অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জংকী বৰঠাকুৰ

জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।

হালনাগাদ: ২৯ জুন ২০২৬ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।

প্ৰাৰম্ভিক জীৱন

জংকী বৰঠাকুৰ জন্ম ১৯৭৫ চনৰ ১ অক্টোবৰত মহাৰাষ্ট্ৰৰ মুম্বাইত হৈছিল কিন্তু মূলতঃ অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত আছিল।

কেৰিয়াৰ

তেওঁ ১৯৯৬ চনত উজানৰ পিৰিটি এলবামত গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল। পিছত, তেওঁ তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গৰ এলবাম যেনে "মুক্তি", "চান্দা", "ৰাংঢালী", "স্পৰ্শ" আদিকে ধৰি, ৪০০‌ ৰো অধিক গান গাইছিল।১

মৃত্যু

২০০২ চনৰ ১১ জানুৱাৰীত এক পথ দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ মৃত্যু হয় য'ত তেওঁলোকে তেওঁৰ সহ-শিল্পীসকলৰ সৈতে মঞ্চ প্ৰদৰ্শনী প্ৰদৰ্শন কৰিবলৈ শোনিতপুৰলৈ গৈ আছিল। ক্ষন্তেকতে ওচৰৰ চিকিৎসালয় এখনলৈ লৈ যোৱা হৈছিল আৰু পিছদিনা তাইক মৃত বুলি ঘোষণা কৰা হৈছিল।২ পিছত, তেওঁৰ শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁৰ অন্তিমখন এলবাম "শিশু" তেওঁৰ জেষ্ঠ ভাতৃ জুবিন গাৰ্গে ২০০২ চনৰ অক্টোবৰ মাহত মুক্তি দিয়ে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (২০১৭-০৫-১৫). সংগীতৰ ভাষা. দ্য ইণ্ডিয়ান এক্সপ্ৰেছ
  2. ↑ (২০০২-০২-২১). গাড়ী দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ মৃত্যু. NENA

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীভাৰতীয় কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীঅসমীয়া অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জংকী বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬১৪৮৮১ (২৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।