অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমপ্ৰভা শইকীয়া

ড০ হেমপ্ৰভা শ‌ইকী‌য়া(জন্ম:২১ ফেব্ৰুৱাৰী ১৯৪০) এগৰাকী ভাৰতীয় মহিলা ৰাজনীতিবিদ তেওঁ ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী আছিল। তেওঁ ১৯৯৬ চনৰ পৰা ২০০৬ চনলৈ নাজিৰা সমষ্টিক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ সদস্য আছিল৷ তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰো অধ্যক্ষ আছিল৷ তেওঁ অসমৰ…

হালনাগাদ: ১৬ জুন ২০২৬ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ড০ হেমপ্ৰভা শ‌ইকী‌য়া(জন্ম:২১ ফেব্ৰুৱাৰী ১৯৪০)১ এগৰাকী ভাৰতীয় মহিলা ৰাজনীতিবিদ তেওঁ ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী আছিল। তেওঁ ১৯৯৬ চনৰ পৰা ২০০৬ চনলৈ নাজিৰা সমষ্টিক প্ৰতিনিধিত্ব কৰা অসম বিধানসভাৰ সদস্য আছিল৷ তেওঁ অসম পৰ্যটন উন্নয়ন নিগমৰো অধ্যক্ষ আছিল৷ তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শ‌ইকীয়াৰ পত্নী আছিল আৰু তেওঁৰ পুত্ৰ দেৱব্ৰত শ‌ইকীয়া অসম বিধানসভাৰ বিৰোধী দলৰ নেতা। ২৩৪৫৬ ৭অসম বিধানসভাত ৮তেওঁ দুবাৰকৈ বিধায়িকাৰ আসন শুৱনি কৰিছিল। গুৱাহাটী পৌৰনিগমৰ মেয়ৰ পদতো তেওঁ অধিষ্ঠিত আছিল। বৰ্তমান তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছে।২০১১ চনত পুত্ৰ দেবব্ৰত শ‌ইকীয়াক নাজিৰা সমষ্টিৰ আসনখন এৰি দিয়ে।

তথ্যসূত্ৰ

  1. ↑ Debabrata Legacy Karmoshri Hiteshwar Saikia. Debabrata Saikia
  2. ↑ web.archive.org/web/20160403220606/http://www.te
  3. ↑ web.archive.org/web/20170523230613/http://debabr
  4. ↑ web.archive.org/web/20160817211028/http://eci.ni
  5. ↑ web.archive.org/web/20160815192858/http://www.as
  6. ↑ Debabrata Saikia. OneIndia
  7. ↑ timesofindia.indiatimes.com/city/guwahati/The-so
  8. ↑ indiatoday.intoday.in/story/unknown-faces-came-i reshuffle/1/132167.html

সম্পৰ্কিত শ্ৰেণী

মহিলা ৰাজনীতিবিদঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমপ্ৰভা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬১২৪৯৫ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।