ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
মালবিকা ৱেলছ
মালবিকা ৱেলছ (Malavika Wales) হৈছে এগৰাকী ভাৰতীয় ছবি আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেখেত ভাৰতীয় ধ্ৰুপদী নৃত্যৰো এগৰাকী পৰিৱেশনকাৰী, শিল্পী। মালবিকাই থিড়িচ্ছুৰৰ এটা মালায়ালম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ অভিনয়শিল্পৰ অভিষেক ঘটে 'মালাড়ভাড়ী আৰ্টছ ক্লাব'ৰ জৰিয়তে।
-
মালাইকা অৰোৰা
মালাইকা অৰোৰা (ইংৰাজী: Malaika Arora; জন্ম: ২৩ অক্টোবৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, মডেল, ভিডিঅ' জকী আৰু দূৰদৰ্শন ব্যক্তিত্ব যিয়ে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। তেওঁ ২০০৮ চনত তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে চলচ্চিত্ৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
মালৱিকা নায়াৰ
মালৱিকা নায়াৰ (Malvika Nair) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে। নায়াৰৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত আছে ব্লেক বাটাৰফ্লাই (২০১৩), কাকু (২০১৪), য়েভাডে সুব্ৰমণ্যম (২০১৫), টেক্সিৱালা (২০১৮), মডাৰ্ণ লাভ হায়দৰাবাদ (২০২২) আৰু কৃষ্ণম প্ৰণয় সখী (২০২৪)।
-
মাহেক চহাল
মাহেক চহাল (ইংৰাজী: Mahek Chahal; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী নৰৱেজিয়ান অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চিনেমা আৰু টেলিভিছনত কাম কৰে। তেওঁ কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ বছ ৫ত অংশগ্ৰহণৰ বাবে পৰিচিত, য’ত তেওঁ ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।
-
মিনিছা লাম্বা
মিনিছা লাম্বা (ইংৰাজী: Minissha Lamba; জন্ম: ১৮ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৫ চনত য়াহাঁ ছবিৰ জৰিয়তে লাম্বাই অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
মীৰা বাসুদেৱন
মীৰা বাসুদেৱন (Meera Vasudevan) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ ২০০৫ চনত 'তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিশেষ বঁটা' আৰু ২০০৭ চনত 'কেৰালা ৰাজ্যিক টেলিভিছন বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ সন্মান লাভ কৰিছিল।
-
মুগ্ধা চাপেকাৰ
মুগ্ধা চাপেকাৰ (ইংৰাজী: Mugdha Chaphekar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু মাৰাঠী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক আৰু চলচ্চিত্ৰত কাম কৰে। ষ্টাৰ প্লাছৰ ঐতিহাসিক ধাৰাবাহিক ধৰতী কা বীৰ যোধা পৃথ্বীৰাজ চৌহানত ৰাজকুমাৰী সংযোগিতাৰ চৰিত্ৰত আৰু জি টিভিৰ ৰোমাণ্টিক ড্ৰামা কুমকুম ভাগ্যত প্ৰাচী অৰোৰা…
-
মুনাৱৰ চুলতানা
মুনাৱৰ চুলতানা (Munawar Sultana; ১৯২৪-২০০৭) হিন্দী-উৰ্দু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯৪০ আৰু ১৯৫০ৰ দশকৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে নুৰজাহান, স্বৰণ লতা, ৰাগিনী আদিৰ সৈতে তেওঁকো উল্লেখ কৰা হয়।
-
মুমতাজ সৰকাৰ
