অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিচি

লিচি (ইংৰাজী: Lissy) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু, হিন্দী, তামিল আৰু কন্নড় ছবিত অভিনয় কৰিছে। ১৯৮২ চনত ইথিৰি নেৰাম ওথিৰি কাৰ্যম ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ১৩ আগষ্ট ২০২৬ ২৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

লিচি (ইংৰাজী ভাষা: Lissy) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম ভাষা চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু ভাষা, হিন্দী ভাষা, তামিল ভাষা আৰু কন্নড় ভাষা ছবিত অভিনয় কৰিছে। ১৯৮২ চনত ইথিৰি নেৰাম ওথিৰি কাৰ্যম ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁৰ উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত ওদৰুথাম্মাভা আলৰিয়াম (১৯৮৪), মুথাৰামকুন্নু পি.অ'. (১৯৮৫), বোয়িং বোয়িং (১৯৮৫), থালাবাত্তম (১৯৮৬), বিক্ৰম (১৯৮৬) আৰু চিত্ৰম (১৯৮৮) অন্যতম।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

লিচিৰ জন্ম হৈছিল কোচিৰ পুক্কাত্তুপাড়ীত এটা চিৰো-মালাবাৰ কেথলিক পৰিয়ালত। তেওঁ নেল্লিকাট্টীল পাপাচান (ভাৰ্গীছ)১ আৰু আলেয়াম্মাৰ একমাত্ৰ সন্তান আছিল। তেওঁ সৰু থাকোঁতেই মাক-দেউতাকৰ বিবাহ বিচ্ছেদ হয় আৰু মাতৃয়েই তেওঁক ডাঙৰ-দীঘল কৰে।২ তেওঁ কোচিৰ চেন্ট টেৰেছাছ কনভেণ্ট গাৰ্লছ স্কুল আৰু তাৰ পিছত কোচিৰ চেন্ট টেৰেছাছ কলেজত শিক্ষা গ্ৰহণ কৰে।৩

লিচি এগৰাকী মেধাৱী ছাত্ৰী আছিল আৰু স্কুলীয়া শিক্ষাৰ সময়ত উৎকৃষ্ট নম্বৰ লাভ কৰিছিল। ১৫ বছৰ বয়সত প্ৰাক-বিশ্ববিদ্যালয় ডিগ্ৰীৰ বাবে পঢ়ি থকা সময়তেই তেওঁ চলচ্চিত্ৰত কেৰিয়াৰ আৰম্ভ কৰে। কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ তেওঁ পঢ়াশুনা আধাতে এৰিবলগীয়া হৈছিল।৪ পৰৱৰ্তী সময়ত তেওঁ শৈক্ষিক যাত্ৰা পুনৰ আৰম্ভ কৰে আৰু দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে আন্নামালাই বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

১৯৮০ চনৰ আৰম্ভণিতে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়। মালয়ালম ছবিৰ লগতে লিচিয়ে কেইবাখনো তামিল আৰু তেলুগু ছবিতো অভিনয় কৰিছিল। চিত্ৰম, থালাবাত্তম, ওদৰুথাম্মাভা অলৰিয়াম, মুথাৰামকুন্নু পি.অ'. আৰু বোয়িং বোয়িং ছবিত কৰা অভিনয়ৰ বাবে লিচিক আটাইতকৈ বেছি স্মৰণ কৰা হয়। মনম মেগাজিনক দিয়া এক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰা অনুসৰি, কামাল হাছানৰ প্ৰযোজনাৰ ছবি বিক্ৰমত তেওঁৰ নায়িকা হিচাপে কমল হাছনেই তেওঁক তামিল ছবিত পৰিচিত কৰাইছিল।৫

ব্যক্তিগত জীৱন

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক প্ৰিয়দৰ্শনৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ অন্তত ১৯৯০ চনৰ ১৩ ডিচেম্বৰত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।৬ বিবাহৰ পিছত তেওঁ অভিনয় জীৱন ত্যাগ কৰে আৰু ধৰ্মীয় কাৰণত লক্ষ্মী নাম গ্ৰহণ কৰে।৭ পুত্ৰ সিদ্ধাৰ্থৰ জন্মৰ পিছত তেওঁ কেথলিক ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হয়।৮

লিচিয়ে ২০১৪ চনৰ ১ ডিচেম্বৰত চেন্নাইৰ এখন পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ আৱেদন দাখিল কৰে৯ আৰু ২৬ বছৰীয়া বৈবাহিক জীৱনৰ অন্তত ২০১৬ চনৰ ১ ছেপ্টেম্বৰত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।১০

চলচ্চিত্ৰপঞ্জী

মালয়ালম

+ লিচিৰ মালয়ালম চলচ্চিত্ৰৰ তালিকা
বছৰনামচৰিত্ৰমন্তব্য
১৯৮২ইথিৰি নেৰাম ওথিৰি কাৰ্যমলতা
১৯৮৩আনাএনি
প্ৰশ্নম গুৰুতৰমগাৰ্ল নেক্সট ড’ৰ
অস্ত্ৰমলিলি
শেষম কাজচায়িলসুধা
১৯৮৪আদুথাডুথুৰেমা
পৰন্নু পৰন্নু পৰন্নুসুধা
ওদৰুথাম্মাভা আলৰিয়ামমিনু
কালিয়িল অল্পম কাৰ্যমকল্পনা
অথিৰাথ্ৰমচিচিলি
১৯৮৫পৰায়ানুমভায়া পৰায়াথিৰিক্কানুমভায়াশ্ৰীদেৱী
পুলি বাৰুন্নে পুলিসুভাষিণী
আৰান্তে মুল্লা কোচু মুল্লাবিন্দু
ওন্নানাম কুন্নিল অৰাডিক্কুন্নিলমীনাক্ষী
মুথাৰামকুন্নু পি.অ'.কে.পি. আম্মিনিকুট্টী
বোয়িং বোয়িংএলেনা
আৰাম + আৰাম = কিন্নাৰামসুজাতা
পুন্নেৰাম চল্লি চল্লিৰেমা
আয়ানামলিজী
অংগাডিক্কাপুৰাথুৰথী
নিৰাক্কুট্টুডাঃ সুমা
ওন্নিগু ভান্নেংগিলপ্ৰিয়া
আ নেৰাম অল্প দূৰমবলছলা
কাথোডু কাথোৰামথেৰেছা
থাম্মিল থাম্মিলকবিতাৰ বান্ধৱী
থেডিয়া ভাল্লি কালিলচুত্তি
১৯৮৬থালাবাত্তমঅনিতা
ৰাক্কুয়িলিন ৰাগাসদচিলৰেৱতী মেনন
মাজহা পেইয়ুন্নু মাদ্দালম কট্টুন্নুশোভা
পাপ্পান প্ৰিয়াপেত্তা পাপ্পানচাৰিনা
ইনিয়ুম কুৰুক্ষেত্ৰমআম্মিনী
হেল্ল’ মাই ডিয়াৰ ৰং নম্বৰসুনীতা মেনন
চেল্কেৰানোৰু চিল্লাচিন্নু
গীতমস্বয়ং
ধীম থৰিকিদা থমৰোহিণী
কাত্তুৰুম্বিনুম কাথুকুথুপ্ৰভা
অয়ালভাছি অৰু দাৰিদ্ৰভাছিইন্দিৰা
আইচক্ৰীমৰেখা
ইল্লেনজিপ্পোক্কালমালিনী
অষ্টবন্ধমচুবাইদা
ৰেৱথীক্কোৰু পাভাকুট্টীৰেৱতী মেনন
মিঝিনীৰপুভুকালছফিয়া
এন্নু নাধান্তে নিম্মিৰীণা
আদুক্কান এণ্টেলুপ্পম-
বিশ্বাসিচালুম ইল্লেনকিলুম-
আৱাল কাথিৰুন্নু আৱানুম-
১৯৮৭চেপ্পুমিনি
সৰ্বকলাশালাজ্যোতি
নীয়েত্ৰ ধন্যালায়লা
অৰু সিন্দূৰ পট্টিন্তে ওৰমায়ক্কুবিন্দু
আদিমাকাল উদমাকালৰাজী
মণিভাথুৰিলে আয়িৰম শিৱৰাত্ৰিকালৰাণী
নালকাভালানাৰ্ছ মাৰ্চী
ইভিদে এল্লাভাৰ্ক্কুম সুখমঅনিতা মেথিউ
কট্টুম কুৰাভায়ুমগীতা
ইথা সময়ামায়ী
১৯৮৮ভেল্লানাকালুদে নাডুদীপা
অৰু চিবিআই ডায়েৰী কুৰিপ্পুওমানা
মৃত্যুঞ্জয়মএনি
মানু আংকলউমা
আলিলাকুৰুভিকালৰাজম্মা
আগষ্ট ১পকেটমাৰ
উন্নিকৃষ্ণান্তে আদ্যাথে খ্ৰীষ্টমাছশ্ৰীদেৱী
ডেভিদ ডেভিদ মিষ্টাৰ ডেভিদলিছা
অৰু মুথাচ্ছী কথাথ্ৰেছিয়া
চিত্ৰমৰেৱতী
আত্তিনাক্কাৰেসৌম্যা
অৰু বিবাদ বিষয়মজিজী
অৰ্জুন ডেনিছ
১৯৮৯ভদাক্কুনোক্কিয়ানত্ৰমসৰলা
আম্মাভানু পাত্তিয়া আমালিসুলোচনা
দৌথ্যমসৰলা
আদিক্কুৰিপ্পুবীণা
নায়ৰ চাবপাৰ্বতী
দ্য নিউজজলী
অক্ষৰাথেট্টুএল্ছী
নজাংগালুদে কোচু ডাক্টৰএলিচ
ৰুগ্মিণীমীৰা
চৰিত্ৰমৰেনু
ইল্লিকাডুম চেল্লাকাট্টুম
চোধ্যম
১৯৯০মিন্দা পূচাক্কু কল্যাণমমিনি
কুত্তেত্তনৰেৱতী
১৯৯১মে’ দিনমএলিজাবেথ

