অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমিয় কুমাৰ ভূঞা

অমিয় কুমাৰ ভূঞা এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত বিহপুৰীয়া (বিধান সভা সমষ্টি)ৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয়।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৪ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অমিয় কুমাৰ ভূঞা এজন ভাৰতীয় ৰাজনীতিবিদ। ১তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনত বিহপুৰীয়া (বিধান সভা সমষ্টি)ৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হয়।১

জন্ম আৰু শিক্ষা

অমিয় কুমাৰ ভূঞাৰ জন্ম উজনি অসমৰ লখিমপুৰ জিলাৰ হৈছিল। তেওঁৰ পিতৃৰ নাম পূৰ্ণকান্ত ভূঞা। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছত, ২০০২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ ২০০৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল।২ তেখেত সদৌ অসম ছাত্ৰ সন্থা প্ৰাক্তন সাধাৰণ সম্পাদক ৷

তথ্যসূত্ৰ

  1. ↑ "Dr Amiya Kumar Bhuyan, Assam Assembly Election Results". News18. Retrieved 22 August 2021
  2. ↑ Desk, Sentinel Digital (13 March 2021). "Dr. Amiya Bhuyan from Bihpuria: Early Life, Education, Career & Politics - Sentinelassam". www.sentinelassam.com. Retrieved 22 August 2021.

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিয় কুমাৰ ভূঞা” প্ৰবন্ধৰ সংশোধন ৪১৯৭৫৫ (২৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।