এটা উপপৃষ্ঠা (Subpage)-ই সাধাৰণতে ৱেবছাইট বা ৱিকিৰ নিম্ন স্তৰৰ ৱেব পৃষ্ঠাক বুজায়।১
ৱেবছাইট উদাহৰণ
এই উদাহৰণত, news, about, portfolio আৰু contact হৈছে home ৰ উপপৃষ্ঠা। লগতে, study one আৰু study two হৈছে portfolio -ৰ উপপৃষ্ঠা।
ৱিকিৰ উপপৃষ্ঠাসমূহ
ৱিকিমিডিয়া ছফ্টৱেৰৰ সৈতে হোষ্ট কৰা ৱিকিসমূহে 'পেৰেণ্ট' পৃষ্ঠাৰ নামৰ পিছত এটা স্লেছ ("/") যোগ দি উপপৃষ্ঠা সৃষ্টি কৰে।
ইংৰাজী ৱিকিপিডিয়াত, মেইন নেমস্পেচৰ (article namespace) বাবে উপপৃষ্ঠাৰ সুবিধাটো অসামৰ্থৱান কৰা হৈছে।
ৱিকিভাৰ্চিটিত উপপৃষ্ঠা ব্যৱহাৰ কৰা হয়, য'ত গাঁথনিখনে যিকোনো শৈক্ষিক স্তৰত বিদ্যাৰ্থীসকলৰ অৱদানৰ অনুমতি দিয়ে,২৩ আৰু ৱিকিবুকত, য'ত অধ্যায়বোৰ কিতাপ এখনৰ উপপৃষ্ঠা।৪
তথ্যসূত্ৰ
- ↑ subpage - Wiktionary. en.wiktionary.org
- ↑ Learning to learn a wiki way
- ↑ Wikiversity:Subpages
- ↑ See for example the subpages of Computing Using Windows
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপপৃষ্ঠা” প্ৰবন্ধৰ সংশোধন ২৪৮৩৫৯ (৭ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।