অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ফোনপে

ফোনপে হৈছে ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা কোম্পানী ৷ ডিচেম্বৰ মাহত সমীৰ নিগম, আৰু বুৰ্জিন ইঞ্জিনিয়াৰে প্ৰতিষ্ঠা কৰিছিল। পেমেণ্টছ ইন্টাৰফেচৰ ওপৰত ভিত্তি কৰি ফোনপে এপটো ২০১৬ চনৰ আগষ্ট মাহত লাইভ PhonePe এপটো ১১টা ভাৰতীয় ভাষাত উপলব্ধ।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফোনপে হৈছে ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ডিজিটেল পেমেণ্ট আৰু বিত্তীয় সেৱা কোম্পানী ৷ ১ ২ ডিচেম্বৰ মাহত সমীৰ নিগম, ৩ আৰু বুৰ্জিন ইঞ্জিনিয়াৰে প্ৰতিষ্ঠা কৰিছিল। ৪ ৫ পেমেণ্টছ ইন্টাৰফেচৰ ওপৰত ভিত্তি কৰি ফোনপে এপটো ২০১৬ চনৰ আগষ্ট মাহত লাইভ ৬

PhonePe এপটো ১১টা ভাৰতীয় ভাষাত উপলব্ধ। ৭ ই ব্যৱহাৰকাৰীসকলক বিভিন্ন বিত্তীয় লেনদেন যেনে ধন প্ৰেৰণ আৰু গ্ৰহণ, মোবাইল আৰু ডিটিএইচ ৰিচাৰ্জ কৰা, ইউটিলিটি পেমেণ্ট কৰা, ইন-ষ্ট'ৰ পেমেণ্ট কৰা আদি কৰিবলৈ সক্ষম কৰে। ৮ ৯

ইতিহাস

২০১৫ চনৰ ডিচেম্বৰ মাহত PhonePe প্ৰতিষ্ঠা কৰা হয়।২০১৬ চনৰ এপ্ৰিল মাহত কোম্পানীটো Flipkartদ্বাৰা অধিগ্ৰহণ কৰা হয় আৰু অধিগ্ৰহণৰ অংশ হিচাপে FxMart অনুজ্ঞাপত্ৰ PhonePe লৈ হস্তান্তৰ কৰা হয় আৰু PhonePe ৱালেট হিচাপে পুনৰ ব্ৰেণ্ড কৰা হয়। ফোনপেৰ সহ-প্ৰতিষ্ঠাপক সমীৰ নিগমক কোম্পানীটোৰ চিইঅ’ হিচাপে নিযুক্তি দিয়া হয়। ১০ ১১১২ ১৩

তথ্যসূত্ৰ

  1. ↑ (10 March 2020). https://www.theweek.in/news/biz-tech/2020/03/10/why-digital-payment-firms-should-not-rely-on-single-bank.html
  2. ↑ Top ten Indian Fintech unicorns - ET BFSI. ETBFSI.com
  3. ↑ (2023-12-02). IBLA 2023: Walmart-backed PhonePe is this edition's 'Young Turk of The Year' - CNBC TV18. CNBCTV18
  4. ↑ (2021-10-29). https://timesofindia.indiatimes.com/gadgets-news/phonepe-offers-guaranteed-cashback-on-gold-silver/articleshow/87364688.cms
  5. ↑ (4 April 2016). https://economictimes.indiatimes.com/small-biz/startups/flipkart-acquires-former-executives-startup-phonepe-for-payments-push/articleshow/51643300.cms
  6. ↑ (10 January 2017). https://www.livemint.com/Companies/UYnMwPyHD8KKZZUJpb7uMP/Flipkarts-PhonePe-crosses-10-million-downloads-on-Google-Pl.html
  7. ↑ (20 April 2020). 5 digital payment platforms you can use during Coronavirus Lockdown. India Today
  8. ↑ (10 March 2020). https://www.theweek.in/news/biz-tech/2020/03/10/why-digital-payment-firms-should-not-rely-on-single-bank.html
  9. ↑ Top ten Indian Fintech unicorns - ET BFSI. ETBFSI.com
  10. ↑ (3 July 2018). Flipkart: India's most preferred online shopping store. The Indian Wire
  11. ↑ (2016-04-01). Flipkart acquires mobile payments firm PhonePe. BusinessLine
  12. ↑ Flipkart acquires former executive's startup PhonePe for payments push. The Economic Times
  13. ↑ Raj, Ritik. Meet man who once worked at Flipkart, now runs Rs 99400 crore company, he is…. DNA India

সম্পৰ্কিত শ্ৰেণী

ইণ্টাৰনেটম'বাইল এপ্লিকেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফোনপে” প্ৰবন্ধৰ সংশোধন ৫৭২৭৩৩ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।