অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

টিলিকি কপৌ

টিলিকি কপৌ বা বিকড মাইক্ৰ'পেৰা (Beaked micropera) হৈছে পৰাশ্ৰয়ী অৰ্কিডৰ এক প্ৰজাতি। ই মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ হ'ব পাৰে। অসমকে ধৰি উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু পূব হিমালয়ত ইয়াক থলুৱাভাৱে পোৱা যায়। আৰু সুগন্ধি। ইয়াক শালিকী কপৌ বা কণ কপৌ নামেৰেও জনা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

টিলিকি কপৌ বা বিকড মাইক্ৰ'পেৰা (Beaked micropera)১ হৈছে পৰাশ্ৰয়ী অৰ্কিডৰ এক প্ৰজাতি। ই মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ হ'ব পাৰে। অসমকে ধৰি উত্তৰ-পূব ভাৰত২, বাংলাদেশ আৰু পূব হিমালয়ত ইয়াক থলুৱাভাৱে পোৱা যায়।২ এই অৰ্কিডবিধ হেমন্ত আৰু শীতকালৰ আৰম্ভণিতে ফুলে। ফুলবোৰ সাধাৰণতে বেঙুনীয়া ৰঙৰ৩ আৰু সুগন্ধি।১ ইয়াক শালিকী কপৌ বা কণ কপৌ নামেৰেও জনা যায়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Beaked Micropera. flowersofindia.net
  2. ↑ Micropera rostrata (Roxb.) N.P.Balakr. 1970. orchidspecies.com
  3. ↑ Micropera rostrata (Roxb.) N.P.Balakr.. indiabiodiversity.org

সম্পৰ্কিত শ্ৰেণী

অৰ্কিডঅসমত পোৱা অৰ্কিডসমূহসপুষ্পক উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিলিকি কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৭১ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।