অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
জ্যোতি দ্বিভাষিক অভিধান
জ্যোতি দ্বিভাষিক অভিধান (ইংৰাজী: Jyoti Divashik Abhidhan) ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা সংকলিত এখন ইংৰাজী-অসমীয়া দ্বিভাষিক সমাৰ্থক অভিধান৷ অভিধানখন পোনপ্ৰথমবাৰৰ বাবে ১৯৯০ চনত প্ৰকাশিত হৈছিল৷ অভিধানখনত ৬০,০০০ তকৈও অধিক ইংৰাজী শব্দ আৰু এক লাখতকৈও অধিক অসমীয়া শব্দ সন্নিৱিষ্ট হৈছে৷ অভিধানখন গুৱাহাটী…
-
জ্যোতিৰেখা হাজৰিকা
জ্যোতিৰেখা হাজৰিকা (Jyotirekha Hazarika) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত একাধাৰে কবি, গল্পকাৰ, সম্পাদক, জীৱনীকাৰ, পাঠ্যপুথি ৰচক, অধ্যাপক আদি। হাজৰিকাই বৰ্তমান যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।
-
ঝ
ঝ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৯ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঝ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঝ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঞ
ঞ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।
-
ট
ট অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ট'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ট' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
টংলা বিধানসভা সমষ্টি
টংলা বিধানসভা সমষ্টি (ইংৰাজী: Tangla Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত উদালগুৰি জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।
-
টাই-আহোম সংখ্যা পদ্ধতি
টাই-আহোম সংখ্যা পদ্ধতি হৈছে টাই-আহোম ভাষাত ব্যৱহাৰ হোৱা এক দশমিক (decimal) সংখ্যা পদ্ধতি। বুৰঞ্জী আৰু শিলালিপিত এই সংখ্যা পদ্ধতি দেখা যায়। এই সংখ্যা পদ্ধতি অন্যান্য টাই ভাষাসমূহৰ সৈতে সাদৃশ্যপূৰ্ণ আৰু ইয়াৰ মূল উৎস হৈছে বৃহত্তৰ টাই ভাষা পৰিয়াল।
-
টিলিকি কপৌ
টিলিকি কপৌ বা বিকড মাইক্ৰ'পেৰা (Beaked micropera) হৈছে পৰাশ্ৰয়ী অৰ্কিডৰ এক প্ৰজাতি। ই মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ হ'ব পাৰে। অসমকে ধৰি উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু পূব হিমালয়ত ইয়াক থলুৱাভাৱে পোৱা যায়। আৰু সুগন্ধি। ইয়াক শালিকী কপৌ বা কণ কপৌ নামেৰেও জনা যায়।
-
টিহু বিধানসভা সমষ্টি
টিহু বিধানসভা সমষ্টি (ইংৰাজী: Tihu Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত পুৰণি ধৰ্মপুৰ সমষ্টি বিলুপ্ত কৰি নলবাৰী জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।
-
টুক্ৰেশ্বৰী দেৱালয়
টুক্ৰেশ্বৰী দেৱালয় হৈছে গোৱালপাৰা চহৰৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দক্ষিণ-পূৱত টুক্ৰেশ্বৰী পাহাৰত অৱস্থিত এখন দেৱালয়।
-
টেকেলি পিঠা
টেকেলি পিঠা অসমৰ স্থানীয় পিঠা। চেৱা দিয়া ভাত আৰু টেকেলী পিঠা কৰাৰ পদ্ধতিৰ মিল আছে৷ ভাৰতৰ আন ঠাইত এনেদৰে ভাত বা পিঠা কৰাৰ পদ্ধতি নাই৷ আৰৈ চাউলৰ পিঠাগুড়ি, ৰোকা নাৰিকল আৰু চেনি ভজা মিশ্ৰণ অথবা ভজা তিল আৰু গুড়ৰ মিশ্ৰণ হ'লেই এইবিধ পিঠা সাজিব পাৰি।
-
ঠ
ঠ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ঠ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঠ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ড
ড অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে। 'ড'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ডকমোকা
ডকমোকা ( )(Dokmoka) অসমৰ কাৰ্বি আংলং জিলাৰ এখন পৌৰ-নগৰ। ইয়াৰ এখন নিজা নগৰ-সমিতি আছে।
-
ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড (Dolphin Films Private Limited) প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এটা চলচ্চিত্ৰ কোম্পানী। এই কোম্পানীটোৱে বৰ্তমানলৈকে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিবোৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছে।
