কৃত্ৰিম বুদ্ধিমত্তা
৮ প্ৰবন্ধ
-
কৃত্ৰিম বুদ্ধিমত্তা
কৃত্ৰিম বুদ্ধিমত্তা (কৃবু) বা আৰ্টিফিশ্বিয়েল ইণ্টেলিজেঞ্চ (এআই) হৈছে সংগণক ব্যৱস্থাৰ সেই সক্ষমতা, যি সাধাৰণতে মানৱ বুদ্ধিমত্তাৰ সৈতে জড়িত কাৰ্যসমূহ, যেনে শিকা, যুক্তিতৰ্ক কৰা, সমস্যা সমাধান, প্ৰত্যক্ষণ, সিদ্ধান্ত গ্ৰহণ আদি সম্পাদন কৰিব পাৰে।
-
চেটজিপিটি
চেটজিপিটি (ChatGPT) অৰ্থাৎ চেট জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ হৈছে অ’পেনএআই-ৰ দ্বাৰা বিকশিত আৰু ২০২২ চনৰ নৱেম্বৰ মাহত উন্মোচিত বৃহৎ ভাষা-আৰ্হিভিত্তিক চেটবট, যিয়ে ব্যৱহাৰকাৰীসকলক কোনো কথোপকথনৰ দৈৰ্ঘ্য, সজ্জা, শৈলী, ভাষা আদি পৰিচালিত কৰিবলৈ সক্ষম কৰে।
-
যন্ত্ৰ শিক্ষণ
যন্ত্ৰ শিক্ষণ বা মেশ্বিন লাৰ্নিং (ML) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এটা অধ্যয়নৰ ক্ষেত্ৰ যিয়ে পৰিসংখ্যাগত এলগৰিদমৰ বিকাশ আৰু অধ্যয়নৰ সৈতে জড়িত বিষয়, যিয়ে তথ্যৰ পৰা শিকিব পাৰে আৰু অদৃশ্য তথ্যলৈ সাধাৰণীকৰণ কৰিব পাৰে, আৰু এইদৰে স্পষ্ট নিৰ্দেশনা অবিহনে কাম সম্পন্ন কৰিব পাৰে।
-
ইমেজেন (টেক্সট-টু-ইমেজ মডেল)
ইমেজেন হৈছে গুগল ডিপমাইণ্ডদ্বাৰা বিকশিত টেক্সট-টু-ইমেজ মডেলসমূহৰ এটা শৃংখল। ২০২৩ এপ্ৰিলত ডিপমাইণ্ডৰ সৈতে একত্ৰীকৰণ হোৱাৰ আগলৈকে ইয়াক গুগল ব্ৰেইনৰদ্বাৰা বিকশিত কৰা হৈছিল।
-
গ্ৰক (চেটবট)
গ্ৰক (Grok) হৈছে এক্সএআই-দ্বাৰা বিকশিত এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট। ইয়াক ইলন মাস্কে তেওঁৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত কোম্পানী অ’পেনএআই-ৰ চেটজিপিটি-ৰ দ্ৰুত শ্ৰীবৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এক বৃহৎ ভাষা-আৰ্হিৰ ভিত্তিত বিকশিত কৰে।
-
ডীপছীক
হাংচৌ ডীপছীক কৃত্ৰিম বুদ্ধিমত্তা মৌলিক প্ৰযুক্তি গৱেষণা কোম্পানী, লিমিটেড, যাৰ ব্যৱসায়িক নাম ডীপছীক, হৈছে চীনৰ এটা কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী যিয়ে মুক্ত উৎসৰ বৃহৎ ভাষাৰ আৰ্হি (LLM) বিকশিত কৰে।
-
সৃষ্টিশীল কৃত্ৰিম বুদ্ধিমত্তা
সৃষ্টিশীল কৃত্ৰিম বুদ্ধিমত্তা (জেনেৰেটিভ AI, GenAI, বা GAI) হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এখন উপক্ষেত্ৰ যি লিখনী, ছবি, ভিডিঅ' বা অন্য ধৰণৰ তথ্য সৃষ্টি কৰিবলৈ জেনেৰেটিভ মডেল ব্যৱহাৰ কৰে।
-
আলফাফল্ড
আলফাফল্ড হৈছে আলফাবেটৰ সহযোগী প্ৰতিষ্ঠান ডিপমাইণ্ডে বিকশিত কৰা এটা কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰগ্ৰেম, যিয়ে প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণী কৰে। এই কাৰ্যসূচীক গভীৰ শিক্ষণ ব্যৱস্থা হিচাপে ডিজাইন কৰা হৈছে। আলফাফল্ড চফট্ ৱেৰৰ তিনিটা ডাঙৰ সংস্কৰণ আছে।