অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১২ জানুৱাৰী

১২ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৩টা দিন (অধিবৰ্ষত ৩৫৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ৯ জানুৱাৰী ২০২৩ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

১২ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৩টা দিন (অধিবৰ্ষত ৩৫৪টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

জন্ম

  • ১৫৯৮ - জিজাবাঈ শাহাজী ভোঁচলে, মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ।
  • ১৮৬৩ - স্বামী বিবেকানন্দ, ঊনবিংশ শতাব্দীৰ প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য আৰু ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাপক।
  • ১৮৬৯ - ভগৱান দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক।
  • ১৯৫৮ - অৰুণ গোবিল, ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। এখেতে “ৰামায়ণ” ধাৰাবাহিকত শ্ৰীৰামৰ চৰিত্ৰ ৰূপায়ন কৰিছিল।
  • ১৯৬৪ - জয় পাণ্ডা, ভাৰতীয় ৰাজনীতিক।
  • ১৯৭২ - প্ৰিয়ংকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৭৩ - সাক্ষী তানৱাৰ, ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক।
  • ১৯৯০ - মনোজ চৰকাৰ, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
  • ১৯৯৬ - এলেন দেউৰী, ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ।
  • ১৯৯৯ - আৰ্য ৰাজেন্দ্ৰন, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৯৯ - কৃষ্ণা নাগৰ, ভাৰতৰ ৰাজস্থানৰ পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪২৫৫৭ (৯ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।