অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

২০২১ৰ অসম বিধানসভা নিৰ্বাচন

পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন ২০২১ চনৰ ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ ১২৬টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ২০২১ চনৰ ২ মে' তাৰিখে। চতুৰ্দশ পঞ্চদশ অসম বিধানসভাৰৰ কাৰ্যকাল ২০২১ চনৰ ৩১ মে' তাৰিখে অন্ত পৰিব।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৪ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন ২০২১ চনৰ ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ ১২৬টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ২০২১ চনৰ ২ মে' তাৰিখে।১ চতুৰ্দশ পঞ্চদশ অসম বিধানসভাৰৰ কাৰ্যকাল ২০২১ চনৰ ৩১ মে' তাৰিখে অন্ত পৰিব।

পৃষ্ঠভূমি

২০১৬ চনত হোৱা ইয়াৰ পূৰ্বৱতী নিৰ্বাচনত, ২০০১ চনৰ পৰা শাসনত থকা তৰুণ গগৈৰ নেতৃত্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰক পৰাজিত কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হৈছিল।

ভোটাৰৰ পৰিসংখ্যা

অসম নিৰ্বাচন আয়োগৰ তথ্যমতে এই নিৰ্বাচনৰ মুঠ যোগ্য ভোটাৰৰ সংখ্যা হৈছে ২,৩৩,৭৪,০৮৭ জন। ইয়াৰে, ১,৩২,০৮১জন প্ৰতিবন্ধী ভোটাৰ, ২,৮৯,৪৭৪ জনৰ বয়স ৮০ বছৰতকৈ বেছি, ১২,৮১,৯১৮জন নতুন ভোটাৰ, ৫,০৫,৮৭৪ জনৰ বয়স ১৮−১৯ ৰ ভিতৰত আৰু ৬৩,০৭৪জন কৰ্মচাৰী।২৩

মুঠ ভোটাৰপুৰুষ ভোটাৰমহিলা ভোটাৰতৃতীয় লিংগৰ ভোটাৰ
২,৩৩,৭৪,০৮৭১,১৮,২৩,২৮৬১,১৫,৫০,৪০৩৩৯৮

সময়সূচী

ভোটদানৰ দিনপৰ্যায়
IIIIII
সমষ্টি৪৭৩৯৪০
সমষ্টি আৰু পৰ্যায়সমূহৰ মানচিত্ৰAssam 2021 election schedule.png
জাননী দিয়াৰ তাৰিখ২ মাৰ্চ ২০২১৫ মাৰ্চ ২০২১১২ মাৰ্চ ২০২১
মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ৯ মাৰ্চ ২০২১১২ মাৰ্চ ২০২১১৯ মাৰ্চ ২০২১
মনোনয়ন পৰীক্ষণ১০ মাৰ্চ ২০২১১৫ মাৰ্চ ২০২১২০ মাৰ্চ ২০২১
মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ১২ মাৰ্চ ২০২১১৭ মাৰ্চ ২০২১২২ মাৰ্চ ২০২১
নিৰ্বাচনৰ দিন২৭ মাৰ্চ ২০২১১ এপ্ৰিল২০২১৬ এপ্ৰিল ২০২১
ভোট গণনাৰ তাৰিখ২ মে' ২০২১
উৎস: ভাৰতীয় নিৰ্বাচন আয়োগ

ফলাফল

দল/মিত্ৰদল হিচাপে ফলাফল

মিত্ৰদলদলভোটআসন
ভোট%+/-বিজয়ী+/-
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাবিজেপি৬,৩৮৪,৫৩৮৩৩.২১৩.৭১৬০
অগপ১,৫১৯,৭৭৭৭.৯২০.২২৯৫
ইউপিপিএল৬৫১,৭৪৪৩.৪০৬৬
মুঠ৭৫
সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটআইএনচি৫,৭০৩,৩৪১5২৯.৬৭১.২৯২৯৩
এআইইউডিএফ১,৭৮৬,৫৫১৯.৩১৩.৭৪১৬৩
বিপিএফ৬৫১,০৭৩৩.৩৯০.৫৫৪৮
চিপিআই(এম)১৬০,৭৫৮০.৮৪০.২৯১১
চিপিআই০
চিপিআই(এমএল)এল০
এজিএম০
আৰজেডি০
মুঠ৫০১
United Regional Frontৰাইজৰ দল১১
এজেপি০
মুঠ১১
নাইঅন্যান্য দলসমূহ০
নিৰ্দলীয়০১
ন'টা২১৯.৫৭৮১.১৪অপ্ৰযোজ্য
মুঠঅপ্ৰযোজ্য
অবৈধ/খালী ভোট
পঞ্জীকৃত ভোটাৰ/turnout

