ৱেবছাইট
৭১ প্ৰবন্ধ
-
ৱিকিপিডিয়াৰ তালিকা
ৱিকিপিডিয়া হৈছে স্বেচ্ছাসেৱী সম্পাদকৰ এটা সম্প্ৰদায়ৰ দ্বাৰা সম্পাদিত আৰু পৰিচালিত এক বিনামূলীয়া বহুভাষিক মুক্ত উৎস ৱিকি ভিত্তিক অনলাইন বিশ্বকোষ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইংৰাজী ভাষাৰ বিশ্বকোষ হিচাপে আৰম্ভ কৰা হৈছে।
-
ৱেব পেজ
ৱেব পেজ বা ৱেব পৃষ্ঠা (Web page) হৈছে এটা একক দস্তাবেজ, যি ৱেব ব্ৰাউজাৰৰ জৰিয়তে প্ৰদৰ্শিত হয়। এটা ৱেবছাইট সাধাৰণতে বহুতো ৱেব পৃষ্ঠাৰদ্বাৰা গঠিত হয় যিটো এটা সাধাৰণ ডমেইন নামৰ অধীনত একেলগে সংযুক্ত কৰা হয়।
-
ইউটিউব মিউজিক
ইউটিউব মিউজিক (ইংৰাজী: YouTube Music) হৈছে গুগলৰ সহযোগী কোম্পানী আমেৰিকান ভিডিঅ' প্লেটফৰ্ম ইউটিউবে বিকশিত কৰা এটা সংগীত ষ্ট্ৰীমিং সেৱা। এই সেৱাটো এনে এটা আন্তঃপৃষ্ঠৰ সৈতে ডিজাইন কৰা হৈছে যিয়ে ব্যৱহাৰকাৰীসকলক একেলগে ইউটিউব ভিত্তিক ধাৰা, প্লেলিষ্ট আৰু পৰামৰ্শৰ সংগীত অডিঅ’ আৰু মিউজিক ভিডিঅ’সমূহ…
-
ক্ৰিকবাজ
ক্ৰিকবাজ হৈছে টাইমছ ইণ্টাৰনেটৰ মালিকানাধীন ৱেবছাইট। ইয়াত ক্ৰিকেট খেলৰ বাতৰি, প্ৰবন্ধ, আৰু পোনপটীয়া সম্প্ৰচাৰ থাকে — য’ত ভিডিঅ’, পাঠ্য, ভাষ্য, খেলুৱৈৰ পৰিসংখ্যা আৰু দলৰ শ্ৰেণীবিভাগ অন্তৰ্ভুক্ত। ইয়াৰ এটা ম'বাইল এপ্লিকেচনো আছে।
-
গুগল আৰু ৱিকিপিডিয়াৰ মাজত সম্পৰ্ক
গুগল আৰু ৱিকিপিডিয়াৰ মাজৰ সম্পৰ্কটো ৱিকিপিডিয়াৰ ইতিহাসৰ আৰম্ভণিতে সহযোগমূলক আছিল, যেতিয়া গুগলে ব্যাপকভাৱে বিস্তৃত, সম্পাদনাযোগ্য নহোৱা আৰু বিজ্ঞাপনভিত্তিক ৱিকিপিডিয়া ক্লোনসমূহৰ পেইজৰেংক হ্ৰাস কৰাত সহায় কৰিছিল।
-
জনপ্ৰতিনিধি
জনপ্ৰতিনিধি হৈছে অনলাইন সামাজিক নেটৱৰ্কিং সেৱা আৰু বাৰ্তা প'ৰ্টেল, যিয়ে ভোটাৰসকল আৰু তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিসকল, যেনে MP, MLA আৰু কাউন্সিলৰসকলৰ ওচৰত এক সেঁতুৰ ভূমিকা পালন কৰে। এই নামটো ভাৰতীয় উপমহাদেশত লোকসকলৰ নিৰ্বাচিত প্ৰতিনিধিক বুজাবলৈ বহুল ব্যৱহৃত শব্দ “জনপ্ৰতিনিধি”ৰপৰা আহিছে।
-
ডব্লিউ থ্ৰী স্কুলচ্
ডব্লিউ থ্ৰী স্কুলচ্ (W3Schools) হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইচ টি এম এল, চি এছ এছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, jQuery, XQuery, AJAX, XML, Raspberry Pi,…
-
দ্য পেৰিছ ৰিভিউ
দ্য পেৰিছ ৰিভিউ (ইংৰাজী:The Paris Review) হ’ল ইংৰাজী ভাষাৰ এখন তিনিমহীয়া সাহিত্য আলোচনী৷ আলোচনীখন ১৯৫৩ চনত পেৰিছত হেৰল্ড এল. হিউমছ, পিটাৰ মেথিয়েছেন আৰু জৰ্জ প্লিম্পটনে প্ৰতিষ্ঠা কৰিছিল৷ প্ৰথম পাঁচোটা বছৰত দ্য পেৰিছ ৰিভিউ-এ জেক কেৰোৱাক, ফিলিপ লাৰকিন, ভি. এছ.