-
ড়
ড় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ড়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ড়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ডাও হুদুনি মেথাই
ডাও হুদুনি মেথাই (दाव हुदुनि मेथाइ, Song of the Horned Owl) হৈছে মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত ২০১৫ চনৰ বড়ো ভাষাৰ এখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ৰশ্মিৰেখা বৰাৰ অসমীয়া উপন্যাস ডাও হুদুৰ গান -ৰ ওপৰত আধাৰিত।
-
ডালিমী
নেপী ৱাংচা ওৰফে ডালিমী ৱাংচু ৰাজ্যৰ ৰাজকুমাৰী আৰু আহোমৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিল। আহোম ৰাজত্বৰ অন্যতম প্ৰতাপী ৰজা স্বৰ্গদেউ গদাধৰ সিংহই ৱাংচু ৰাজকন্যা নেফে ৱাংচাক বিয়া কৰাইছিল। পৰৱৰ্তী সময়ত নেপী ৱাংচা ডালিমী হিচাপে পৰিচিত হয়।
-
ডিগবৈ বিধানসভা সমষ্টি
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী সুৰেন ফুকনে বিজয় সাব্যস্ত কৰি ডিগবৈ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়।
-
ডিফু বিধানসভা সমষ্টি
ডিফু বিধানসভা সমষ্টি (ইংৰাজী: Diphu Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ডিব্ৰু মহাবিদ্যালয়
ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্যি শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা ডিব্ৰু মহাবিদ্যালয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য মহাবিদ্যালয়।
-
ডিমৌ বিধানসভা সমষ্টি
ডিমৌ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টি ২০২৩ চনত নতুনকৈ গঠন কৰা হৈছিল।
-
ডিমৰীয়া বিধানসভা সমষ্টি
ডিমৰীয়া বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ভাৰতৰ নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত ২০২৩ চনত এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। এই সমষ্টিটোৰ ক্ৰমিক নম্বৰ হৈছে ৩৪। ডিমৰীয়া বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ (SC) বাবে সংৰক্ষিত।
-
ডুমডুমা বিধানসভা সমষ্টি
ডুমডুমা বিধানসভা সমষ্টি (ইংৰাজী: Doom Dooma Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও তিনচুকীয়া জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ঢ
ঢ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্দশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'ঢ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঢকুৱাখনা বিধানসভা সমষ্টি
ঢকুৱাখনা বিধানসভা সমষ্টি (ইংৰাজী: Dhakuakhana Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ঢকুৱাখনা মহাবিদ্যালয়
ঢকুৱাখনা মহাবিদ্যালয় (Dhakuakhana College)১৯৬৬ চনত সেইসময়ৰ ঢকুৱাখনাৰ উচ্চশিক্ষানুৰাগী ৰাইজৰ সহযোগত ৰাইজৰ অনুদানৰ যোগেদি ঢকুৱাখনা চহৰৰ পৰা প্ৰায় ২ কিমি দূৰত্বত, নৱকাঠৰবাৰী গাঁৱত স্থাপিত হৈছিল। মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু ইউজিচিৰ অধ্যায় ২(এফ) আৰু ১২(বি) দ্বাৰা অনুমোদিত।
-
ঢ়
ঢ় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঢ়'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ়' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
ঢেকীয়াজুলি বিধানসভা সমষ্টি
ঢেকীয়াজুলি বিধানসভা সমষ্টি (ইংৰাজী: Dhekiajuli Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ণ
ণ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ণ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ণ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।