অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লোক-বাদ্য

লোক-বাদ্য (ইংৰাজী: Folk instrument) হৈছে কিছুমান পৰম্পৰাগত বাদ্যযন্ত্ৰ যিবোৰ পৰম্পৰাগত লোক-সংগীতৰ সৈতে বজোৱা হয়, আৰু সাধাৰণতে শাস্ত্ৰীয় সংগীত বা সংশ্লিষ্ট সংস্কৃতিৰ অন্যান্য অভিজাত আৰু আনুষ্ঠানিক সংগীত ধাৰাসমূহত ব্যৱহাৰ কৰা নহয়, যদিও ইয়াৰ সৈতে জড়িত বাদ্যযন্ত্ৰ হয়তো ব্যৱহাৰ কৰা হ'ব পাৰে।

হালনাগাদ: ২৯ ফেব্ৰুৱাৰী ২০২৪ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

লোক-বাদ্য (ইংৰাজী: Folk instrument) হৈছে কিছুমান পৰম্পৰাগত বাদ্যযন্ত্ৰ যিবোৰ পৰম্পৰাগত লোক-সংগীতৰ সৈতে বজোৱা হয়, আৰু সাধাৰণতে শাস্ত্ৰীয় সংগীত বা সংশ্লিষ্ট সংস্কৃতিৰ অন্যান্য অভিজাত আৰু আনুষ্ঠানিক সংগীত ধাৰাসমূহত ব্যৱহাৰ কৰা নহয়, যদিও ইয়াৰ সৈতে জড়িত বাদ্যযন্ত্ৰ হয়তো ব্যৱহাৰ কৰা হ'ব পাৰে।

এই বাদ্যযন্ত্ৰবোৰ কাঠ, ধাতু বা অন্যান্য সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয়। লোক-বাদ্যৰ বিভিন্ন প্ৰকাৰবোৰ হৈছে ততবাদ্য, বা বিভিন্ন ধৰণৰ বাঁহী বা ট্ৰুম্পেট জাতীয় বাদ্য, বা আঙুলিৰে টানি, টুকুৰিয়াই বা ধনুৰ দৰে বেঁকা কৰি ব্যৱহাৰ কৰা তাঁৰ যুক্ত বাদ্যযন্ত্ৰ আদি।১

কিছুমান বাদ্যযন্ত্ৰক লোক-বাদ্য বুলি কোৱা হয় কাৰণ ইহঁত সাধাৰণতে লোক-সংগীতৰ সেতে বজোৱা হয়, যদিও কেতিয়াবা আন ধৰণৰ সংগীততো ব্যৱহাৰ কৰা হয়; ইয়াৰ উদাহৰণ হ’ল হাৰম’নিকা, ধ্ৰুপদী বেহেলা আৰু লোক-বাদ্য ফিডল আদি।

লোক-বাদ্যৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Chapter 9

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিবাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোক-বাদ্য” প্ৰবন্ধৰ সংশোধন ৪০৮৫৮৮ (২৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।