-
ফেকিং নিউজ
ফেকিং নিউজ (Faking News) হৈছে এটা ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট। এই ৱেবছাইটত ভাৰতৰ ৰাজনীতি আৰু সমাজ জীৱনৰ ওপৰত আধাৰিত ব্যংগ সহিত ছলাহী সংবাদ পৰিবেশন কৰা হয়। এই ৱেবছাইটটোত মাজে সময়ে ভাৰতৰ দূৰদৰ্শন আৰু সংবাদ সেৱাৰ লগত জড়িত তথ্যপূৰ্ণ প্ৰবন্ধও প্ৰকাশিত হয়।
-
ফ্লিপকাৰ্ট
ফ্লিপকাৰ্ট হৈছে কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত এক ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠান। পূৰ্বতে আমাজ’ন ডট কমত কৰ্মৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ দুজন স্নাতক শচীন বানচাল আৰু বিন্নী বানচালে ২০০৭ চনত ফ্লিপকাৰ্ট আৰম্ভ কৰে।
-
ৱানইণ্ডিয়া
ৱানইণ্ডিয়া (OneIndia.com) হৈছে এটা ভাৰতীয় অনলাইন সংবাদ প'ৰ্টেল, যি ২০০৬ চনৰ জানুৱাৰীত বি. জি. মহেশৰ দ্বাৰা স্থাপিত হৈছিল। ৱানইণ্ডিয়া ৱেবছাইটটো ইংৰাজী, হিন্দী, কন্নড়, তেলুগু, তামিল, মালয়ালম, বাংলা আৰু গুজৰাটী ভাষাত উপলব্ধ।
-
ৱিকি নিউজ
ৱিকি নিউজ বা ৱিকি সংবাদ (Wikinews) হৈছে ৱিকিৰ মুক্ত সংবাদৰ উৎস আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ভগ্নীপ্ৰকল্প। এই ছাইটটো সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলোৰ সহযোগত পৰিচালিত হয়।
-
ৱিকিট্ৰেভেল
ৱিকিট্ৰেভেল এটা ৱেব ভিত্তিক প্ৰকল্প, যাৰ উদ্দেশ্য “বিনামূল্যে আধুনিক, পূৰ্ণাঙ্গ আৰু নিৰ্ভৰযোগ্য বিশ্বব্যাপী ভ্ৰমণ সহায়িকা সৃষ্টি কৰা। ” ২০০৩ চনৰ জুলাই মাহত ইভান প্ৰোড্ৰোমো আৰু মিছেল এন জেনকিন্সে এই প্ৰকল্পটোৰ উদ্যোগ গ্ৰহণ কৰে।
-
ৱিকিভাৰ্চিটী
ৱিকিভাৰ্চিটি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ এটা প্ৰকল্প, যিয়ে শিক্ষণ সম্প্ৰদায়, তেওঁলোকৰ শিক্ষণ সামগ্ৰী আৰু তাৰ ফলত হোৱা কাৰ্য্যকলাপক সমৰ্থন কৰে। ই ৱিকিপিডিয়াৰ দৰে অধিক গঠনমূলক প্ৰকল্পৰ পৰা পৃথক কাৰণ ইয়াৰ পৰিৱৰ্তে ই আনুষ্ঠানিক বিষয়বস্তুৰ পৰিৱৰ্তে শিক্ষণৰ লালন-পালনৰ বাবে এক শৃংখলাবদ্ধ টিউটৰিয়েল…
-
উপ-ডমেইন
ডমেইন নেম চিষ্টেম (Domain Name System চমুকৈ DNS) অনুক্ৰমত, এটা উপ-ডমেইন (Subdomain) হৈছে এটা ডমেইন যি আন এটা (মুখ্য) ডমেইনৰ এটা অংশ। উদাহৰণ স্বৰূপে, যদি এটা অনলাইন দোকানে তেওঁলোকৰ ৱেবছাইটৰ অংশ হিচাপে example.com ৰ পৰা ডমেইন লয় তেন্তে তেওঁলোকে উপ-ডমেইন ব্যৱহাৰ কৰিব shop.example.com।
-
উপপৃষ্ঠা
