ৱেবছাইট
৭১ প্ৰবন্ধ
-
পেট্ৰিয়ন
পেট্ৰিয়ন (Patreon) হৈছে এটা সদস্যভুক্তিৰ সুবিধা থকা এটা ৱেবছাইট, যিয়ে কলা-কুশলীসকলক তেওঁলোকৰ সৃষ্টিৰাজিসমূহ অনুগামীসকলৰ সৈতে ভাগ-বতৰা কৰাৰ জৰিয়তে মাহিলী উপাৰ্জন কৰাৰ এক সুবিধা প্ৰদান কৰে।
-
ফাৰ্ষ্ট প'ষ্ট
ফাৰ্ষ্টপোষ্ট (Firstpost) হৈছে নেটৱৰ্ক১৮ গ্ৰুপৰ মালিকানাধীন ভাৰতীয় সংবাদ ৱেবছাইট, যিয়ে চিএনএন-নিউজ১৮ আৰু চিএনবিচি টিভি১৮ও নিয়ন্ত্ৰণ কৰে। নেটৱৰ্ক ১৮ গ্ৰুপটো প্ৰথমে ৰাঘৱ বাহলৰ মালিকানাধীন আছিল। ২০১২ চনৰ জানুৱাৰী মাহত গোটটোৱে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰা ২৭ বিলিয়ন বিনিয়োগ লাভ কৰে।
-
বেবীচক্ৰ
বেবীচক্ৰ হৈছে অভিভাৱকসকলৰ বাবে এক অনলাইন কমিউনিটি প্লেটফৰ্ম, যাৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ২০২২ চনৰ আগষ্ট মাহত হাৰ্ভাৰ্ড বাণিজ্য বিদ্যালয়ৰ অধ্যাপক শিখৰ ঘোষে বেবীচক্ৰক লৈ এটা কেচ ষ্টাডি কৰিছিল।
-
শুনো এআই
শুনো এআই বা শুনো (Suno AI) হৈছে এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তা সংগীত সৃষ্টি প্ৰগ্ৰেম, যিটো বাস্তৱিক গীত সৃষ্টি কৰিবলৈ ডিজাইন কৰা হৈছে যিয়ে কণ্ঠ আৰু বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটায়।
-
সহপিডিয়া
সহপিডিয়া (ইংৰাজী: Sahapedia) এটা ৱেবছাইট যিয়ে ভাৰতৰ সংস্কৃতি আৰু ইতিহাস সকলোৰে বাবে সুলভ কৰিবলৈ বিচাৰে। সহপিডিয়া শব্দটো ‘সহ’ আৰু ‘এনচাইক্লোপিডিয়া’ (বিশ্বকোষ) শব্দ দুটাৰ সংমিশ্ৰণত গঠিত। সংস্কৃত ভাষাত ‘সহ’ মানে হৈছে ‘একে লগে’।
-
সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা
এয়া ২০২৫ চনৰ জুলাই মাহলৈকে বিশ্বজুৰি সৰ্বাধিক দৰ্শন কৰা ৱেবছাইটসমূহৰ তালিকা, লগতে পূৰ্বৰ মাহৰ তুলনাত ৰেংকিঙৰ পৰিৱৰ্তন। এই তালিকাত মূল ৱেবছাইটৰ উপডোমেইন পৃষ্ঠাসমূহ ধৰা নহয়।
-
হিন্দুস্থান সমাচাৰ
হিন্দুঃস্থান সমাচাৰ (ইংৰাজী: Hindusthan Samachar) হৈছে ভাৰতৰ প্ৰথমটো বহুভাষিক সংবাদ সংস্থা। ২০০ তকৈও অধিক বাতৰি কাকত আৰু দূৰদৰ্শন আদিকে ধৰি প্ৰায় সকলোবোৰ সংবাদ চেনেলে এই সংস্থাৰ সেৱা গ্ৰহণ কৰিছে।
-
ৰ'টেন ট'মেটোছ
ৰ'টেন ট'মেটোছ (Rotten Tomatoes) হৈছে চলচ্চিত্ৰ আৰু টেলিভিছনৰ ক্ষেত্ৰত আমেৰিকান পৰ্যালোচনা-সংগ্ৰাহক ৱেবছাইট। ১৯৯৮ চনৰ আগষ্ট মাহত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ তিনিজন স্নাতক ছাত্ৰ: চেন ডুয়ং, পেট্ৰিক ৱাই লি আৰু ষ্টিফেন ৱাঙে এই কোম্পানীটো আৰম্ভ কৰে।
-
ৰেফাৰেঞ্চ ডট্ কম
ৰেফাৰেঞ্চ ডট্ কম (Reference.com) হৈছে এক মুক্ত বিশ্বকোষ, যিয়ে প্ৰশ্ন-উত্তৰ পদ্ধতিৰ সূচিৰ সেৱা আগবঢ়ায়। ইয়াৰ প্ৰবন্ধসমূহ পৌৰোহিত্য সংক্ৰান্ত পদ্ধতিৰে সজোৱা থাকে।
-
ৱিকিস্পিচিজ
ৱিকিস্পিচিজ (Wikispecies) অৰ্থাৎ ৱিকি প্ৰজাতি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ এটা অনলাইন প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে বৈজ্ঞানিক সকলৰ দ্বাৰা সকলো প্ৰজাতিৰ এখন বিনামূলীয়া তালিকা প্ৰস্তুত কৰা।
-
ৱিকিৱাণ্ড
ৱিকিৱাণ্ড (Wikiwand) ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ চাবৰ উদ্দ্যেশ্যৰে বিকাশ ঘটোৱা এক ছফ্টৱেৰ ইণ্টাৰফেচ। ই বহুকেইটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰত বিনামূলীয়া এক্সটেনশ্যন বা মোবাইল এপ্প হিচাপে উপলব্ধ। ই কাষ্টম নেভিগেশ্যন, বিজ্ঞাপন আৰু প্ৰায়োজিত প্ৰবন্ধসমূহৰ সৈতে এক ইণ্টাৰফেচ ইয়াত সংযোগ কৰে।