অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শৈশৱতে ধেমালিতে

শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।

হালনাগাদ: ১৭ এপ্ৰিল ২০২১ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।

অভিনয়ত

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৈশৱতে ধেমালিতে” প্ৰবন্ধৰ সংশোধন ২৭১৫৫৩ (১৭ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।