অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব

চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব (anterior lobe of cerebellum) হৈছে মস্তিষ্কৰ অন্যতম লোব, যিয়ে অচেতন প্ৰ’প্ৰ’চেপচনৰ মধ্যস্থতাকাৰী হিচাপে দায়বদ্ধ। মস্তিষ্কৰ আগফালৰ লোবত ইনপুট প্ৰধানকৈ মেৰুদণ্ডৰ পৰা হয়। ইয়াক কেতিয়াবা “পেলিঅ’চেৰবেলাম’’ৰ বুলিও কোৱা হয়।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব (anterior lobe of cerebellum) হৈছে মস্তিষ্কৰ অন্যতম লোব, যিয়ে অচেতন প্ৰ’প্ৰ’চেপচনৰ মধ্যস্থতাকাৰী হিচাপে দায়বদ্ধ। মস্তিষ্কৰ আগফালৰ লোবত ইনপুট প্ৰধানকৈ মেৰুদণ্ডৰ পৰা হয়।১ ইয়াক কেতিয়াবা “পেলিঅ’চেৰবেলাম’’ৰ বুলিও কোৱা হয়।২

ক্লিনিকেল গুৰুত্ব

এণ্টেৰিয়ৰ লোব চিনড্ৰম

যেতিয়া এজন ব্যক্তিয়ে নিজৰ বেছিভাগ কেলৰি মদৰ পৰা পায় (ক্ৰনিক এলকহলিজম) তেতিয়া পুষ্টিহীনতাৰ বাবে আগফালৰ লোবৰ অৱনতি ঘটিব পাৰে। ইয়াক এণ্টেৰিয়ৰ লোব চিনড্ৰম বুলি জনা যায় আৰু ইয়াৰ ফলত ব্যক্তিৰ অস্থিৰ পদ সঞ্চালনৰ সৃষ্টি হয়।৩

তথ্যসূত্ৰ

  1. ↑ Siegel, Allan Siegel, Hreday N. Sapru; case histories written by Heidi E. (2011). Essential neuroscience. Wolters Kluwer Health/Lippincott Williams & Wilkins. পৃ. 190. ISBN 9780781783835
  2. ↑ The Cerebellum
  3. ↑ utah.edu

সম্পৰ্কিত শ্ৰেণী

মানৱ বিজ্ঞানচিকিৎসা বিজ্ঞানঅংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেৰিবেলামৰ এণ্টেৰিয়’ৰ লোব” প্ৰবন্ধৰ সংশোধন ৬৩২৮২৫ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।