মুমতাজ সৰকাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। যাদুকৰ পিচি স’ৰকাৰ জুনিয়ৰ আৰু জয়ছ্ৰী স’ৰকাৰৰ কন্যা। বাংলাদেশৰ গায়িকা মেহৰীনৰ মিউজিক ভিডিঅ’ৰ জৰিয়তে মুমতাজে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনত বীৰছা দাসগুপ্তৰ পৰিচালনাত নিৰ্মিত বাংলা ছবি ০৩৩ত অভিনয় কৰিছিল।
-
মুমাইত খান
মুমাইত খান (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ তেলুগু, হিন্দী আৰু তামিল ভাষাৰ বহুতো চলচ্চিত্ৰত আইটেম নাম্বাৰত অভিনয় কৰিছে।
-
মৃণালিনী ৰবি
মৃণালিনী ৰবি (লগতে, মৃণালিনী ৰবি) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৯ চনৰ তামিল ছবি ছুপাৰ ডিল্যাক্সৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
মেঘনা পেটেল
মেঘনা পেটেল (ইংৰাজী: Meghna Patel; জন্ম: ২৬ জুন) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, গায়িকা, লেখিকা আৰু চলচ্চিত্ৰ প্ৰযোজক যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শন ধাৰাবাহিকত কাম কৰে।
-
মেঘনা ৰেড্ডী
মেঘনা ৰেড্ডী (Meghna Reddy; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় মডেল আৰু প্ৰাক্তন টেলিভিছন উপস্থাপিকা। ১৯৯০-ৰ দশকৰ মাজভাগত তেওঁ চেনেল ভি-ৰ 'মাংতা হ্যায়' অনুষ্ঠানটোৰ সহ-উপস্থাপনা কৰাৰ বাবে পৰিচিত আছিল।
-
মেঘা আকাশ
মেঘা আকাশ (Megha Akash; জন্ম: ২৬ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ তেলুগু চলচ্চিত্ৰ লাই (২০১৭) ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
-
মোনা আম্বেগাঁওকাৰ
মোনা আম্বেগাঁওকাৰ (ইংৰাজী: Mona Ambegaonkar; জন্ম: ৫ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰে। তেওঁ ১৫খনতকৈও অধিক নাটক, ১৮খন বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ, ৩৮টা টেলিভিছন প্ৰকল্প আৰু ৩৭টা বিজ্ঞাপন অভিযানত অভিনয় কৰিছে।
-
মোনাল গজ্জৰ
মোনাল গজ্জৰ (Monal Gajjar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ গুজৰাটী আৰু তেলুগু চলচ্চিত্ৰৰ লগতে কেইখনমান তামিল ছবিত অভিনয় কৰে। তেওঁ ২০১২ চনৰ তেলুগু চলচ্চিত্ৰ সুদিগাডুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
মোহনা কেব্ৰাল
মোনা ব্লাছিয়া " মোহানা " কেব্ৰাল (ইংৰাজী : Mona Blasia " Mohana " Cabral; ৩ ফেব্ৰুৱাৰী ১৯২৯ – ১১ ছেপ্টেম্বৰ ১৯৯০), মিছ মোহানা নামেৰেও পৰিচিত, ফ্ৰান্সত বাস কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, টেলিভিছন প্ৰযোজক আৰু নৃত্যশিল্পী আছিল তেওঁ হিন্দী চলচ্চিত্ৰ, টেলিভিছন, টিয়াট্ৰ প্ৰডাকচন আদিৰ কামৰ বাবে…
-
মোহেনা সিং
মোহেনা সিং:Mohena Singh, যিগৰাকীক মোহেনা কুমাৰী সিং বুলিও কোৱা হয়, এওঁ ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক, ইউটিউবাৰ আৰু প্ৰাক্তন টেলিভিছন অভিনেত্ৰী আৰু ৰেৱাৰ ৰাজপৰিয়ালৰ সদস্য। ষ্টাৰ প্লাছৰ য়ে ৰিস্তা ক্যা কেহলাতা হ্যায় ছবিত কীৰ্তি গোৱেংকা সিংহানিয়াৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।
-
যশিকা আনন্দ
যশিকা আনন্দ (ইংৰাজী: Yashika Aannand; জন্ম: ৪ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত কাম কৰে।
