অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা

২০১৪ চনৰ ভাৰতৰ শ্ৰেষ্ঠ সংগীতসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ফিল্ম চিটীত পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

হালনাগাদ: ৪ আগষ্ট ২০২৪ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

২০১৪ চনৰ ভাৰতৰ শ্ৰেষ্ঠ সংগীতসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ ফিল্ম চিটীত পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

বঁটাসমূহ

চলচ্চিত্ৰ সংগীতৰ বঁটাসমূহ

শ্ৰেষ্ঠ মিউজিক এৰেঞ্জাৰ আৰু প্ৰগ্ৰেমাৰশ্ৰেষ্ঠ অভিযন্তা
*অমিত ত্ৰিবেদী আৰু সৌৰভ ৰয় **গীত - লণ্ডন থুমকদা **চলচ্চিত্ৰ - কুঈন*এৰিক পিল্লাই **চলচ্চিত্ৰ - এক ভিলেইন
শ্ৰেষ্ঠ আৱহ সংগীতশ্ৰেষ্ঠ অভিষেক
*বিশাল ভৰদ্বাজ **চলচ্চিত্ৰ - হেইদৰ*অৰমান মালিক **গীত - ঔলিয়া (চলচ্চিত্ৰ- উংলি) *নুৰান ভগ্নীদ্বয় **গীত- পতাখা গুড্ডি (চলচ্চিত্ৰ - হাইৱে')
শ্ৰেষ্ঠ নেপথ্য গায়কশ্ৰেষ্ঠ নেপথ্য গায়িকা
*অৰিজিত সিং **গীত - মুস্কুৰানে - ৰোমাণ্টিক **চলচ্চিত্ৰ- চিটী লাইট্‌ছ*কণিকা কাপুৰ **গীত - বেবী ডল **চলচ্চিত্ৰ - ৰাগিণী এম এম এচ ২
শ্ৰেষ্ঠ গীতিকাৰশ্ৰেষ্ঠ সংগীত পৰিচালক
*গুলজাৰ **গীত - বিচমিল **চলচ্চিত্ৰ - হেইদৰ*অমিত ত্ৰিবেদী **চলচ্চিত্ৰ - কুঈন
শ্ৰেষ্ঠ গীতশ্ৰেষ্ঠ দ্বৈত কণ্ঠৰ গীত
*লণ্ডন থুমকদা **গায়ক/গায়িকা - লভ জঞ্জুৱা, চনু কক্কৰ, নেহা কক্কৰ **সংগীত পৰিচালক - অমিত ত্ৰিবেদী **গীতিকাৰ - অন্বিতা দত্ত **চলচ্চিত্ৰ - কুঈন*চমঝাৱা **গায়ক/গায়িকা - অৰিজিত সিং, শ্ৰেয়া ঘোষাল **চলচ্চিত্ৰ - হাম্পটী শৰ্মা কি দুলহনিয়া
শ্ৰেষ্ঠ এলবাম
*হাইৱে' **সংগীত পৰিচালক - এ. আৰ. ৰহমান

চলচ্চিত্ৰৰ বাহিৰৰ সংগীতৰ বঁটা

জগজিৎ সিং শ্ৰেষ্ঠ সংগীত অভিষেকশ্ৰেষ্ঠ পপ এলবাম
*অৰমান মালিক **এলবাম - অৰমান*ক'ক ষ্টুডিঅ' এট এম টি ভি ছিজন ৩ - পাপন **শিল্পী - অংগৰাগ মহন্ত আৰু অন্যান্য
শ্ৰেষ্ঠ ৰক এলবামশ্ৰেষ্ঠ ইণ্ডি গীত
*মুম্বাই ব্লুজ **শিল্পী - মিহিৰ যোশী বেণ্ড*ড'ণ্ট হেভ টু লাই **শিল্পী - পেণ্টাগ্ৰাম
শ্ৰেষ্ঠ ভক্তিমূলক এলবামশ্ৰেষ্ঠ গজল এলবাম
*মাই ডিভ'চনেল ফেৱৰিট্‌ছ (My Devotional Favourites) **শিল্পী - শংকৰ মহাদেৱন*হাজিৰ ২ **শিল্পী - হৰিহৰণ (গায়ক), উস্তাদ জাকিৰ হুছেইন
শ্ৰেষ্ঠ ফ'ক এলবামশ্ৰেষ্ঠ ফিউজন এলবাম
*জগ চংগা **শিল্পী - ৰঘু দীক্ষিত*ক'ক ষ্টুডিঅ' এট এম তি ভি ছিজন ৩ - এ আৰ ৰহমান **শিল্পী - এ. আৰ. ৰহমান
শ্ৰেষ্ঠ ইলেক্ট্ৰনিকা ট্ৰেকশ্ৰেষ্ঠ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এলবাম - যন্ত্ৰসংগীত (instrumental)
*টুইলাইট **শিল্পী - মিডিভেল পণ্ডিতজ, কুটলে খান*সুৰ যজনা **শিল্পী - নিলাদ্ৰী কুমাৰ