এটা উপপৃষ্ঠা (Subpage)-ই সাধাৰণতে ৱেবছাইট বা ৱিকিৰ নিম্ন স্তৰৰ ৱেব পৃষ্ঠাক বুজায়।
-
এচএচএচ ডট্ কম্
এচএচএচ ডট্ কম্ (ইংৰাজী: Sssh.com; আৰম্ভণি: ১৯৯৯) হৈছে কেৱল সদস্যসকলৰ বাবে উপলব্ধ এটা স্বতন্ত্ৰ মহিলাৰ ইৰ’টিকা ছাইট। মূলসুঁতিৰ প্ৰাপ্তবয়স্ক উদ্যোগৰ দ্বাৰা স্বীকৃতি লাভ কৰা এয়া প্ৰথমটো "মহিলাৰ বাবে পৰ্ণ" ৱেবছাইট, যিয়ে শ্ৰেষ্ঠ বিকল্প ৱেবছাইটৰ বাবে এক্সবিআইজেড বঁটা লাভ কৰিছিল।
-
এপ্ৰ'পিডিয়া
এপ্ৰ'পিডিয়া আন্তৰ্জালৰ এটি ৱেবছাইট য'ত পৰিৱেশ সংৰক্ষণ, নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰা আদিৰ ওপৰত লেখ লেখা হয়। এই ৱেবছাইটে ৱিকি পদ্ধতি ব্যৱহাৰ কৰে। পৰিৱেশ সংৰক্ষণ আৰু অন্যান্য দিশৰ বিভিন্ন নন-প্ৰফিট প্ৰতিষ্ঠানে আপ্ৰ'পিডিয়া ব্যৱহাৰ কৰে। and the Full Belly Project.
-
এবাউট.মী
এবাউট.মী (about.me, এবাউট ডট মী) হৈছে ২০০৯ চনত অক্টোবৰত প্ৰতিষ্ঠা হোৱা এক ব্যক্তিগত ৱেব হ’ষ্টিং সেৱা। ইয়াৰ সহ-প্ৰতিষ্ঠাপকসকল হৈছে ৰায়ান ফ্ৰেইটাচ, টনী কনৰাড, আৰু টিমথি য়ং।
-
কাৰ এণ্ড বাইক
কাৰ এণ্ড বাইক (Carandbike.com) হৈছে ২০১৫ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় অটোমোটিভ নিউজ প'ৰ্টেল আৰু ব্যৱহৃত গাড়ীৰ অনলাইন বজাৰ। ই অটোমোবাইল উদ্যোগৰ বিষয়ে বাতৰি সামৰি লয় আৰু বৰ্তমান ই এনডিটিভিৰপৰা অধিগ্ৰহণ কৰা মহিন্দ্ৰা গ্ৰুপৰ মালিকানাধীন ৱেবছাইট।
-
ক’ৰ্ছেৰা
ক’ৰ্ছেৰা (Coursera Inc.) হৈছে ২০১২ চনত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক এণ্ড্ৰু ইং আৰু ডাফ্নে কলাৰে প্ৰতিষ্ঠা কৰা আমেৰিকা যুক্তৰাষ্ট্ৰভিত্তিক এক বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰম প্ৰদানকাৰী সেৱা।
-
চ'ছিয়েল মিডিয়া আৰু মনোবিজ্ঞান
সাধাৰণীকৃত অনলাইন সম্প্ৰদায় হিচাপে চ’ছিয়েল মিডিয়াৰ আৰম্ভণি হৈছিল। এই অনলাইন সম্প্ৰদায়সমূহ ১৯৯৪ চনত জিঅ'চিটিজ ডট কম (Geocities.com), ১৯৯৫ চনত দিগ্ল'ব ডট কম (Theglobe.com ) আৰু ১৯৯৫ চনত ট্ৰাইপড ডট কমৰ (Tripod.com) দৰে ৱেবছাইটত গঠন হৈছিল।
-
চায়েণ্টিফিক টেম্পেৰামেণ্ট
চায়েণ্টিফিক টেম্পেৰামেণ্ট ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ হৈছে অসমৰ চৰকাৰী পঞ্জীয়নভূক্ত বিজ্ঞান আৰু বিজ্ঞান মানসিকতাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কৰ্মৰত অগ্ৰণী সামাজিক অনুষ্ঠান। বিজ্ঞান শিক্ষাৰ বাবে ‘চায়েণ্টিফিক টেম্পেৰামেণ্ট’ সংস্থাই সামাজিক মাধ্যম, চ’চিয়েল মিডিয়াৰ মাধ্যমেৰে বিভিন্ন কাম কৰি আহিছে।