-
যুক্তি থৰেজা
যুক্তি থৰেজা (ইংৰাজী: Yukti Thareja; জন্ম: ৫ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। ২০১৯ চনত তেওঁ এমটিভি ছুপাৰমডেল অফ দ্য য়েৰ নামৰ ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেওঁ ৰংগাবলী (২০২৩) আৰু মাৰ্কো (২০২৪) বোলছবিত অভিনয় কৰিছে।
-
লক্ষ্মী গিৰি
লক্ষ্মী গিৰি (ইংৰাজী: Laxmi Giri; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৬৪) এগৰাকী নেপালী অভিনেত্ৰী যাৰ কেৰিয়াৰ ৩৫ বছৰতকৈও অধিক সময়জুৰি বিস্তৃত। তেওঁ মঞ্চ, টেলিভিছনৰ লগতে নেপালী, নেৱাৰী, মৈথিলী, তামাং আৰু ভোজপুৰী ভাষাৰ পূৰ্ণদৈৰ্ঘ্য ছবিত কাম কৰিছে।
-
লাকী মৰাণী
লাকী মৰাণী (ইংৰাজী: Lucky Morani) এগৰাকী ভাৰতীয় ফেশ্বন ডিজাইনাৰ, মডেল, ইভেণ্ট মেনেজাৰ আৰু চলচ্চিত্ৰ তথা মঞ্চ অভিনেত্ৰী। তেওঁ ভাৰতৰ ফেশ্বন আৰু মনোৰঞ্জন জগতত এক জনা পৰিচিত মুখ হিচাপে পৰিগণিত।
-
লাৱণ্য ত্ৰিপাঠী
লাৱণ্য ত্ৰিপাঠী কোনিডেলা (Lavanya Tripathi; জন্ম: ১৫ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু চলচ্চিত্ৰত কাম কৰে। ত্ৰিপাঠীয়ে দুটাকৈ এছ.আই.আই.এম.এ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা (দক্ষিণ)-ৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে।
-
লিওনা লিচয়
লিওনা লিচয় (ইংৰাজী: Leona Lishoy; জন্ম: ২৬ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ মালয়ালম অভিনেতা লিচয়ৰ কন্যা।
-
লিচা হেডন
এলিজাবেথ মেৰী হেডন, লিচা হেডন লালভানী নামেৰে বেছি পৰিচিত (জন্ম ১৭ জুন ১৯৮৬), এগৰাকী ভাৰতীয়-অষ্ট্ৰেলিয়ান অভিনেত্ৰী, টিভি উপস্থাপক আৰু মডেল, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।
-
লিচি
লিচি (ইংৰাজী: Lissy) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু, হিন্দী, তামিল আৰু কন্নড় ছবিত অভিনয় কৰিছে। ১৯৮২ চনত ইথিৰি নেৰাম ওথিৰি কাৰ্যম ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
লিন লাইশ্ৰাম
লিনথোইঙাম্বী লাইশ্ৰাম (Linthoingambi Laishram; জন্ম: ১৯ ডিচেম্বৰ, ১৯৮৫) যাক সচৰাচৰ লিন লাইশ্ৰাম বুলি জনা যায়, এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু এগৰাকী উদ্যোগী। তেওঁ পাৰিপাৰ্শ্বিক অনুকূল গহনা ব্ৰেণ্ড শামু ছানাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক।
-
লেনা
লেনা মোহন কুমাৰ (জন্ম ১৯৮১), নিজৰ মঞ্চনাম লেনা নামে পৰিচিত, এগৰাকী ভাৰত।
-
শমিতা শেট্টী
শমিতা শেট্টী (Shamita Shetty; জন্ম: ২ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ। অভিনেত্ৰী শিল্পা শেট্টীৰ কনিষ্ঠ ভগ্নী শমিতাই ২০০০ চনত ৰোমাণ্টিক ড্ৰামা মহব্বতেৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁ আইফাৰ 'ষ্টাৰ ডেবিউ অফ দ্য ইয়াৰ – ফিমেল' বঁটা লাভ কৰিছিল।
-
শাজান পদ্মসী
শাজান পদ্মসী কানাকিয়া (ইংৰাজী: Shazahn Padamsee Kanakia; জন্ম: ১৮ অক্টোবৰ ১৯৮৭) — এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ হিন্দী আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে।