অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
হীৰা শৰণীয়া
নব কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়া ওৰফে হীৰা ডেকা (জন্ম ১ মে ১৯৬৯) এজন ভাৰতীয় ৰাজনীতিবিদ যিয়ে ২০১৪ চনৰ পৰা ২০১৯ চন লৈকে এজন স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে আৰু ২০১৯ চনৰ পৰা ২০২৪ চন লৈকে গণ সুৰক্ষা পাৰ্টীৰ সদস্য হিচাপে অসমৰ কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
হুদুমদেওৰ পূজা
অনাবৃষ্টিৰ ফলত খেতিপথাৰে যেতিয়া চিৰালফাঁট মেলে, কৃষকে হুমুনিয়াহ কাঢ়ি ঘনে ঘনে আকাশলৈ চায়, তেনে পৰিস্থিতিত গোৱালপাৰা অঞ্চলত হুদুমদেওৰ পূজা আয়োজন কৰি বৃষ্টিৰ আয়োজন কৰা হয়। এই অনুষ্ঠান সম্পূৰ্ণৰূপে সত্ৰ আচাৰ।
-
হৃদয় নিৰুপায়
হৃদয় নিৰুপায় এখন অসমীয়া ভাষাৰ উপন্যাস৷ ঔপন্যাসিক ৰীতা চৌধুৰী৷ উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৩ চনৰ মে’ মাহত৷ উপন্যাসখন পূৰ্বতে ১৯৯৬ চনত ‘জনমভূমি’ কাকতৰ পূজা সংখ্যাত ‘অন্তঃস্ৰোতা’ শীৰ্ষক নামেৰে প্ৰকাশ হৈছিল৷ ‘হৃদয় নিৰুপায়’ তাৰেই পৰিবৰ্দ্ধিত ৰূপ৷ ২০২০ চনত উপন্যাসখনৰ ষষ্ঠ প্ৰকাশ মুদ্ৰিত হৈছে৷…
-
হেজাৰী ভাওনা
হেজাৰী ভাওনা বা কলিয়াবৰৰ হেজাৰী ভাওনা অসমৰ নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত ভাওনা উৎসৱ। অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ হিচাপে নগাঁৱৰ হেজাৰী ভাওনা বিখ্যাত।
-
হেমপ্ৰভা শইকীয়া
ড০ হেমপ্ৰভা শইকীয়া(জন্ম:২১ ফেব্ৰুৱাৰী ১৯৪০) এগৰাকী ভাৰতীয় মহিলা ৰাজনীতিবিদ তেওঁ ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী আছিল। তেওঁ ১৯৯৬ চনৰ পৰা ২০০৬ চনলৈ নাজিৰা সমষ্টিক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ সদস্য আছিল৷ তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰো অধ্যক্ষ আছিল৷ তেওঁ অসমৰ…
-
হেমেন দাস (ৰাজনীতিবিদ)
হেমেন দাস (Hemen Das;জন্ম: ২ মাৰ্চ, ১৯৩১) অসমৰ এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা তথা প্ৰাক্তন বিধায়ক। তেওঁ অসম বিধানসভাৰ সৰভোগ সমষ্টিৰ পৰা চাৰিবাৰকৈ - ১৯৭৮, ১৯৮৩,১৯৮৫ আৰু ১৯৯৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।
-
হেমৰাম পাটৰ
হেমৰাম পাটৰ ( Hemaram Patar) বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ ১৯২৩ চনৰ জন্ম৷ ফুল-কুমলীয়া বয়সতে পুলিচ-মিলিটাৰীৰ অবৰ্ণনীয় অত্যাচাৰৰ বলি হৈ জোঙাল বলহু গড়ৰ ওচৰত তেওঁৰ মৃত্যু হৈছিল৷
-
হেলচাৰ পাম
হেলচাৰ পাম (Helochar Pam) অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী চক্ৰত অৱস্থিত এখন বৃহৎ গাঁও য'ত মুঠ ৪৭৫টা পৰিয়াল বসবাস কৰে। হেলচা গাঁৱৰ জনসংখ্যা ২৪০৯ জন ইয়াৰে ১২৪৬ জন পুৰুষ আনহাতে ১১৬৩ জন মহিলা। হেলচাৰ পাম গাঁৱৰ সাক্ষৰতাৰ হাৰ অসমৰ তুলনাত কম।
-
হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি
হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি (Harapriya Barukial Borgohain) এগৰাকী অসমীয়া সাহিত্যিক আৰু শিক্ষয়িত্ৰী। বিভিন্ন বিষয়ৰ ওপৰত লিখিছে যদিও তেওঁ শিশু সাহিত্যৰ বাবে বিশেষভাবে জনাজাত। শিশু সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছে।
-
হৰলটাৰী
হৰলটাৰী ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও। ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭।
-
হৰি ওঁম