তেলেগু

+ লিচিৰ তেলেগু চলচ্চিত্ৰৰ তালিকা
বছৰনামচৰিত্ৰমন্তব্য
১৯৮৯সাক্ষীস্বপ্না
১৯৯০মাগাডুশ্বেতা
দোষী নিৰ্দোষীঅনুৰাধা
২০ভা চথাব্দমৰাণী
মামাশ্ৰীধীৰজা
১৯৯১আত্মা বন্ধমশৈলজা
শিৱ শক্তিকল্যাণী
স্তুৱৰ্টপুৰম দংগালুবন্দনা
২০১৮চল মোহন ৰংগাশ্ৰীমতী চুব্ৰামণিয়ম

তামিল

+ লিচিৰ তামিল চলচ্চিত্ৰৰ তালিকা
বছৰনামচৰিত্ৰমন্তব্য
১৯৮৬বিক্ৰমপ্ৰীতি
১৯৮৭আনন্দ আৰাধনাইকবিতা
১৯৮৮মানাচুক্কুল মাথাপ্পুঅনিতা
১৯৯০পাগালিলে পৌৰ্ণমীজয়া

কন্নড়

+ লিচিৰ কন্নড় চলচ্চিত্ৰৰ তালিকা
বছৰনামচৰিত্ৰমন্তব্য
১৯৯০অশ্বমেধ১১গংগাগীতালী নামেৰে কৃতিত্ব দিয়া হৈছে

হিন্দী

+ লিচিৰ হিন্দী চলচ্চিত্ৰৰ তালিকা
বছৰনামচৰিত্ৰমন্তব্য
১৯৮৫সাগৰৰোজী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ നടി ലിസി പിതാവിന്‌ 5500 രൂപ വീതം നല്‍കണം. mangalam.com
  2. ↑ ലിസി എന്റെ മകള്‍. Mangalam Publications
  3. ↑ Lissy Priyadarshan-ON Record, 2, 3, 4, Kannadi, Asianet News . Lissy talks about her schooling, her introduction into film industry in aged 15, how she met Priyadarshan, her faith and religion, her current life etc
  4. ↑ തല ഉയര്‍ത്തിപ്പിടിക്കാന്‍ വീടുവിട്ടിറങ്ങി. mathrubhumi.com
  5. ↑ manam.online/Special-Interviews/2016-JUN-30/Liss
  6. ↑ Sebastian, Shevlin. (26 March 2012). Lissy Priyadarshan, on her husband. The New Indian Express
  7. ↑ (18 April 2011). Lissy Priyadarshan-ON Record (Ep 2, Part 2). Asianet News
  8. ↑ Lissy. আৰ্কাইভ কপি. Mathrubhumi Eves
  9. ↑ Staff, T. N. M. (30 March 2016). Priyadarshan opens up about life, love for cars and reasons for his divorce with Lissy. The News Minute
  10. ↑ (16 September 2016). Lissy gets divorce, says it was fierce battle – ChennaiVision
  11. ↑ (2012-01-26). 'Nothing lasts forever'. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিচি” প্ৰবন্ধৰ সংশোধন ৬২৬৬৭১ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।