অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱেব ব্ৰাউজাৰ

ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৱেব ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমূহ আহৰণ কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ। ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমূহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।

বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত মজিলা ফায়াৰফক্স, গুগল ক্ৰ’ম, অপেৰা, ছাফাৰী আৰু ইণ্টাৰনেট এক্সপ্ল’ৰাৰ উল্লেখযোগ্য।

ইতিহাস

১৯৯০ চনত ছাৰ টিম বাৰ্ণাৰ্ড লীয়ে প্ৰথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্ৰথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ নামেৰে নামাকৃত কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ The WorldWideWeb browser

সম্পৰ্কিত শ্ৰেণী

ইণ্টাৰনেটছফ্টৱেৰম'বাইল এপ্লিকেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱেব ব্ৰাউজাৰ” প্ৰবন্ধৰ সংশোধন ৫৭২৭৩২ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।