শ্বেয়াৰচাট হৈছে ভাৰতীয় ছ'চিয়েল নেটৱৰ্কিং সেৱা প্লেটফৰ্ম,১ ই বাংগালুৰু ভিত্তিক মহল্লা টেকৰ মালিকানাধীন। এয়া অংকুশ সচদেৱ, ভানু প্ৰতাপ সিং আৰু ফৰিদ আহছানে২ প্ৰতিষ্ঠা কৰিছিল আৰু ২০১৫ চনৰ ৮ জানুৱাৰীত সংগঠিত হৈছিল।৩ শ্বেয়াৰচাট এপটোৰ ১৫টা ভাৰতীয় ভাষাত ৩৫ কোটিতকৈ অধিক মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী আছে।৪ ৫৬ ৭ বৰ্তমান কোম্পানীটোৰ মূল্য ৫ বিলিয়ন ডলাৰ।৮
এই এপটোৰ ভাষাসমূহ হ'ল: অসমীয়া, বাংলা, ভোজপুৰী, গুজৰাটী, হাৰিয়াণৱী, হিন্দী, কন্নড়, মালয়ালম, মাৰাঠী, পঞ্জাবী, ৰাজস্থানী, তামিল, তেলুগু আৰু ইংৰাজী।
আৰু চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (18 August 2022). 4 interesting ShareChat features that content creators should try out. TimesNow
- ↑ Chakraborty, Sayan. ShareChat: The no-English social network. Forbes India
- ↑ Chathurvedula, Sadhana. (3 May 2017). ShareChat finds its niche with local languages. mint
- ↑ (16 June 2022). ShareChat closes $520 million funding round at $5 billion valuation. Moneycontrol
- ↑ Bhalla, Kritti. (5 November 2020). ShareChat's Monthly Active User Base Reaches 160 Mn, Riding On Tier. Inc42 Media
- ↑ (11 February 2022). ShareChat's Moj and MX Taka Tak will soon be one short video app. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (11 February 2022). MX TakaTak, Moj to merge. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Sarkar, John. (16 June 2022). ShareChat closes $520 million round at $5 billion valuation. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেয়াৰচাট” প্ৰবন্ধৰ সংশোধন ৫৭২৭৬৫ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।