বিদ্যুৎ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি দি বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পাল্স গ্ৰাহক যন্ত্ৰত ধৰা পেলোৱা হয় আৰু অছিল’স্ক’পৰ সহায়ত সময়ান্তৰ নিৰ্ধাৰণ কৰি বস্তুটোৰ অৱস্থান উলিওৱা হয়।

সম্পৰ্কিত শ্ৰেণী

অভিযান্ত্ৰিক বিদ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাডাৰ” প্ৰবন্ধৰ সংশোধন ৩১২০০৪ (২৫ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।