হৰি ওঁম হৈছে ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত এখন ৰোমাণ্টিক একশ্বনধৰ্মী অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে অৰূপ জ্যোতি ৰাভাই। মূখ্য অভিনয়ত আছে ভাষ্কৰ ৰঞ্জন,প্ৰিন্স,তৃষ্ণা কুৰ্মী আৰু দেৱাশ্ৰী গগৈ। চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিবেশন ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্টৰ।
-
হৰিচৰণ শইকীয়া
হৰিচৰণ শইকীয়া ( Haricharan Saikia) অসমৰ এগৰাকী ভাৰতীয় সত্ৰীয়া নৃত্য শিল্পী। অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়াৰ সংৰক্ষণ, অনুশীলন আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৬ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
হৰিশ্চন্দ্ৰ উপাখ্যান
হৰিশ্চন্দ্ৰ উপাখ্যান শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এখন কাহিনী-প্ৰধান উপাখ্যান৷ হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত এটি সৰু কাহিনী৷ পুৰাণৰ সাৰ বুলি গ্ৰহণ কৰি লেখকে নিজৰ মৌলিক সাহিত্যিক প্ৰতিভাৰে উপাখ্যানটি সজাই-পৰাই লৈছে৷ এই পুথিখন শংকৰদেৱৰ আগবয়সৰ ৰচনা৷ হৰিশ্চন্দ্ৰ উপাখ্যানতেই শংকৰদেৱে…
-
হৰেন্দ্ৰ নাথ কলিতা
হৰেন্দ্ৰ নাথ কলিতা (Harendra Nath Kalita) এগৰাকী অসমীয়া লেখক, গল্পকাৰ, শিশু-সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত জনপ্ৰিয় বিজ্ঞান লেখক আৰু সমাজ সংগঠক আছিল।
-
ৎ
ৎ (খণ্ড ত) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৮ নং আখৰ। 'ৎ'-ক ব্যঞ্জনান্ত বা হসন্ত বা হলন্ত বোলে। ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা বাহিৰ হোৱা বায়ু মুখত ক’ৰবাত নহয় ক’ৰবাত আঘাত হয়।
-
ৠ
ৠ বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিয়া হৈছে।
-
ৡ
ৡ (দীৰ্ঘ লি) বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিছা হৈছে।
-
১ ফেব্ৰুৱাৰী
১ ফেব্ৰুৱাৰী গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে।
-
১ মাৰ্চ
১৪৯৮ - ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে। ১৮১১ - মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন। ১৮১৫ - এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়। ১৮১৯ - শ্ৰীৰামপুৰত ৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
-
১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত
১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত:৭৮ বছৰীয়া ইতিহাসৰ এক ৰেঙণি (Exo Oxomiya Chalachitrar Kahini aru Geet: Athsottor Bosoriya Itihaasar Ek Rengoni) অসমীয়া চিত্ৰ সাংবাদিক অৰুণলোচন দাসৰ অসমীয়া চলচ্চিত্ৰ বিষয়ক এখন গৱেষণামূলক গ্ৰন্থ।
-
১৩ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা মুক্তিপ্ৰাপ্ত অসমীয়া ছবি জাহ্নু বৰুৱা ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ
২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱসত অসমৰ ধেমাজিত হৈছিল। ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা শিশুৰ ওপৰত চলোৱা এই বোমা বিস্ফোৰণৰ দায়িত্ব সংযুক্ত মুক্তি বাহিনী, অসমে লৈছিল। এই বোমা বিস্ফোৰণত ১৮ মানুহ নিহত আৰু ৪০ জন আহত হৈছিল।
-
২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৯ চনৰ ৬ এপ্ৰিলত গুৱাহাটীৰ মালিগাঁৱকে ধৰি অসমৰ চাৰিটা অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভা সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছিল।
-
২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা