কাপোৰ বা বস্ত্ৰ বা পোছাক বুলি ক'লে শৰীৰৰ বিভিন্ন অংশৰ কৃত্ৰিম আৱৰণক বুজায়। পৃথিৱীৰ সকলো সমাজতে কাপোৰৰ প্ৰচলন আছে। মানুহে কৰ্মক্ষেত্ৰত সুবিধাৰ বাবে, বতৰৰ পৰা ৰক্ষা পাবলৈ, সামাজিক আৰু সাংস্কৃতিক কাৰণত বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে।
প্ৰাথমিক ব্যৱহাৰ
মানুহে কেতিয়া কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিলে এই বিষয়ে বিজ্ঞানীসকলৰ মাজত বিতৰ্ক পৰিলক্ষিত হয়। ১২৩৪
তথ্যসূত্ৰ
- ↑ Ralf Kittler, Manfred Kayser & Mark Stoneking. (2003). Molecular evolution of Pediculus humanus and the origin of clothing. Current Biology. পৃ. 1414–1417
- ↑ Kittler, Ralf; Kayser, Manfred; Stoneking, Mark. (2004). Molecular Evolution of Pediculus humanus and the Origin of Clothing. Current Biology. পৃ. 1414–7
- ↑ Toups, Melissa A. (January 2011). Origin of Clothing Lice Indicates Early Clothing Use by Anatomically Modern Humans in Africa. Molecular Biology and Evolution. পৃ. 29–32
- ↑ Reed, David. (2007). Pair of lice lost or parasites regained: The evolutionary history of Anthropoid primate lice. BMC Biology. পৃ. 7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাপোৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪৬৯৮ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।