বিশেষ বঁটা

ফ'ক সংগীতৰ বাবে বিশেষ স্বীকৃতিজনপ্ৰিয়তম চলচ্চিত্ৰ সংগীতৰ এলবাম
*ইন্দ্ৰজিৎ দাসগুপ্তা*য়াৰিয়াঁ
জনপ্ৰিয়তম গায়কচেলিব্ৰিটী গায়ক
*অংকিত তিৱাৰী **গীত - গলিয়াঁ **চলচ্চিত্ৰ - এক ভিলেইন*শ্ৰদ্ধা কাপুৰ
ৰেডিঅ'ত জনপ্ৰিয়তম গীত (৯৩.৫ ৰে'ড এফ এমৰ সৌজন্যত)ইণ্টাৰনেটত জনপ্ৰিয়তম গীত (হংগামা ডট কমৰ সৌজন্যত)
*গলিয়াঁ **শিল্পী - অংকিত তিৱাৰী **চলচ্চিত্ৰ - এক ভিলেইন*ছানী ছানী **গায়ক/গায়িকা - নেহা কক্কৰ, য়' য়' হনী সিং **চলচ্চিত্ৰ - য়াৰিয়াঁ
জীৱনজোৰা কৃতিত্ব বঁটা - শাস্ত্ৰীয় সংগীতজীৱনজোৰা কৃতিত্ব বঁটা - জনপ্ৰিয় সংগীত
*পণ্ডিত হৰি প্ৰসাদ চৌৰাশিঁয়া*আনন্দজী বীৰজি শ্বাহ
ৱিজক্ৰাফ্ট শ্ৰেষ্ঠ লাইভ পাৰফৰ্মাৰগোলকীয় সংগীত শিল্পী সন্মান
*ডালেৰ মেহন্দি*উস্তাদ জাকিৰ হুছেইন
গোলকীয় কৃতিত্বৰ স্বীকৃতিশ্ৰেষ্ঠ সংগীত ইনিচিয়েটিভ
*ৰিকী কেজ, চনু নিগম, বিক্ৰম ঘোষ*ৰেড বুল ট্যুৰ বাচ
ষ্টাৰ প্লাচ - উদীয়মান তাৰকা
*দিব্যা কুমাৰ

অসমৰ শিল্পী

এইবছৰৰ GIMA বঁটাৰ বাবে অসমৰ দুজন সংগীতশিল্পীৰ দুটা এলবামে মনোনয়ন লাভ কৰিছিল। শ্ৰেষ্ঠ পপ এলবামৰ শিতানত অংগৰাগ মহন্তৰ (পাপন) ক'ক ষ্টুডিঅ' এট এম টি ভি ছিজন ৩ - পাপন শীৰ্ষক এলবামটি আৰু শ্ৰেষ্ঠ ফ'ক এলবামৰ শিতানত জুবলী বৰুৱাৰ মাটি - দ্য ফ'ক ফেক্টৰ এলবামটি মনোনীত হৈছিল।১ ইয়াৰে পাপনৰ এলবামটোৱে নিজৰ শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়। এম টি ভি চেনেলৰ তৃতীয় বৰ্ষৰ ক'ক ষ্টুডিঅ' অনুষ্ঠানত পৰিৱেশন কৰা গীতসমূহৰ এলবামটিত কণ্ঠদান কৰা সহ শিল্পীসকল হ'ল বেনী দয়াল, হৰ্ষদীপ কৌৰ আৰু অসমৰ কল্পনা পাটোৱাৰী, সীমান্ত শেখৰ আৰু দুলাল মানকি।২

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (১৭ ফেব্ৰুৱাৰী ২০১৫). GIMA Awards 2015 Non-Film Music Nominees List & Winners List. Amazing Indian
  2. ↑ Coke Studio at MTV Season 3 Episode 5. Gaana

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ বঁটাবঁটা বিজয়ী সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা” প্ৰবন্ধৰ সংশোধন ৪২৭৮৭০ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।