-
ছেফচিটী
Safecity, যাক Safecity.in বুলিও কোৱা হয়, হৈছে এটা বিনামূলীয়া ৱেবছাইট যিয়ে লিংগভিত্তিক হাৰাশাস্তি, নিৰ্যাতন, আৰু হিংসাত্মক কাণ্ডৰ বেনামীভাৱে ৰিপৰ্ট কৰাৰ অনুমতি দিয়ে আৰু যিকোনো ব্যক্তিয়ে চাব আৰু ডাউনলোড কৰিব পৰা মেপ তৈয়াৰ কৰে। ই ভাৰত, কেনিয়া, কেমেৰুণ, নেপাল, আৰু মালয়েছিয়াত উপলব্ধ।
-
জ'নজিৰ'
জ'নজিৰ (ইংৰাজী: ZoneZero) হৈছে ফটোগ্ৰাফিৰ বাবে উৎসৰ্গিত এটা ৱেবছাইট, যাক ১৯৯৪ চনত মেক্সিকান ফটোগ্ৰাফাৰ পেদ্ৰো মেয়াৰে প্ৰতিষ্ঠা কৰিছিল। এই ৱেবছাইটটো ইণ্টাৰনেট জনসাধাৰণৰ বাবে উপলব্ধ হোৱাৰ সময়তে প্ৰথম অনলাইনত উপস্থিত হয়, আৰু তেতিয়াৰে পৰা আজিলৈকে সচল হৈ থকা ফটোগ্ৰাফিৰ ভিতৰত আটাইতকৈ পুৰণি ৱেবছাইট…
-
জাগৰণ জোশ
জাগৰণ জোশ (Jagran Josh) হৈছে এটা ভাৰতীয় ৱেবছাইট, যি শিক্ষা, নিযুক্তি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত সম্পৰ্কিত বিষয়বস্তু প্ৰদান কৰে। এই ৱেবছাইটটোত সাম্প্ৰতিক ঘটনাৱলী, সাধাৰণ জ্ঞান, পৰীক্ষাৰ জাননী, ফলাফল, আৰু বেংকিং, এম.বি.এ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড (CBSE), ভাৰতীয় প্ৰশাসনিক সেৱা…
-
জিগহুইলছ
জিগহুইলছ (ZigWheels.com) ভাৰতত ভিত্তি কৰি গঢ়ি উঠা এটা অটোমোটিভ আৰু মটৰ চাইকেলিং ৱেবছাইট। জিগহুইলে গ্ৰাহকক অটোমোটিভ উদ্যোগৰ বাতৰি, পৰ্যালোচনা আৰু পৰামৰ্শ প্ৰদান কৰে।
-
টিণ্ডাৰ
টিণ্ডাৰ হৈছে এটা অনলাইন ডেটিং আৰু জিঅ’ছ’চিয়েল নেটৱৰ্কিং এপ্লিকেচন। টিণ্ডাৰত ব্যৱহাৰকাৰীসকলে লাইক কৰিবলৈ "সোঁফালে ছোৱাইপ" কৰে বা অন্য ব্যৱহাৰকাৰীৰ প্ৰফাইল অপছন্দ কৰিবলৈ "বাওঁফালে ছোৱাইপ" কৰে। টিণ্ডাৰ প্ৰফাইলত ব্যৱহাৰকাৰিৰ ফটো, এটা চুটি বায়', আৰু তেওঁলোকৰ আগ্ৰহৰ তালিকা অন্তৰ্ভুক্ত কৰা হয়।
-
ট্ৰাঞ্চলেটৰছ আছাম
ট্ৰাঞ্চলেটৰছ আছাম (TranslatorsAssam) অসমীয়া অনুবাদ সাহিত্য সম্পৰ্কীয় এটা বহুভাষিক ৱেব প্ৰকল্প। প্ৰকল্পটো এটা অনা-লাভজনক প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ অনুবাদ সাহিত্যক ইণ্টাৰনেটৰ পৃথিৱীখনলৈ লৈ যোৱা। প্ৰকল্পটোৰ প্ৰতিষ্ঠা ২০২০ চনৰ মে' মাহৰ ২১ তাৰিখ।
-
ডেইলিহাণ্ট
ডেইলিহাণ্ট (ইংৰাজী: Dailyhunt; পূৰ্বৰ নাম নিউজহাণ্ট) হৈছে ভাৰতৰ বাংগালোৰস্থিত এটা ভাৰতীয় সমল আৰু বাতৰি সংগ্ৰাহক এপ্লিকেচন ছফ্টৱেৰ। এই এপ্লিকেচনে বিভিন্ন সমল প্ৰকাশকৰপৰা সংগ্ৰহ কৰি ১৪টা ভাৰতীয় আঞ্চলিক ভাষাত স্থানীয় বাতৰি আৰু সমল যোগান ধৰে।