অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বেহেলা

বেহেলা (Violin) একপ্ৰকাৰৰ বাদ্যযন্ত্ৰ। ধনুক তন্তুৰ সম্মিলনেৰে বেহেলাত সুৰ সৃষ্টি কৰা হয়। সাধাৰণতে বেহেলা চাৰি বাদ্য-যন্ত্ৰৰ গুণা বা নিখুঁত টিউনৰ বাবে পাঁচ বাদ্য-যন্ত্ৰৰ গুণা থাকে।

হালনাগাদ: ২৯ মে’ ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

বেহেলা (Violin) একপ্ৰকাৰৰ বাদ্যযন্ত্ৰ। ধনুক তন্তুৰ সম্মিলনেৰে বেহেলাত সুৰ সৃষ্টি কৰা হয়। সাধাৰণতে বেহেলা চাৰি বাদ্য-যন্ত্ৰৰ গুণা বা নিখুঁত টিউনৰ বাবে পাঁচ বাদ্য-যন্ত্ৰৰ গুণা থাকে। ই ক্ষুদ্ৰতম, বাদ্য-যন্ত্ৰৰ গুণাযুক্ত বেহেলা পৰিয়াল, যি বেহেলাজাতীয় বীণাবিশেষ, বাদ্যযন্ত্ৰবিশেষ, আৰু দ্বৈত খাদ অন্তৰ্ভূক্ত সৰ্বোচ্চ আৰু তীক্ষ্ণ স্বৰবিশিষ্ট সদস্য। বেহেলা প্ৰায় সকলোধৰণৰ সংগীতৰ লগত ব্যৱহৃত হয়।

ইতিহাস

বেহেলাৰ ইতিহাস সম্পৰ্কে বিভিন্ন জনে বিভিন্ন অভিমত প্ৰকাশ কৰা দেখা যায়। সংক্ষেপত কেইটামান অভিমত উল্লেখ কৰা হ’ল-

  • ভাৰতীয় (হিন্দু) বিশ্বাসৰ মতে, লংকাপতি ৰাৱণ কৰ্তৃক এক তাঁৰ বিশিষ্ট "ৰাৱণ স্ত্ৰম" নামৰে এটি বাদ্যযন্ত্ৰ সৃষ্টি হয়। পিছত একাদশ শতিকাৰ শেষৰ ফালে পাৰস্য, আৰৱ আৰু স্পেইন হৈ ইউৰোপ পায় গৈ বৰ্তমান প্ৰচলিত নাম "বেহেলা" হৈছে।
  • পাশ্চাত্যৰ বিদ্বানসকলৰ মতে, ৪০০ বছৰ পূৰ্বে ইউৰোপত ভইল(Voil) নামৰ একপ্ৰকাৰ বাদ্যযন্ত্ৰ আৱিষ্কাৰ কৰা হয়। পিছত এই যন্ত্ৰৰ আকাৰত বৰ্তমান "বেহেলা" তৈয়াৰ কৰা হয়।
  • অন্য এক মতবাদ মতে, ১৫৬৩ চনত ভেনিচ নগৰৰ এজন গ্ৰামীণ লোক, লিনাবলিয়ে "টেনৰ ভায়লিন" নামেৰে এক বাদ্যযন্ত্ৰ প্ৰচলন কৰে। তাৰপিছত, ইটালীৰ কোনো এজন নাম নজনা বিদ্বানে ইয়াৰ উন্নতি সাধন কৰি বেহেলাৰ আধুনিক ৰূপ দিয়ে।
বেহেলা
বেহেলাছবি: Batch1928 44 · Public domain

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেহেলা” প্ৰবন্ধৰ সংশোধন ৫১৩৫২৬ (২৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।