নয়ন নিলীম (ইংৰাজী ভাষা: Nayan Nilim) অসমৰ চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷
অভিনীত অসমীয়া চলচ্চিত্ৰ
| class="wikitable" |- ! বৰ্ষ ! চলচ্চিত্ৰ ! সহ - শিল্পী ! পৰিচালক |- | ২০০৪ | ৰংমন | | অমল বৰুৱা |- | ২০১৭ | কোঁৱৰপুৰৰ কোঁৱৰ | তাপশ্ৰী কলিতা | ৰাজেশ ভূঞা |- |২০২২ | বন্ধু |বিবেক | ত্ৰিদিব লাহন |-
অভিনীত অসমীয়া ভিচিডি
- জোনবাই ১
- জোনবাই ২
- আবেলি
{
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নয়ন নীলিম” প্ৰবন্ধৰ সংশোধন ৫৩৪৯১৪ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।