জিলা/বিভাগ অনুহৰি ফলাফল

জিলাআসন
NDAUPAURFঅন্যান্য
নামনি অসম বিভাগ
বৰপেটা৬০৬০০
কামৰূপ গ্ৰাম্য৬৪২০০
ধুবুৰী৫০৫০০
কামৰূপ মহানগৰ৪৪০০০
গোৱালপাৰা৪০৪০০
নলবাৰী৩২১০০
বঙাইগাঁও৩১২০০
কোকোৰাঝাৰ৩১২০০
বাকচা৩৩০০০
বজালি৩১১০০
চিৰাং২২০০০
দক্ষিণ শালমাৰা-মানকাছাৰ২০২০০
মুঠ৪৩১৮২৫০০
উজনি অসম বিভাগ
ডিব্ৰুগড়৭৭০০০
তিনিচুকীয়া৫৫০০০
গোলাঘাট৫৫০০০
যোৰহাট৪২২০০
শিৱসাগৰ৪১২১০
চৰাইদেউ২২০০০
মাজুলী১১০০০
মুঠ২৮২৩৪১০
উত্তৰ অসম বিভাগ
শোণিতপুৰ৬৬০০০
লখিমপুৰ৪৩১০০
দৰং৪১৩০০
ওদালগুৰি৩১২০০
ধেমাজি২২০০০
বিশ্বনাথ২২০০০
মুঠ২১১৬৫০০
মধ্য অসম বিভাগ
নগাঁও৮৩৫০০
হোজাই৩২১০০
মৰিগাঁও৩২১০০
পূৱ কাৰ্বি আংলং৩৩০০০
পশ্চিম কাৰ্বি আংলং১১০০০
ডিমা হাছাও১১০০০
মুঠ১৯১২৭০০
বৰাক উপত্যাকা বিভাগ
কাচাৰ৭৪৩০০
কৰিমগঞ্জ৫২৩০০
হাইলাকান্দি৩০৩০০
মুঠ১৫৬৯০০

