কম্পিউটাৰ হাৰ্ডৱেৰ
৯ প্ৰবন্ধ
-
কম্পিউটাৰ
কম্পিউটাৰ এক সঁজুলি যাক নিৰ্দেশ দি স্বয়ংক্ৰিয়ভাৱে গাণিতিক আৰু যৌক্তিক কাৰ্যপ্ৰণালী সমাধা কৰিব পাৰি। আধুনিক কম্পিউটাৰে প্ৰ'গ্ৰাম নামৰ কিছুমান নিৰ্দেশাৱলী অনুসৰণ কৰিব পাৰে। ইয়াৰ সহায়ত কম্পিউটাৰে ভিন ভিন প্ৰকাৰৰ অসংখ্য কাম কৰিব পাৰে। ইয়াৰ অসমীয়া নাম হৈছে পৰিকলন যন্ত্ৰ।
-
ৰাউটাৰ (কম্পিউটাৰ সম্বন্ধীয়)
কম্পিউটাৰ নেটৱৰ্ক বোৰৰ মাজত ডেটা পেকেট সমূহ সৰবৰাহ কৰিবলৈ ৰাউটাৰ বা ৰুটাৰ (Router) নামৰ সঁজুলি বিধ ব্যৱহাৰ কৰা হয়। ৰাউটাৰ এটা সাধাৰণতে দুটা বা ততোধিক ডেটা লাইনৰ সহয়ত বিভিন্ন নেটৱৰ্কৰ লগত সংযুক্ত কৰা হয়।
-
কম্পিউটাৰ মাউচ
কম্পিউটাৰ মাউচ এবিধ ইনপুট ডিভাইচ, অৰ্থাৎ মাউচৰ সহায়ত কম্পিউটাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি।
-
কম্পিউটাৰ হাৰ্ডৱেৰ
এটি কম্পিউটাৰক সাধাৰণতে দুভাগত ভাগ কৰা হয়: হাৰ্ডৱেৰ আৰু চফ্টৱেৰ। হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা যায় আৰু স্পৰ্শ কৰিব পৰা যায়। উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি। বিভিন্ন কম্পিউটাৰ হাৰ্ডৱেৰ অংশৰে এটি ব্যক্তিগত কম্পিউটাৰ তৈয়াৰ কৰা হয়।
-
কীব'ৰ্ড
কীব'ৰ্ড বা চাবিফলক (Keyboard) এটি ইনপুট ডিভাইচ্, ইয়াৰ সহায়ত কম্পিউটাৰলৈ বা আন কোনো যন্ত্ৰলৈ বাৰ্তা প্ৰেৰণ কৰা হয়।
-
প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়)
প্ৰিন্টাৰ হ'ল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্ষিত ডেটা যেনে নথি-পত্ৰ বা চিত্ৰ আদি কাগজ আদিৰ দৰে স্থায়ী ছপা মধ্যমত ছপা কৰা এবিধ সজুলি বা যন্ত্ৰ।
-
ইণ্টেল ৮০৮৫
ইণ্টেল ৮০৮৫ হৈছে ইণ্টেলৰ দ্বাৰা নিৰ্মিত আৰু ১৯৭৬ চনৰ মাৰ্চ মাহত প্ৰৱৰ্তিত একটি ৮-বিট মাইক্ৰ'প্ৰচেছৰ। ই ইণ্টেলে নিৰ্মাণ কৰা শেষৰটো ৮-বিট মাইক্ৰ'প্ৰচেছৰ। পাৰ্ট নম্বৰত থকা "৫" য়ে এই কথাটো উজ্জ্বল কৰি তুলিছিল যে ৮০৮০ৰ +৫, -৫ আৰু +১২Vৰ তুলনাত ৮০৮৫ একক +৫-ভল্ট (V) শক্তি যোগান ব্যৱহাৰ কৰে, যিয়ে ৮০৮৫ক এই…
-
ব্লু ৰে ডিস্ক
ব্লু ৰে ডিস্ক (Blu-ray Disc) হৈছে হাই ডেফিনেশ্বন (HD) ভিডিঅ’ আৰু বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা এবিধ আলোকীয় (অপ্টিকেল) ডিস্ক। ই চিডি বা ডিভিডি এখনৰ সৈতে সমান আকাৰৰ, এখন চিডিয়ে ৭০০ এম বি আৰু এখন ডিভিডিয়ে ৪.৭ জিবি সংৰক্ষণ কৰিবৰ পৰাৰ বিপৰীতে এখন ব্লু ৰে ডিস্কে প্ৰতিটো তৰপ(প্ৰলেপ)ত ২৫…
-
হাৰ্ড ডিস্ক ড্ৰাইভ
হাৰ্ড ডিস্ক ড্ৰাইভ (HDD), হাৰ্ড ডিস্ক, হাৰ্ড ড্ৰাইভ বা ফিক্সড ডিস্ক হৈছে এটা ইলেক্ট্ৰ'-মেকানিকেল ডাটা সংৰক্ষণ ডিভাইচ যিয়ে চুম্বকীয় পদাৰ্থৰে আৱৰণ দিয়া এটা বা ততোধিক কঠিন দ্ৰুতভাৱে ঘূৰ্ণনশীল প্লেটাৰৰ সৈতে চুম্বকীয় সংৰক্ষণ ব্যৱহাৰ কৰি ডিজিটেল তথ্য সংৰক্ষণ আৰু উদ্ধাৰ কৰে।