অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড

ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড (Dolphin Films Private Limited) প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এটা চলচ্চিত্ৰ কোম্পানী। এই কোম্পানীটোৱে বৰ্তমানলৈকে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিবোৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড (Dolphin Films Private Limited) প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এটা চলচ্চিত্ৰ কোম্পানী। এই কোম্পানীটোৱে বৰ্তমানলৈকে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিবোৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছে।১

নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহ

বৰ্ষশিৰোনামউপশিৰোনামপুৰস্কাৰসমূহ
১৯৮২অপৰূপাশ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
১৯৮৬পাপৰি
১৯৮৮হালধীয়া চৰায়ে বাওধান খায়The Catastrophyশ্ৰেষ্ঠ নিৰ্বাচিত চলচ্চিত্ৰ
১৯৯০বনানিThe Forestপৰিবেশ বিষয়ক শ্ৰেষ্ঠ চলচ্চিত্ৰ
১৯৯২ফিৰিঙতি (চলচ্চিত্ৰ)The Sparkদ্বিতীয় শ্ৰেষ্ঠ নিৰ্বাচিত চলচ্চিত্ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - শ্ৰেষ্ঠ অভিনেত্ৰী: মলয়া গোস্বামী
১৯৯৫সাগৰলৈ বহু দূৰIt’s a long way to the sesশ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ GETZ Prize (31st Chicago Interntnl. Film Festival) Pri Do Public Award (Best Film:Nantes Film festival, France)
১৯৯৮কুশলThe Prince of Freedomশ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
১৯৯৯পখীAnd the River Flowsশ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
২০০৩কণিকাৰ ৰামধেনুRide on the Rainbowশ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
২০০৩তৰাTora’s Loveৰাষ্ট্ৰীয় পুৰস্কাৰ - শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Film Writers Association - From-Film-Desk-JahnuBarua. Fwa.co.in

সম্পৰ্কিত শ্ৰেণী

কোম্পানীঅসমৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড” প্ৰবন্ধৰ সংশোধন ৩৮১১৭১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।