বিজয়ী প্ৰাৰ্থীসকল

সমষ্টি নংসমষ্টিৰ নামবিধায়কৰ নামৰাজনৈতিক দলপ্ৰাপ্ত ভোটৰ সংখ্যাদ্বিতীয় স্থানৰ প্ৰাৰ্থীৰ ভোট সংখ্যা
১ৰাতাবাৰী (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)বিজয় মালাাকৰভাৰতীয় জনতা পাৰ্টী
২পাঠৰকান্দিকৃষ্ণেন্দু পালভাৰতীয় জনতা পাৰ্টী
৩কৰিমগঞ্জ উত্তৰকমলাক্ষ দে পুৰকায়স্থভাৰতীয় জাতীয় কংগ্ৰেছ
৪কৰিমগঞ্জ দক্ষিণচিদ্দিক আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৫বদৰপুৰআব্দুল আজিজএ.ইউ.আই.ডি.এফ.
৬হাইলাকান্দিজাকিৰ হুছেইন লস্কৰএ.ইউ.আই.ডি.এফ.
৭কাটলিচেৰাচুজাামুদ্দিন লস্কৰএ.ইউ.আই.ডি.এফ.
৮আলগাপুৰনিজামুদ্দিন চৌধুৰীএ.ইউ.আই.ডি.এফ.
৯শিলচৰদীপায়ন চক্ৰৱৰ্তীভাৰতীয় জনতা পাৰ্টী
১০সোণাইকৰিমুদ্দিন বৰভূঞাএ.ইউ.আই.ডি.এফ.
১১ধলাই (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)পৰিমল শুক্লবৈদ্যভাৰতীয় জনতা পাৰ্টী
১২উদৰবন্দমিহিৰ কান্তি সোমভাৰতীয় জনতা পাৰ্টী
১৩লক্ষীপুৰকৌশিক ৰায়ভাৰতীয় জনতা পাৰ্টী
১৪বৰখলামিচবাহুল ইছলাম লস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৫কাটিগড়াখলিলুদ্দিন মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৬হাফলং (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)নন্দিতা গাৰ্লোছাভাৰতীয় জনতা পাৰ্টী
১৭বোকাজান (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)নুমল মোমিনভাৰতীয় জনতা পাৰ্টী
১৮হাওৰাঘাট (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)দৰসিং ৰংহাংভাৰতীয় জনতা পাৰ্টী
১৯ডিফু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)বিদ্যাসিং ইংলেংভাৰতীয় জনতা পাৰ্টী
২০বৈঠালংচু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)ৰূপসিং টেৰংভাৰতীয় জনতা পাৰ্টী
২১মানকাচৰআমিনুল ইছলামএ.ইউ.আই.ডি.এফ.
২২শালমাৰা দক্ষিণৱাজিদ আলি চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
২৩ধুবৰীনজৰুল হকএ.ইউ.আই.ডি.এফ.
২৪গৌৰীপুৰনিজানুৰ ৰহমানএ.ইউ.আই.ডি.এফ.
২৫গোলোকগঞ্জআব্দুল চোবাহুন আলি সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
২৬বিলাসীপাৰা পশ্চিমহাফিজ বচিৰ আহমেদএ.ইউ.আই.ডি.এফ.
২৭বিলাসীপাৰা পূবচামচুল হুদাএ.ইউ.আই.ডি.এফ.
২৮গোসাইগাঁওমজেন্দ্ৰ নাৰ্জাৰীবি.পি.এফ.
২৯কোকৰাঝাৰ পশ্চিম (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)ৰবিৰাম নাৰ্জাৰীবি.পি.এফ.
৩০কোকৰাঝাৰ পূব (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)লৰেঞ্চ ইচলাৰীইউ.পি.পি.এল
৩১চিদলীজয়ন্ত বসুমতাৰীইউ.পি.পি.এল
৩২বঙাইগাঁওফণীভূষণ ৰয়অসম গণ পৰিষদ
৩৩বিজনীঅজয় কুমাৰ ৰায়ভাৰতীয় জনতা পাৰ্টী
৩৪অভয়াপুৰী উত্তৰআব্দুল বাতেন খণ্ডকৰভাৰতীয় জাতীয় কংগ্ৰেছ৫৮.৫৮
