ৎ (খণ্ড ত) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৮ নং আখৰ। 'ৎ'-ক ব্যঞ্জনান্ত বা হসন্ত বা হলন্ত বোলে। ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা বাহিৰ হোৱা বায়ু মুখত ক’ৰবাত নহয় ক’ৰবাত আঘাত হয়। ১
'ৎ'যুক্ত শব্দৰ উদাহৰণ
তথ্যসূত্ৰ
- ↑ xobdo.orgত ব্যঞ্জনবৰ্ণ অনুসন্ধান কৰোঁতে পোৱা।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৎ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৮৩ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।