৩৫অভয়াপুৰী দক্ষিণপ্ৰদীপ সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬দুধনৈযাদৱ স্বৰ্গীয়াৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭গোৱালপাৰা পূবআব্দুল কালাম ৰচিদ আলমভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮গোৱালপাৰা পশ্চিমআব্দুৰ ৰচিদ মণ্ডলভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯জলেশ্বৰআফতাব উদ্দিন মোল্লাভাৰতীয় জাতীয় কংগ্ৰেছ
৪০সৰভোগমনোৰঞ্জন তালুকদাৰভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
৪১ভবানীপুৰফণীধৰ তালুকদাৰএ.ইউ.আই.ডি.এফ.
৪২পাটাচাৰকুচিৰঞ্জিত দাসভাৰতীয় জনতা পাৰ্টী
৪৩বৰপেটাআব্দুৰ ৰহিম আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪জনীয়াৰফিকুল ইছলামএ.ইউ.আই.ডি.এফ.
৪৫বাঘবৰচেৰমান আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬সৰুক্ষেত্ৰীজাকিৰ হুছেইন চিকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭চেঙাআশ্ৰাফুল ইছেইনএ.ইউ.আই.ডি.এফ.
৪৮বকোনন্দিতা দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯ছয়গাঁওৰেকিবুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৫০পলাশবাৰীহেমাংগ ঠাকুৰীয়াভাৰতীয় জনতা পাৰ্টী
৫১জালুকবাৰীহিমন্ত বিশ্ব শৰ্মাভাৰতীয় জনতা পাৰ্টী
৫২দিশপুৰঅতুল বৰাভাৰতীয় জনতা পাৰ্টী
৫৩গুৱাহাটী পূবসিদ্ধাৰ্থ ভট্টাচাৰ্যভাৰতীয় জনতা পাৰ্টী
৫৪গুৱাহাটী পশ্চিমৰমেন্দ্ৰ নাৰায়ণ কলিতাঅসম গণ পৰিষদ
৫৫হাজোসুমন হৰিপ্ৰিয়াভাৰতীয় জনতা পাৰ্টী
৫৬কমলপুৰদিগন্ত কলিতাভাৰতীয় জনতা পাৰ্টী
৫৭ৰঙিয়াভবেশ কলিতাভাৰতীয় জনতা পাৰ্টী
৫৮তামুলপুৰলেহোৰাম বড়োইউ.পি.পি.এল
৫৯নলবাৰীজয়ন্ত মল্ল বৰুৱাভাৰতীয় জনতা পাৰ্টী
৬০বৰক্ষেত্ৰীদিগন্ত বৰ্মনভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ধৰ্মপুৰচন্দ্ৰমোহন পাটোৱাৰীভাৰতীয় জনতা পাৰ্টী
৬২বৰমাভূপেন বড়োইউ.পি.পি.এল
৬৩চাপাগুৰিউৰ্খাউ গৌড়া ব্ৰহ্মইউ.পি.পি.এল
৬৪পানেৰীবিশ্বজিৎ দৈমাৰীভাৰতীয় জনতা পাৰ্টী
৬৫কলাইগাঁওদূৰ্গাদাস বড়োবি.পি.এফ.
৬৬ছিপাঝাৰপৰমানন্দ ৰাজবংশীভাৰতীয় জনতা পাৰ্টী
৬৭মঙ্গলদৈবসন্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮দলগাঁওমজিবুৰ ৰহমানএ.ইউ.আই.ডি.এফ.
৬৯ওদালগুৰিগোবিন্দ চন্দ্ৰ বসুমতাৰীইউ.পি.পি.এল
৭০মাজবাটচৰণ বড়োবি.পি.এফ.
৭১ঢেকিয়াজুলিঅশোক সিংঘালভাৰতীয় জনতা পাৰ্টী
৭২বৰচলাগণেশ কুমাৰ লিম্বুভাৰতীয় জনতা পাৰ্টী
৭৩তেজপুৰপৃথ্বিৰাজ ৰাভাঅসম গণ পৰিষদ
৭৪ৰঙাপৰাকৃষ্ণকমল তাঁতীভাৰতীয় জনতা পাৰ্টী
৭৫চটিয়াপদ্ম হাজৰিকাভাৰতীয় জনতা পাৰ্টী
৭৬বিশ্বনাথপ্ৰমোদ বৰঠাকুৰভাৰতীয় জনতা পাৰ্টী
৭৭বিহালীৰঞ্জিত দত্তভাৰতীয় জনতা পাৰ্টী
৭৮গহপুৰউৎপল বৰাভাৰতীয় জনতা পাৰ্টী
৭৯জাগীৰোডপীযুষ হাজৰিকাভাৰতীয় জনতা পাৰ্টী
৮০মৰিগাঁওৰমাকান্ত দেউৰীভাৰতীয় জনতা পাৰ্টী
৮১লাহৰিঘাটআচিফ মহম্মদ নজৰভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ৰহাপীযুষ হাজৰিকাভাৰতীয় জনতা পাৰ্টী
৮৩ধিংআমিনুল ইচলামএ.ইউ.আই.ডি.এফ.
৮৪বটদ্ৰবাশিবামণি বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ৰূপহীহাটনুৰুল হুদাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬নগাঁওৰূপক শৰ্মাভাৰতীয় জনতা পাৰ্টী
৮৭বঢ়মপুৰজীতু গোস্বামীভাৰতীয় জনতা পাৰ্টী
৮৮চামগুৰিৰবিবুল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯কলিয়াবৰকেশৱ মহন্তঅসম গণ পৰিষদ
৯০যমুনামুখচিৰাজুদ্দিন আজমলএ.ইউ.আই.ডি.এফ.
৯১হোজাইৰামকৃষ্ণ ঘোষভাৰতীয় জনতা পাৰ্টী
৯২লামডিংশিবু মিশ্ৰভাৰতীয় জনতা পাৰ্টী
৯৩বোকাখাটঅতুল বৰাঅসম গণ পৰিষদ
৯৪সৰুপথাৰবিশ্বজিৎ ফুকনভাৰতীয় জনতা পাৰ্টী
৯৫গোলাঘাটঅজন্তা নেওগভাৰতীয় জনতা পাৰ্টী
৯৬খুমটাইমৃণাল শইকীয়াভাৰতীয় জনতা পাৰ্টী
৯৭দেৰগাঁওভবেন্দ্ৰনাথ ভৰালীঅসম গণ পৰিষদ
৯৮যোৰহাটহিতেন্দ্ৰনাথ গোস্বামীভাৰতীয় জনতা পাৰ্টী
৯৯মাজুলিসৰ্বানন্দ সোণোৱালভাৰতীয় জনতা পাৰ্টী
১০০তিতাবৰভাস্কৰ জ্যোতি বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১০১মৰিয়নিৰূপজ্যোতি কুৰ্মীভাৰতীয় জাতীয় কংগ্ৰেছ
১০২টিয়কৰেণুপমা ৰাজখোৱাঅসম গণ পৰিষদ
১০৩আমগুৰিপ্ৰদীপ হাজৰিকাঅসম গণ পৰিষদ
১০৪নাজিৰাদেৱকান্ত শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫মাহমৰাযোগেন মহনভাৰতীয় জনতা পাৰ্টী
১০৬সোণাৰিধৰ্মেশ্বৰ কোঁৱৰভাৰতীয় জনতা পাৰ্টী
১০৭থাওৰাসুশান্ত বৰগোহাঁইভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮শিৱসাগৰঅখিল গগৈনিৰ্দলীয় (ৰাইজৰ দল)
১০৯বিহপুৰীয়াঅমিয় কুমাৰ ভূঞাভাৰতীয় জনতা পাৰ্টী
১১০নাওবৈচাভৰত নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
১১১লক্ষীমপুৰমানৱ ডেকাভাৰতীয় জনতা পাৰ্টী
১১২ঢকুৱাখনানৱ কুমাৰ দলেভাৰতীয় জনতা পাৰ্টী
১১৩ধেমাজীৰনজয় পেগুভাৰতীয় জনতা পাৰ্টী
১১৪জোনাইভূৱন পেগুভাৰতীয় জনতা পাৰ্টী
১১৫মৰাণচক্ৰধৰ গগৈভাৰতীয় জনতা পাৰ্টী
১১৬ডিব্ৰুগড়প্ৰশান্ত ফুকনভাৰতীয় জনতা পাৰ্টী
১১৭লাহোৱালবিনোদ হাজৰিকাভাৰতীয় জনতা পাৰ্টী
১১৮দুলিয়াজানটেৰচ গোৱালাভাৰতীয় জনতা পাৰ্টী
১১৯টিংখংবিমল বৰাভাৰতীয় জনতা পাৰ্টী
১২০নাহৰকটীয়াতৰংগ গগৈভাৰতীয় জনতা পাৰ্টী
১২১চাবুৱাপোনাকণ বৰুৱাঅসম গণ পৰিষদ
১২২তিনিচুকীয়াসঞ্জয় কিষাণভাৰতীয় জনতা পাৰ্টী
১২৩ডিগবৈসুৰেন ফুকনভাৰতীয় জনতা পাৰ্টী
১২৪মাৰ্ঘেৰিটাভাস্কৰ শৰ্মাভাৰতীয় জনতা পাৰ্টী
১২৫ডুমডুমাৰূপেশ গোৱালাভাৰতীয় জনতা পাৰ্টী
১২৬শদিয়াবলিন চেতিয়াভাৰতীয় জনতা পাৰ্টী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Akhil Oka. (26 February 2021). EC announces Assembly poll dates for 4 States and 1 UT; 8-phase election for West Bengal. Republic
  2. ↑ (27 February 2021). 1.08 lakh 'D' voters will not be allowed to vote in Assam polls: CEO. Republic
  3. ↑ (25 March 2021). Assam polls 2021 phase 1: Polling in 47 constituencies on March 27. India TV

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২১ৰ অসম বিধানসভা নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৪৫৫১১৪ (১৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।